সমললৈ যাওক

ৰং (শ্ৰব্য এলবাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰং
শ্ৰব্য এলবাম
মুক্তি ১ ছেপ্টেম্বৰ ১৯৯৬
শৈলী/ধৰণ অসমীয়া আধুনিক গীত
ভাষা অসমীয়া
লেবেল এন কে প্ৰডাক্‌চন
পৰিচালক জুবিন গাৰ্গ
জুবিন গাৰ্গ কালক্ৰম
জুবিনৰ গান ৰং মুক্তি (শ্ৰব্য এলবাম)

ৰং হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে আৰু জুবিনৰ গান এলবামৰ পিছত তেওঁলোকৰ দ্বিতীয় সহযোগিতা আছিল।[2]

গীতৰ তালিকা

[সম্পাদনা কৰক]

এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ৰং তুমি হোৱানে"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ ৪:৪৩
2. "আজি এই গান যেন"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:৩৬
3. "এতিয়া কাষত"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:৩৬
4. "সেউজীয়া মন"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:০০
5. "জোন বেলি"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:০৮
6. "আজি তুমি নহ'লে"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ ৬:০১
7. "বৰষা যেতিয়া নামে"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:৪২
8. "মোৰো যে মনে"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:২৬
মুঠ দৈৰ্ঘ্য:
৪৩:১৫

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015.[সংযোগবিহীন উৎস]
  2. 1 2 "Rong". Music India Online. Archived from the original on 2015-03-12. https://web.archive.org/web/20150312004059/http://mio.to/album/Rong। আহৰণ কৰা হৈছে: 8 মাৰ্চ 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]