জোনাকী মন
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
| এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
জোনাকী মন হৈছে ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা । পৰিচালনা কৰিছিল জীৱৰাজ বৰ্মনে আৰু প্ৰযোজনা আছিল হিৰণ্য কুমাৰ ৰাজখোৱাই। ২০০২ চনৰ ২২ মাৰ্চত মুক্তিলাভ কৰা " জোনাকী মন " ত বিভাষ চক্ৰৱৰ্তী, নিপন গোস্বামী, চেতনা দাস আদিয়ে অভিনয় কৰিছিল।[1]
| জোনাকী মন | |
|---|---|
| পৰিচালক | জীৱৰাজ বৰ্মন |
| চিত্ৰনাট্য | জীৱৰাজ বৰ্মন |
| কাহিনী | জীৱৰাজ বৰ্মন |
| প্ৰযোজক | হিৰণ্য কুমাৰ ৰাজখোৱা |
| অভিনয়ত |
|
| সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
| সংগীত পৰিচালক | জুবিন গাৰ্গ |
মুক্তি |
২২ মাৰ্চ ২০০২ |
| দেশ | |
| ভাষা | অসমীয়া |
অভিনয়ত
[সম্পাদনা কৰক]- বিভাষ চক্ৰৱৰ্তী
- নিপন গোস্বামী
- মৃদুলা বৰুৱা
- চেতনা দাস
- টিনা বাৰ্লা
সংগীত
[সম্পাদনা কৰক]| জোনাকী মন | ||||
|---|---|---|---|---|
| চলচ্চিত্ৰ সংগীত | ||||
| মুক্তি | ২০০২ | |||
| শৈলী/ধৰণ | বোলছবি সংগীত | |||
| ভাষা | অসমীয়া | |||
| লেবেল | এন. কে. প্ৰডাকচন | |||
| পৰিচালক | জুবিন গাৰ্গ | |||
| জুবিন গাৰ্গ কালক্ৰম | ||||
| ||||
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে য'ত উল্লেখ কৰা হৈছিল। গীতসমূহত জুবিন গাৰ্গ, শান, অৰ্ণব ভট্টাচাৰ্য, কৃষ্ণমনি নাথ, জংকী বৰঠাকুৰ, পাপৰী শৰ্মা, ববিতা শৰ্মা, শাশ্বতী ফুকন, ভিতালী দাস, কাশ্মীৰী শইকীয়া, গোৱাৰ উপৰিও সেইসময়ৰ বলিউদৰ শীৰ্ষস্থানীয় গায়িকা পামেলা জৈন আৰু সাগৰিকা মুখাৰ্জীও গাইছিল।
| গীতৰ তালিকা | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গায়ক/গায়িকা | দৈৰ্ঘ্য | |||||||
| 1. | "আঙুলি বুলালে" | জুবিন গাৰ্গ, ববিতা শৰ্মা | ||||||||
| 2. | "মায়াবিনি ৰাতি বুকুত" | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ | ||||||||
| 3. | "অচিনা দেশত" | জুবিন গাৰ্গ | ||||||||
| 4. | "তুমি সুৰীয়া সপোনৰ" | জুবিন গাৰ্গ, কাশ্মীৰী শইকীয়া, সাগৰিকা | ||||||||
| 5. | "বগে ঢকে ধকী" | জুবিন গাৰ্গ, শাশ্বতী ফুকন, পাপৰী শৰ্মা | ||||||||
| 6. | "ফুলে ফুলে আজি" | জুবিন গাৰ্গ, শান, অৰ্ণব ভট্টাচাৰ্য, পামেলা জৈন, সাগৰিকা মুখাৰ্জী | ||||||||
| 7. | "জোনালী জোনৰ দৰে" | কৃষ্ণমনি নাথ, ভিতালী দাস | ||||||||
| 8. | "দূৰ দূৰনীৰে" (বোনাচ ট্ৰেক ১) | জুবিন গাৰ্গ, সাগৰিকা | ||||||||
| 9. | "তেনেকৈ নেচাবা" (বোনাচ ট্ৰেক ২) | জুবিন গাৰ্গ, সাগৰিকা | ||||||||
| 10. | "মমৰ চিকাতি যে জ্বলে" (বোনাচ ট্ৰেক ৩) | জুবিন গাৰ্গ | ||||||||
- টোকাসমূহ
- ট্ৰেক ৯ যতীন শৰ্মাই ৰচনা কৰিছিল।
- ট্ৰেক ৮, ৯ আৰু ১০ হৈছে "বোনাচ ট্ৰেক" আৰু বোলছবিখনত প্ৰদৰ্শিত হোৱা নাছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "জোনাকী মন (২০০২) - অসমী চলচ্চিত্ৰ, চাউণ্ডট্ৰেক এলবাম, ট্ৰেকলিষ্ট, সম্পূৰ্ণ এলবামৰ বিৱৰণ আৰু অধিক (আৰ্কাইভ কৰা)" (en ভাষাত). Archived from the original on 2021-09-26. https://web.archive.org/web/20210926174826/http://www.zubeendiscography.com/2021/09/8380311196638115024.html। আহৰণ কৰা হৈছে: 2021-09-26.
| ||||||||||||||||||||||