জীৱন নদীৰ দুটি পাৰ
অৱয়ব
| জীৱন নদীৰ দুটি পাৰ | |
|---|---|
![]() | |
| পৰিচালক | মুন্না আহমেদ |
| প্ৰযোজক | সবিতা বৰা (জে আৰ পি ফিল্ম্ছ) |
| অভিনয়ত | যতীন বৰা প্ৰস্তুতি পৰাশৰ |
| সংগীত পৰিচালক | জুবিন গাৰ্গ |
মুক্তি |
২৬ এপ্ৰিল ২০০২ |
| দেশ | |
| ভাষা | অসমীয়া |
জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ।[1] সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই।[2] মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে।
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]অভিনয়ত
[সম্পাদনা কৰক]- যতীন বৰা
- প্ৰস্তুতি পৰাশৰ
- পূৰবী শৰ্মা
- নিপন গোস্বামী
- পল ফুকন (প্ৰথম চলচ্চিত্ৰ)[3]
- অনন্যা পাচনি (প্ৰথম চলচ্চিত্ৰ)[3]
- ৰেবা ফুকন
- দীনেশ দাস
- টিনা মাছুদ (প্ৰথম চলচ্চিত্ৰ)[3]
কলা-কুশলী
[সম্পাদনা কৰক]সংগীত
[সম্পাদনা কৰক]| জীৱন নদীৰ দুটি পাৰ | ||||
|---|---|---|---|---|
| চলচ্চিত্ৰ | ||||
| মুক্তি | ডিচেম্বৰ ২০০১ | |||
| শৈলী/ধৰণ | বোলছবি সংগীত | |||
| ভাষা | অসমীয়া | |||
| লেবেল | এন.কে. প্ৰডাকচন | |||
| জুবিন গাৰ্গ কালক্ৰম | ||||
| ||||
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। গীতসমূহত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ, কাশ্মীৰি শইকীয়া বৰুৱা, প্ৰেম, অৰ্ণৱ আৰু ৰূপাংকিতা পাপৰিয়ে।
| গীতৰ তালিকা | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
| 1. | "এই ঘৰ আমাৰ" | দিগন্ত ভাৰতী | প্ৰেম, জংকী, অৰ্ণৱ | |||||||
| 2. | "কঁকাল খামুচীয়া" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | |||||||
| 3. | "প্ৰীতিৰে জৰি" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, ৰূপাংকিতা পাপৰি | |||||||
| 4. | "জীৱন নদীৰ দুটি পাৰ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||||||
| 5. | "বিভাৱৰী আমাৰে মিলনৰ" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, কাশ্মীৰি শইকীয়া বৰুৱা | |||||||
| 6. | "উমি উমি জ্বলিছা" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ | |||||||
| 7. | "কিয়নো জ্বলি" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ | |||||||
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Released Assamese Films". enajori.com. Archived from the original on 2012-03-08. https://web.archive.org/web/20120308071902/http://enajori.com/released-movies/। আহৰণ কৰা হৈছে: ১৫ জুন ২০১৫.
- ↑ "Jibon Nodeer Duti Paar". Music India Online. Archived from the original on 2015-04-28. https://web.archive.org/web/20150428175137/http://mio.to/album/Jibon+Nodeer+Duti+Paar। আহৰণ কৰা হৈছে: ১৪ জুন ২০১৫.
- ↑ 3.0 3.1 3.2 "Filmstars' First assamese Films". assamentertain.com. Archived from the original on 2015-06-14. https://web.archive.org/web/20150614043632/http://assamentertain.com/filmstars-first-assamese-film/। আহৰণ কৰা হৈছে: ১৫ জুন ২০১৫.
| ||||||||||||||||||||||
| ||||||||||||||||||||||||||
