দাগ ২০০১ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ৰহস্যধৰ্মী ছবি। বিশিষ্ট পৰিচালক মুনিন বৰুৱাই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল নীলোৎপল চৌধুৰীয়ে। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, অনুৰূপা পাঠক আৰু বিষ্ণু খাৰঘৰীয়াই।[1]
দুই ভাতৃয়ে নজনাকৈ একেগৰাকী ছোৱালীৰ প্ৰেমত পৰে আৰু তাৰ পিছতেই বিভিন্ন ঘাত-প্ৰতিঘাত আৰু প্ৰতিশোধৰ মাজেৰে ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। অৱশেষত জ্যেষ্ঠ ভাতৃয়ে কনিষ্ঠ ভাতৃৰ বাবে নিজকে ত্যাগ কৰে।[2]
| দাগ |
|---|
| চলচ্চিত্ৰ সংগীত |
|---|
| মুক্তি |
১০ নৱেম্বৰ ২০০০ |
|---|
| শৈলী/ধৰণ |
বোলছবি সংগীত |
|---|
| দৈৰ্ঘ্য |
৩৮:২১ মিনিট |
|---|
| ভাষা |
অসমীয়া |
|---|
| লেবেল |
প্ৰাৰ্থনা ফিল্মছ |
|---|
| পৰিচালক |
জুবিন গাৰ্গ |
|---|
| প্ৰযোজক |
নীলোৎপল চৌধুৰী |
|---|
| জুবিন গাৰ্গ কালক্ৰম |
|---|
|
|
জুবিন গাৰ্গে চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। গীতসমূহত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ, শাশ্বতী ফুকন, ৰূপজ্যোতি দেৱী, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ আৰু দিগন্ত ভাৰতীয়ে। ছবিখনৰ গীতসমূহ চিৰসেউজ আৰু এতিয়াও যথেষ্ট জনপ্ৰিয়।
|
|
| 1. |
"মায়াবিনী" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
| 2. |
"বিচাৰিছোঁ কাষৰতে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, শাশ্বতী ফুকন |
|
| 3. |
"মনলে উভতি আহে ল'ৰালি" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, দিগন্ত ভাৰতী |
|
| 4. |
"বতাহে বতাহে আহে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ |
|
| 5. |
"দাগ মোৰ বুকুতে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
| 6. |
"যেনি যাবা সোণ" | দিগন্ত ভাৰতী | মহালক্ষ্মী আয়াৰ, জুবিন গাৰ্গ |
|
| 7. |
"কিনো ভাবা ইমানকৈ" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, উৎপল শৰ্মা, ৰূপজ্যোতি দেৱী |
|
| 8. |
"মনলে উভতি আহে" (বাদ্যযন্ত্ৰ) | | জুবিন গাৰ্গ, দিগন্ত ভাৰতী |
|
| 9. |
"মনলে উভতি আহে" (দুখজনক) | | জুবিন গাৰ্গ |
|
- টোকাসমূহ
- ট্ৰেক ৮ আৰু ৯ হৈছে "বোনাচ ট্ৰেক" আৰু বোলছবিখনত প্ৰদৰ্শিত হোৱা নাছিল।
|
|---|
| | | | সংগীত পৰিচালনা |
|
|---|
| | চলচ্চিত্ৰ পৰিচালনা | |
|---|
| | অভিনীত চলচ্চিত্ৰ | |
|---|
| |
|
|
|---|
| | দশক | | |
|---|
| | চলচ্চিত্ৰ পৰিচালক | |
|---|
| | সঙ্গীত পৰিচালক | |
|---|
| | অভিনেতা | |
|---|
| | অভিনেত্ৰী | |
|---|
| | অন্য বিষয় | |
|---|
| |
|