সমললৈ যাওক

তোমাৰ খবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তোমাৰ খবৰ

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক ৰাজীৱ বৰা
চিত্ৰনাট্য মাণিক বৰা
প্ৰযোজক সাৰ্জু আচাৰ্য
অভিনয়ত বৰষাৰাণী বিষয়া
বিকি
ৰাগ ঐণিতম
সম্পাদনা কাজু
সংগীত পৰিচালক মৃণাল কান্তি
প্ৰযোজনা
কোম্পানী
জীৱনধাৰা প্ৰডাকচন
মুক্তি
১৪ অক্টোবৰ, ২০১১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্‌চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে[1] সংগীত পৰিচালনা মৃণাল কান্তিৰ।[2]

বোলছবিখন মূলতঃ পাৰিবাৰিক কাহিনী আৰু ত্ৰিকোণ প্ৰেমৰ আধাৰত নিৰ্মিত। ২০০৮ চনৰ গুৱাহাটী বোমা বিস্ফোৰণৰ ঘটনায়ো কাহিনীত ঠাই পাইছে।[1]

অভিনয়ত

[সম্পাদনা কৰক]

কলা-কুশলী

[সম্পাদনা কৰক]
  • প্ৰযোজনা - সাৰ্জু আচাৰ্য
  • পৰিচালনা - ৰাজীৱ বৰা
  • চিত্ৰনাট্য/সংলাপ - মাণিক বৰা
  • সম্পাদনা - কাজু
  • সংগীত - মৃণাল কান্তি
  • গীতৰ কথা - ডo লোহিন্দ্ৰ শইকীয়া

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল মৃণাল কান্তিয়ে। গীতৰ কথা ডo লোহিন্দ্ৰ শইকীয়াৰ।[1]

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "গুণ গুণ ওঁঠৰ ভাঁজত"  বন্দিছ  
2. "তোমাৰ খবৰ"  দেবজিত সাহা  
3. "বিহুটি আহিছে"  কৃষ্ণমণি চুতীয়া, সুবাসনা দত্ত  
4. "এনেকৈ ভাগে হৃদয়"  নৱনীতা শৰ্মা  
5. "নিলগে নিলগে"  জুবিন গাৰ্গ  
6. "যান্ত্ৰিকতাৰে"  প্ৰিয়ংকা ভৰালী  
7. "গুণ গুণ ওঁঠৰ ভাঁজত (মহিলা)"  জুতিকা পাটগিৰী  

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]