সমললৈ যাওক

প্ৰেম আৰু প্ৰেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰেম আৰু প্ৰেম

ভিচিডি কভাৰ
পৰিচালক শম্ভু গুপ্তা
চিত্ৰনাট্য শম্ভু গুপ্তা
কাহিনী শম্ভু গুপ্তা
প্ৰযোজক কৰেন্দ্ৰ কলিতা
অভিনয়ত যতীন বৰা
প্ৰস্তুতি পৰাশৰ
সম্পাদনা কাজু
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
৮ ফেব্ৰুৱাৰী ২০০২
দৈৰ্ঘ্য
১৫৭ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

প্ৰেম আৰু প্ৰেম (ইংৰাজী: Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।[1]

অভিনয়ত

[সম্পাদনা কৰক]
প্ৰেম আৰু প্ৰেম
চলচ্চিত্ৰ সংগীত
মুক্তি ২০০১
বাণীবন্ধন ২০০১
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
পৰিচালক জুবিন গাৰ্গ
জুবিন গাৰ্গ কালক্ৰম
নায়ক
(২০০১)
প্ৰেম আৰু প্ৰেম
(২০০২)
কন্যাদান
(২০০২)

ছবিখনৰ সংগীত চাউণ্ডট্ৰেক ৰচনা কৰিছে জুবিন গাৰ্গে। গীত লিখিছে হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "চকুৱে চকুৱে চিনাকি"  জুবিন গাৰ্গ, জংকী বৰঠাকুৰ, সাগৰিকা, মহালক্ষ্মী আয়াৰ ৪:৫৪
2. "বিয়পি বিয়পি"  জুবিন গাৰ্গ, জংকী বৰঠাকুৰ, শ্বেতা চেট্টী ৪:২৩
3. "মুকলি মন"  ডা° শ্ৰুতঞ্জয় দাস, নিৰ্মালী দাস ৫:১৫
4. "মৰম এধানি মৰম"  জুবিন গাৰ্গ, অনিন্দিতা পাল ৪:৫৩
5. "মমৰ শিখাটি যে জ্বলে"  জুবিন গাৰ্গ ৫:১৮
6. "মুকুতা মুকুতা মনৰ"  অৰ্ণৱ ভট্টাচাৰ্য, নিৰ্মালী দাস, শাশ্বতী ফুকন ৫:০৬
7. "বৰ মজা নহয়"  জুবিন গাৰ্গ, কাশ্মীৰি শইকীয়া বৰুৱা, নিৰ্মালী দাস, সাগৰিকা ৩:০৭
8. "প্ৰেম আৰু প্ৰেম"  জুবিন গাৰ্গ ২:১০

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "মুক্তি প্ৰাপ্ত অসমীয়া ফিচাৰ ফিল্মচ" (as ভাষাত). enajori.com. 2016-09-23. Archived from the original on 2016-09-16. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589 আহৰণ কৰা হৈছে: 2021-10-20.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]