জুবিনৰ গান (শ্ৰব্য এলবাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুবিনৰ গান

শ্ৰব্য কেছেটৰ বকলা
জুবিন গাৰ্গ আৰু উৎপলৰ
শ্ৰব্য এলবাম
মুক্তি জানুৱাৰী ১৯৯৬
পৰিচালক জুবিন গাৰ্গ

জুবিনৰ গান হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপলে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।[2]

গীতৰ তালিকা[সম্পাদনা কৰক]

এলবামটিত মুঠ ৮টা গীত আছে। 'পৃথিৱীয়ে মোক' গীতটিৰ সুৰকাৰ উৎপল, বাকীকেইটাৰ সুৰ জুবিনৰ।[2]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "এতিয়া আছে মাথো"  জুবিন গাৰ্গজুবিন গাৰ্গ  
2. "উমি উমি"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ  
3. "লাহে লাহে"  জুবিন গাৰ্গজুবিন গাৰ্গ  
4. "এতিয়াও সাৰে আছোঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "পৃথিৱীয়ে মোক"  জুবিন গাৰ্গজুবিন গাৰ্গ  
6. "তুমি নিদিয়া"  জুবিন গাৰ্গজুবিন গাৰ্গ  
7. "উজাগৰী নিশাটিৰ"   জুবিন গাৰ্গ  
8. "এন্ধাৰ হ'ব"  জুবিন গাৰ্গজুবিন গাৰ্গ  

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. 2.0 2.1 "Jubeenor Gaan". Music India Online. Archived from the original on 2015-04-28. https://web.archive.org/web/20150428193154/http://mio.to/album/Jubeenor+Gaan। আহৰণ কৰা হৈছে: 8 মাৰ্চ 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]