বৰষা ৰাণী বিষয়া
অৱয়ব
| বৰষা ৰাণী বিষয়া | |
|---|---|
পলে পলে উৰে মন চলচ্চিত্ৰৰ এটি দৃশ্যত বৰষা ৰাণী বিষয়া | |
| জন্ম | ২০ ছেপ্টেম্বৰ, ১৯৮৩ গুৱাহাটী, অসম, ভাৰত |
| ৰাষ্ট্ৰীয়তা | |
| পেচা | অভিনেত্ৰী, নৃত্য নিৰ্দেশক, লোকনৃত্যশিল্পী |
| ধৰ্ম | হিন্দু |
| দাম্পত্যসঙ্গী | ভাস্কৰ বৰুৱা (বি. ২০২১)[1] |
| পিতৃ-মাতৃ | অশোক কুমাৰ বিষয়া হেপী মণি বিষয়া |
| সন্তান | ১ (আদিত্ৰী) |
বৰষা ৰাণী বিষয়া (ইংৰাজী: Barsha Rani Bishaya) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী।[2][3] তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে।[4] চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেখেতৰ যথেষ্ট সুনাম আছে।[5] ২০২১ চনত ভাস্কৰ বৰাৰ সৈতে বিবাপাশত আবদ্ধ হয়।
অভিনয় জীৱন
[সম্পাদনা কৰক]বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে । এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।।[6] তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। [7]
অভিনীত চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক |
|---|---|---|
| ১৯৯৮ | যৌৱনে আমনি কৰে | অশোক কুমাৰ বিষয়া |
| ১৯৯৯ | বুকুৰ মাজত জ্বলে | অশোক কুমাৰ বিষয়া |
| ২০০০ | জোন জ্বলে কপালত | মুন্না আহমেদ |
| ২০০১ | আই লাভ ইউ | অশোক কুমাৰ বিষয়া |
| ২০০২ | মিঠা মিঠা লগনত | অচ্যুত কুমাৰ ভাগৱতী সুশান্ত মজিন্দাৰ বৰুৱা |
| ২০০২ | মাঘত মামণিৰ বিয়া | চন্দ্ৰ মুদৈ |
| ২০০৩ | অৰ্পণ | কৃষ্ণ ফুকন |
| ২০০৩ | জুমন সুমন | মহিবুল হক |
| ২০০৩ | উজনিৰ দুজনী গাভৰু | চন্দ্ৰ মুদৈ |
| ২০০৩ | বিধাতা | মুনিন বৰুৱা |
| ২০০৫ | হিয়াৰ দাপোনত তোমাৰে ছবি | শিবানন বৰুৱা |
| ২০০৫ | চেনাই মোৰ ঢুলীয়া | চন্দ্ৰ মুদৈ |
| ২০০৯ | ধুনীয়া তিৰোতাবোৰ | প্ৰদ্যুত কুমাৰ ডেকা |
| ২০১০ | বসুন্ধৰা[8] | হীৰেন বৰা |
| ২০১১ | তোমাৰ খবৰ | ৰাজীৱ বৰা |
| ২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে |
| ২০১২ | মী এণ্ড মাই ছিষ্টাৰ | ৰাজেশ ভূঞা |
| ২০১৫ | খেল-দ্য গেম | অশোক কুমাৰ বিষয়া |
| ২০১৭ | তুমি আহিবানে | প্ৰেৰণা বৰবৰুৱা |
| ২০১৮ | ৰক্তবীজ | বিশ্বজিৎ বৰা |
| ২০১৮ | তাণ্ডৱ অৱ পাণ্ডৱ | প্ৰীয়ম নিৰ্মল |
| ২০১৯ | ৰত্নাকৰ | যতীন বৰা |
| ২০২১ | ফিচা (ৱেব ছিৰিজ) | সংকল্পজিৎ হাজৰিকা |
| ২০২২ | গুৱাহাটী ডায়েৰিজ | প্ৰশান্ত শইকীয়া |
| ২০২২ | ৰাজনীতি | মঞ্জিত শৰ্মা |
চুটি ছবি
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ |
|---|---|
| ২০২০ | Tell Me It's Grey |
| ২০২১ | Sorry |
| ২০২১ | Fissa |
| ২০২২ | Wrong Number |
| ২০২১ |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | চলচ্চিত্ৰ | বিভাগ | ফলাফল |
|---|---|---|---|---|
| ২০১৩ | প্ৰাগ চিনে এৱাৰ্ড | Me & My Sister | শ্ৰেষ্ঠা মহিলা অভিনেত্ৰী | বিজয়ী |
| ২০১৬ | Khel-The Game | মনোনীত | ||
| ২০২১[9] | ৰত্নাকৰ | বিজয়ী |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Guwahati Diary: Popular Assamese actress Barsha Rani Bishaya ties the knot". https://www.newindianexpress.com/thesundaystandard/2021/feb/28/guwahati-diary-popular-assameseactress-barsha-rani-bishaya-ties-the-knot-2269891.html.
- ↑ "Barsha Rani Bishaya | 'About Assam' – Get Latest News of Assam, Jobs in Assam, Tourism in Assam". Aboutassam.in. 2013-01-25. Archived from the original on 2014-01-11. https://web.archive.org/web/20140111180507/http://aboutassam.in/tag/barsha-rani-bishaya/। আহৰণ কৰা হৈছে: 2013-01-31.
- ↑ rupaliparda.com accessdate: 2013-01-31
- ↑ "57th National Film Awards". Directorate of Film Festivals. পৃষ্ঠাসমূহ: 112–113. http://dff.nic.in/2011/57thNFA.pdf। আহৰণ কৰা হৈছে: 16 January 2013.
- ↑ "janambhumi: Barsha Rani Bishaya's latest Bihu dance video is a heart winner". Archived from the original on 2022-06-23. https://web.archive.org/web/20220623160712/https://janambhumi.in/VG1wUmVrOUVWVFJOUVQwOQ==/Barsha-Rani-Bishayas-latest-Bihu-dance-video-is-a-heart-winner.html.
- ↑ "Guwahati Diary: Popular Assamese actress Barsha Rani Bishaya ties the knot". The New Indian Express. https://www.newindianexpress.com/thesundaystandard/2021/feb/28/guwahati-diary-popular-assameseactress-barsha-rani-bishaya-ties-the-knot-2269891.html। আহৰণ কৰা হৈছে: 2022-07-27.
- ↑ "57th National Film Awards" (PDF). Directorate of Film Festivals. পৃষ্ঠাসমূহ: 112–113. http://dff.nic.in/2011/57thNFA.pdf। আহৰণ কৰা হৈছে: 16 January 2013.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-06-11. https://web.archive.org/web/20130611084328/http://onlinesivasagar.com/movies/basundhara-the-earth-movie.html। আহৰণ কৰা হৈছে: 2018-11-08.
- ↑ (en ভাষাত) Prag Cine Awards 2021: Top awards to top movies of Northeast, https://www.youtube.com/watch?v=PhcbiSNzyrM, আহৰণ কৰা হৈছে: ০৪ মে',২০২২
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰূপালীপৰ্দাত বৰ্ষাৰাণী বিষয়াৰ বিষয়ে
- Barasha Rani Bishaya আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়
- বৰষা ৰাণী বিষয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| ||||||||||||||||||||||||||
