সমললৈ যাওক

প্ৰাঞ্জল শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাঞ্জল শইকীয়া
জন্ম ১৬ জানুৱাৰী ১৯৫২
যোৰহাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক
দাম্পত্যসঙ্গী পূৰ্ণিমা পাঠক শইকীয়া

প্ৰাঞ্জল শইকীয়া (ইংৰাজী: Pranjal Saikia) এজন অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা। তেখেতে ইয়াৰ উপৰিও এজন প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকো। তেখেতে বৰ্তমানলৈ প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰিছে[1]

অভিনীত অসমীয়া চলচ্চিত্ৰ

[সম্পাদনা কৰক]

অভিনীত নাটক

[সম্পাদনা কৰক]
  • টেক্সী দ্ৰাইভাৰ (নাট্যকাৰ- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
  • সাঁকো (নাট্যকাৰ- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
  • চিৰাজ(নাট্যকাৰ - নটসূৰ্য্য ফণী শৰ্ম্মা)
  • কাৰেঙৰ লিগিৰী(নাট্যকাৰ-ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা)
  • নিমাতী কন্যা(নাট্যকাৰ- ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা)
  • জন্মভূমি আদি[1]

প্ৰাপ্ত বঁটা

[সম্পাদনা কৰক]
  • ২০২২ চনত তেওঁক ভাৰত চৰকাৰে ২০১৯ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।
  • ২০২৩ চনত তেখেতক অসম চৰকাৰে ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰে।


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Pranjal Saikia". Axom Artists. ৩০ মে', ২০১২. http://axomartists.blogspot.in/2012/05/pranjal-saikia.html আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]