ৰং (শ্ৰব্য এলবাম)
অৱয়ব
Untitled | |
---|---|
ৰং হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে।[2]
গীতৰ তালিকা
[সম্পাদনা কৰক]এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "ৰং তুমি হোৱানে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | |||||||
2. | "আজি এই গান যেন" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
3. | "এতিয়া কাষত" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
4. | "সেউজীয়া মন" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
5. | "জোন বেলি" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
6. | "আজি তুমি নহ'লে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | |||||||
7. | "বৰষা যেতিয়া নামে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
8. | "মোৰো যে মনে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.
- ↑ 2.0 2.1 "Rong". Music India Online. Archived from the original on 2015-03-12. https://web.archive.org/web/20150312004059/http://mio.to/album/Rong। আহৰণ কৰা হৈছে: 8 মাৰ্চ 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মিউজিক ইণ্ডিয়া অনলাইন ৱেবছাইটত এলবামটিৰ গীতসমূহ Archived 2015-03-12 at the Wayback Machine
|