মুক্তি |
---|
|
শ্ৰব্য এলবাম |
---|
মুক্তি |
অক্টোবৰ ১৯৯৭ |
---|
শৈলী/ধৰণ |
অসমীয়া আধুনিক গীত |
---|
ভাষা |
অসমীয়া |
মুক্তি হৈছে ১৯৯৭[1] চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[2] জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথাও জুবিন গাৰ্গৰ। গীতসমূহ কন্ঠদান কৰে জুবিন আৰু জংকী বৰঠাকুৰে, তেওঁলোকৰ প্ৰথম সহোদৰ এলবাম। লগতে দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত আৰু বৈকুণ্ঠ নাথ গগৈয়ে সুৰ দিয়া আৰু গোৱা 'ফুল ফুলক' শীৰ্ষক গীতটি জুবিনে নতুনকৈ গাইছে।[3] এলবামটিৰ দুটিমান গীতত দেশপ্ৰেমৰ সোৱাদ পোৱা যায়।[4] জুবিনৰ সংগীত পৰিচালনাৰ আনবিলাক এলবামৰ দৰে মুক্তিকো শ্ৰোতা ৰাইজে ভালদৰে আদৰি লয়।[1]
এলবামটিত মুঠ ৮ টা গীত আছে। 'ফুল ফুলক' গীতটিৰ সুৰকাৰ বৈকুণ্ঠ নাথ গগৈ, বাকীকেইটাৰ সুৰ জুবিনৰ।[3]-
|
|
1. |
"ফুল ফুলক" | দ্বিজেন্দ্ৰ মোহন শৰ্মা | জুবিন গাৰ্গ |
৪.৩১ |
2. |
"চকুৱে চকুৱে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ |
৫.২১ |
3. |
"সোণেৰে সজোৱা" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
৪.২৮ |
4. |
"মেঘৰ বৰণ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
৫.১৩ |
5. |
"অবাক অবাক" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
৫.৫০ |
6. |
"প্ৰতিটো প্ৰহৰ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
৫.১৫ |
7. |
"উজলাই ৰাখিছোঁ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ |
৫.০৪ |
8. |
"মুক্তি" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ |
৬.১০ |
মুঠ দৈৰ্ঘ্য: |
৪১.৫২ |
|
|
---|
| | | সংগীত পৰিচালনা |
|
---|
| চলচ্চিত্ৰ পৰিচালনা | |
---|
| অভিনীত চলচ্চিত্ৰ | |
---|
| |
|