নিকুমণি বৰুৱা
অৱয়ব
নিকুমণি বৰুৱা | |
---|---|
জন্ম | ২৯ জুলাই, ১৯৬৯ অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক |
নিকুমণি বৰুৱা (ইংৰাজী: Nikumoni Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। অভিনয় কৰাৰ উপৰিও তেখেতে কেইখনমান চলচ্চিত্ৰত প্ৰযোজনা কৰিছে[1]৷ প্ৰায় ৯ বছৰ বয়সৰ পৰা তেখেতে অভিনয় কৰি আহিছে৷ বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে[1]৷
অসমীয়া চলচ্চিত্ৰত নিকুমণি বৰুৱা
[সম্পাদনা কৰক]- ৰ’দ্
- ইতিহাস
- সূত্ৰপাত
- মীমাংসা
- ৰেলৰ আলিৰ দুবৰিবন
- যৌৱনে আমনি কৰে
- সোপান
- ভূমিপুত্ৰ
- কালসন্ধ্যা
- বুকুৰ মাজত জ্বলে [1]
- বৈভৱ
- আই লাভ ইউ
- মৎস্যগন্ধা
- মনত বিৰিণাৰ জুই
- অন্তহীন যাত্ৰা
- অধিনায়ক আদি
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Niku Moni Baruah". Assamspider.com. 2010-09-04. http://www.assamspider.com/resources/3378-Niku-Moni-Baruah.aspx। আহৰণ কৰা হৈছে: 2013-02-17.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নিকুমণি বৰুৱা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|