২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
অৱয়ব
| ক্ৰমিক নং |
মুক্তিৰ তাৰিখ | ছবি | পৰিচালক | সঙ্গীত পৰিচালক | শৈলী (Genre) |
টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|---|---|
| ১ | ২০২০, ২৮ আগষ্ট | জোনাকী পৰুৱা | প্ৰকাশ ডেকা | তৰালী শৰ্মা | [1] | ||
| ২ | ২০২০, ৩ জানুৱাৰী | জনকনন্দিনী | কুঞ্জলতা গগৈ দাস | নন্দ বেনাৰ্জী | [2] | ||
| ৩ | ২০২১, ২৩ জানুৱাৰী | গৰু | হিমাংশু প্ৰসাদ দাস | পলাশ সূৰ্য গগৈ | হাস্য-ব্যংগ | [3] | |
| ৪ | ২০২২, ৬ মে' | গংগা | মণি সিনহা | অজয় ফুকন | একচন | [4] | |
| ৫ | ২০২২, ১৩ মে' | লোকেল উৎপাত | কেনী বসুমতাৰী | কমেডী | [5] | ||
| ৬ | ২০২২, ১৭ জুন | এমুঠি পুঠি | কুল নন্দিনী মহন্ত | বেচহোল (মনদ্বীপ তাৰো) | নাট্যধৰ্মী, কমেডী | [6] | |
| ৭ | ২০২২, ২৪ জুন | দাদা তুমি দুষ্ট বৰ | সমীৰ বুঢ়াগোহাঁই | আলাপ দুদুল | ৰোমাণ্টিক, কমেডী | ||
| ৮ | ২০২২, ১ জুলাই | গুৱাহাটী ডায়েৰীজ | প্ৰশান্ত শইকীয়া | ড্ৰামা | [7] | ||
| ৯ | ২০২২, ২৯ জুলাই | উপসৰ্গ | কংকন ডেকা | ||||
| ১০ | ২০২২, ১৯ আগষ্ট | গ'গআই | চন্দ্ৰ মুদৈ | [8] | |||
| ১১ | ২০২২, ৯ ছেপ্তেম্বৰ | বুলু ফিল্ম | হিমাংশু প্ৰসাদ দাস | ব্লেক কমেডী | |||
| ১২ | ২০২২, ১৬ ছেপ্তেম্বৰ | বুম্বা ৰাইড (মিচিং-অসমীয়া চলচ্চিত্ৰ) |
বিশ্বজিৎ বৰা | হাস্য-ব্যংগ | মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | [9] | |
| ১৩ | ২০২২, ২৩ ছেপ্তেম্বৰ | চেমখোৰ (ডিমাছা ভাষাৰ চলচ্চিত্ৰ) |
আইমী বৰুৱা | নাট্যধৰ্মী | জুৰীৰ বিশেষ উল্লেখ তথা ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | [10] | |
| ১৪ | ২০২২, ৩০ ছেপ্তেম্বৰ | ব্ৰীজ | কৃপাল কলিতা | নাট্যধৰ্মী | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | [11] | |
| ১৫ | ২০২২, ৭ অক্টোবৰ | বেলকনিত ভগৱান | বিশ্বজিৎ বৰা | বিশাল খত্ৰী | নাট্যধৰ্মী | [12] | |
| ১৬ | ২০২২, ১৪ অক্টোবৰ | ঘোষ্ট অফ মাইখুলি | পংকজ চ'ৰাম | বেচহল (মনদীপ তাৰো) | একচন | [13] | |
| ১৭ | ২০২২, ১৪ অক্টোবৰ | মোৰ শেষ গান | প্ৰবাল বৰুৱা | অজয় সিংহ | |||
| ১৮ | ২০২২, ২৮ অক্টোবৰ | লংকাকাণ্ড | ৰজনী বৰ্মন | ||||
| ১৯ | ২০২২, ৪ নবেম্বৰ | বন্ধু | ত্ৰিদীপ লাহন | ||||
| ২০ | ২০২৩, ২৭ জানুৱাৰী | অনুৰ | মঞ্জুল বৰুৱা | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | [14][9] | ||
| ২০ | ২০২৩, ৩ ফেব্ৰুৱাৰী | ডক্তৰ বেজবৰুৱা ২ | নিপন গোস্বামী | ||||
| ২১ | ২০২৩, ২৪ ফেব্ৰুৱাৰী | ক'লা বগা (Black N White | ধনজিৎ দাস | ||||
| ২২ | ২০২৩, ৭ এপ্ৰিল | Advitya | অৰিন্দম শৰ্মা | ||||
| ২৩ | ২০২৩, ২৮ এপ্ৰিল | কি কোৱা দোস্তী..!! | কেনী বসুমতাৰী | ||||
| ২৪ | ২০২৩, ২৬ মে' | The Consequence | চন্দ্ৰ শেখৰ দাস | ||||
| ২৫ | ২০২৩, ৫ জুন | শ্ৰী ৰঘুপতি | সৌৰভ কাকতি | ||||
| ২৬ | ২০২৩, ৩০ জুন | 'The Slam Book | প্ৰাঞ্জল গয়াৰী | ||||
| ২৭ | ২০২৩, ২২ ছেপ্টেম্বৰ | Tora's Husband | ৰীমা দাস | ||||
| ২৮ | ২০২৩, ৬ অক্টোবৰ | মমতাৰ চিঠি | নিৰ্মল দাস | ||||
| ২৯ | ২০২৩, ৬ অক্টোবৰ | এটি নক্ষত্ৰ | ৰুদ্ৰজিৎ মজুমদাৰ | ||||
| ৩০ | ২০২৩, ১৩ অক্টোবৰ | বীৰ | নাৰায়ণ শীল | ||||
| ৩১ | ২০২৩, ২৭ অক্টোবৰ | ৰাঘৱ | যতীন বৰা | ||||
| ৩২ | ২০২৩, ২৪ নৱেম্বৰ | ৰঙা টুপী ১৯৮২ | অৰিন্দম শইকীয়া | ||||
| ৩৩ | ২০২৩, ৮ ডিচেম্বৰ | নেলীৰ কথা | পাৰ্থজিত বৰুৱা |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "আপুনি জানেনে কাৰ ভুলৰ বাবে কিয় গাঁৱৰ পৰা আঁতৰি গ'ল মাইনা?". News next one. https://www.newsnextone.com/jonaki-parua-a-movie-focusing-the-lgbt-community। আহৰণ কৰা হৈছে: 12 October 2020.
- ↑ "পৰিচালক অমিতাভ বৰাৰ সৈতে হেঁতালি খেলিছে “জনকনন্দিনী” ৰ প্ৰযোজকে". 2019-11-27. https://rupaliparda.com/archives/8323.
- ↑ "আহি আছে নতুন অসমীয়া ছবি 'গৰু'". 2019-10-31. https://www.etvbharat.com/assamese/assam/sitara/cinema/goru-assamese-movie-title-logo-released/assam20191031215007574.
- ↑ "Ganga: Ekhoni Bowati Hiya". https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/ganga-ekhoni-bowati-hiya/movieshow/91347544.cms। আহৰণ কৰা হৈছে: 14 মে' 2022.
- ↑ "Local Utpaat". https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/local-utpaat/movieshow/91515250.cms। আহৰণ কৰা হৈছে: 14 মে' 2022.
- ↑ https://m.imdb.com/title/tt20220796/
- ↑ "Assamese Film ‘Guwahati Diaries’ To Release On July 1". June 15, 2022. https://www.guwahatiplus.com/buzz/assamese-film-guwahati-diaries-to-release-on-july-1। আহৰণ কৰা হৈছে: 16 July 2022.
- ↑ "Assamese film Gogoi: অসমীয়া ছবি গগৈৰ ট্ৰেইলৰ মুকলি". www.etvbharat.com. July 31, 2022. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/gogoi-film-trailer-released-in-guwahati/assam20220731201310020020351। আহৰণ কৰা হৈছে: 14 August 2022.
- ↑ 9.0 9.1 "69th National Film Awards 2023 complete winners list: Rocketry, Alia Bhatt, Kriti Sanon, Allu Arjun, RRR, Gangubai Kathiawadi win big". 24 August 2023. https://indianexpress.com/article/entertainment/bollywood/69th-national-film-awards-2023-winners-list-8907028/.
- ↑ "68th National Film Award". Directorate of Film Festivals, GOI. https://dff.gov.in/images/News/NFA68WinnerList.pdf। আহৰণ কৰা হৈছে: 2 October 2022.
- ↑ "Kripal Kalita’s ‘Bridge’: The Assamese movie making waves globally". East Mojo. Archived from the original on 29 September 2022. https://web.archive.org/web/20220929160601/https://www.eastmojo.com/movies/2021/07/15/kripal-kalitas-bridge-the-assamese-movie-making-waves-globally/। আহৰণ কৰা হৈছে: 29 September 2022.
- ↑ "Balconit Bhogawan (God On The Balcony)". in.bookmyshow.com. https://in.bookmyshow.com/morigaon/movies/balconit-bhogawan-god-on-the-balcony/ET00341158। আহৰণ কৰা হৈছে: 13 October 2022.
- ↑ "অসমৰ প্ৰথমখন ৰিয়েল এক্সনধৰ্মী চিনেমা Ghost of Maikhuli". East Mojo অসম. https://assam.eastmojo.com/news/culture-entertainment/ghost-of-maikhuli-trailer-release/। আহৰণ কৰা হৈছে: 13 October 2022.[সংযোগবিহীন উৎস]
- ↑ "২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ". দৈনিক অগ্ৰদূত. https://dainikagradoot.in/blog/2023/01/11/new-assamese-movie-anur%E0%A7%A8%E0%A7%AD-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A7%83/। আহৰণ কৰা হৈছে: 26 January 2023.[সংযোগবিহীন উৎস]
| ||||||||||||||||||||||||||