জয়ন্ত দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়ন্ত দাস
জন্ম ৮ জুন, ১৯৬০
গুৱাহাটী, অসম, ভাৰত
মৃত্যু ১৬ ডিচেম্বৰ, ২০২৩ (৫৪ বছৰ)[1]
গুৱাহাটী, অসম, ভাৰত
পেচা অভিনেতা, পৰিচালক


জয়ন্ত দাস (৮ জুন, ১৯৬০ – ১৬ ডিচেম্বৰ, ২০২৩) অসমৰ এজন অভিনেতা আৰু বোলছবি পৰিচালক আছিল। ৰামধেনু নামৰ অসমীয়া চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল।[2][3][4][5][6][7] ২০২৩ চনৰ ১৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীত তেখেতৰ দেহাৱসান ঘটে[8], মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ।[9]

মুকুতা ছবিত এজন শিশু শিল্পী হিচাপে জয়ন্ত দাসে অভিনয় কৰিছিল[8] যদিও এজন পেছাদাৰী অভিনেতা হিচাপে সেন্দূৰ নামৰ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।[10]

কটন মহাবিদ্যালয়ত পঢ়ি থকা সময়ত জয়ন্ত দাসে ক্ৰিকেট খেলিছিল। ৮০ৰ দশকত তেওঁ ভ্ৰাম্যমান নাট্য জগতত অভিনেতা হিচাপে প্ৰৱেশ কৰে।[8]

প্ৰথমতে জয়ন্ত দাসে বোলছবিৰ খলনায়ক হিচাপে অভিনয় কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এজন হাস্যৰসিক অভিনেতা হিচাপে জনপ্ৰিয়তা লাভ কৰে। তেওঁ “পাপু-নিকু সংবাদ”, “ভাড়াঘৰ” আদি দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছিল।[8]

বোলছবি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Staff, Hausanew. "Jayanta Das Death, Veteran Indian Actor and Director has Passed Away" (en ভাষাত). https://hausanew.com.ng/2023/12/16/jayanta-das-death-veteran-indian-actor-and-director-has-passed-away/. 
  2. Desk, Sentinel Digital (27 May 2018). "Comedy Central - Sentinelassam" (en ভাষাত). The Sentinel Assam. https://www.sentinelassam.com/melange/comedy-central/। আহৰণ কৰা হৈছে: 2020-09-28. 
  3. "Jayanta Das Biography , Filmography & Movie List" (en ভাষাত). BookMyShow. https://in.bookmyshow.com/person/jayanta-das/36556। আহৰণ কৰা হৈছে: 2020-09-28. 
  4. "Jayanta Das on Moviebuff.com". Moviebuff.com. https://www.moviebuff.com/jayanta-das। আহৰণ কৰা হৈছে: 2020-09-28. 
  5. "Jayanta Das movies, filmography, biography and songs - Cinestaan.com". Cinestaan. Archived from the original on 2021-05-12. https://web.archive.org/web/20210512181820/https://www.cinestaan.com/people/jayanta-das-39786। আহৰণ কৰা হৈছে: 2020-09-28. 
  6. "Jayanta Das" (en ভাষাত). IMDb. https://www.imdb.com/name/nm5037589/। আহৰণ কৰা হৈছে: 2020-09-28. 
  7. "Assamese Serial Bharaghar (ভাড়াঘৰ) | Watch All Episodes" (en-US ভাষাত). Magical Assam. https://www.magicalassam.com/assamese-serial/bharaghar। আহৰণ কৰা হৈছে: 2020-09-29. 
  8. 8.0 8.1 8.2 8.3 https://www.pratidintime.com/guwahati-news-breaking-latest/remembering-assamese-actor-jayanta-das-a-legacy-of-laughter-and-talent. 
  9. "Assamese veteran actor Jayanta Das passes away" (en ভাষাত). India Today NE. 2023-12-16. https://www.indiatodayne.in/assam/story/assamese-veteran-actor-jayanta-das-passes-away-727514-2023-12-16। আহৰণ কৰা হৈছে: 2023-12-16. 
  10. "জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে". https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/veteran-assamese-actor-jayanta-das-passes-away/assam20231216222948140140702.