সমললৈ যাওক

সীমা বিশ্বাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীমা বিশ্বাস
Seema Biswas

২০০৯ চনত সীমা বিশ্বাস
জন্ম ১৪ জানুৱাৰী, ১৯৬৫ (৬১ বছৰ)
নলবাৰী, অসম, ভাৰত
পেচা অভিনেত্ৰী
বঁটা, সন্মান, পুৰস্কাৰ আদি জেনী এৱাৰ্ড
শ্ৰেষ্ঠ অভিনেত্ৰী
ৱাটাৰ (২০০৫)

সীমা বিশ্বাস (হিন্দী: सीमा बिस्वास; ইংৰাজী: Seema Biswas) (জন্ম ১৪ জানুৱাৰী, ১৯৬৫) অসমৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী, এখেতে শেখৰ কাপুৰবেণ্ডিত কুইনত (১৯৯৪) ফুলন দেৱী চৰিত্ৰটোৰ অভিনয় কৰিছিল। বলিউদ তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী হিচাপে যথেষ্ট নাম আছে।

সীমা বিশ্বাসে ১৯৯৬ চনৰ বেণ্ডিত কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে চিলভাৰ লটাচ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। তেখেতে ২০০০ চনত সঙ্গীত নাটক একাডেমী পুৰস্কাৰ আৰু ২০০৬ চনত দীপা মেহতাৰ ৱাটাৰ চলচ্চিত্ৰত কৰা শকুন্তলা চৰিত্ৰটোৰ বাবে ২৬তম শ্ৰেষ্ঠা অভিনেত্ৰীৰ জেনী পুৰস্কাৰ লাভ কৰিছিল।

ব্যক্তিগত জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

সীমা বিশ্বাসৰ জন্ম অসমৰ নলবাৰীত[1] হৈছিল। তেখেতৰ পিতৃৰ নাম জগদীশ বিশ্বাস আৰু মাতৃ মীৰা বিশ্বাস। নলবাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি তেখেতে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক উপাধি লাভ কৰে। তাৰপিছত তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (National School of Drama)ত নাম ভৰ্তি কৰে[2]


চলচ্চিত্ৰত অভিনীত চৰিত্ৰসমূহ

[সম্পাদনা কৰক]
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘স্ত্ৰীৰ পত্ৰ’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাস
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জীৱিত য়া মৃত’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাস
বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ
১৯৮৮অমসিনীসাৰদা
১৯৯৪বেণ্ডিত কুইনফুলন দেৱী
১৯৯৬খাম‌ছী: দ্যা মিউছিকেলফ্লেভি জে. ব্ৰিগেঞ্জা
১৯৯৭লেডিছ অনলি
১৯৯৮হাজাৰ চৌৰাশী কী মাচমুৰ মাতৃ
১৯৯৯বিনধাস্তচি বি আই অফিছাৰ
সমৰদুলাৰী
২০০১ধ্যাসপ্ৰভামালতী কাৰভে
২০০২দিৱানগীমনোৰোগ বিশেষজ্ঞ
কোম্পানীৰানীবাই
গৰ্ব: দ্যা ৱাউন্দতনয়া
২০০৩বুমভাৰতী
ভূতবাই
ইয়াৰকাইনেন্সীৰ ননদ
পিঞ্জৰপাগলী মহিলা
২০০৪কায়া তাৰনচিষ্টাৰ আগাঠা
দুবাৰা
এক হাচীনা থীএ চি পি মালতী বৈদ্য
হননমিছেছ হীৰালাল
২০০৫ৱাটাৰশকুন্তলা
মুম্বাই গডফাদাৰ
দ্য হোৱাইট লেণ্ডসুধাৰ মাতৃ
২০০৬বিবাহৰামা
শূন্যপ্ৰধান
জিন্দেগী ৰকছ
২০০৭ছফিয়াদ্যা মেদাম
কামাগাতা মাৰু
অমলস্বপ্না আগৰৱাল
২০০৮ষ্ট্ৰাইকাৰসিদ্ধৰ্থৰ মাতৃ
সৌৰ্য্যকেপ্তেইন জাভেদ খানৰ মাতৃ
কুকিং উইথ ষ্টেলাষ্টেলা
হেভন অন আৰ্থ
২০০৯য়ে মেৰা ইণ্ডিয়াবাই
২০১০লালবাগ পাৰেল মাতৃ
২০১১কুইনচ! ডেষ্টিনি অৱ ডান্সআম্ম
পতংগসুধা
২০১২মিডনাইটছ চিলড্ৰেনমেৰী
২০১৬কথানদীধনেশ্বৰী
ফ্ৰিকী আলীমাতৃ
২০১৭হাফ গাৰ্লফ্ৰেণ্ডমাতৃ
সমীৰমমতাজ খালা
২০১৮ভগা খিৰিকী

বঁটা, পুৰস্কাৰ আৰু সন্মান

[সম্পাদনা কৰক]

ফিল্মফেয়াৰ বঁটা

[সম্পাদনা কৰক]

ষ্টাৰ স্ক্ৰীন বঁটা

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]

সংগীত নাটক একাডেমী বঁটা

[সম্পাদনা কৰক]

জেনী বঁটা

[সম্পাদনা কৰক]
পুৰস্কাৰ
ফিল্মফেয়াৰ বঁটা
পূৰ্বৱৰ্তী
টুইংকল খান্না
বৰসাত চলচ্চিত্ৰৰ বাবে
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী
বেণ্ডিত কুইন ৰ বাবে

১৯৯৬
পৰৱৰ্তী
মহিমা চৌধুৰী
পৰদেশৰ বাবে
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
পূৰ্বৱৰ্তী
দেৱশ্ৰী ৰয়
ইউনিশ এপ্ৰিল চলচ্চিত্ৰৰ বাবে
শ্ৰেষ্ঠ অভিনেত্ৰী
বেণ্ডিত কুইন চলচ্চিত্ৰৰ বাবে

১৯৯৬
পৰৱৰ্তী
টাবু
মাছিচৰ বাবে
জেনী বঁটা
পূৰ্বৱৰ্তী
পাস্কেল বুচ্চিয়েৰেছ
মা ভায়ে এন চিনেমাস্কপৰ বাবে
শ্ৰেষ্ঠ অভিনেত্ৰী
ৱাটাৰৰ বাবে

২০০৬
পৰৱৰ্তী
জুলি লেব্ৰেটন
মৰিছ ৰিছাৰ্ড
সীমা বিশ্বাস
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস (বেণ্ডিত কুইন বোলছবিত)
সীমা বিশ্বাস (হাজাৰ চৌৰাশী কী মা বোলছবিত)
সীমা বিশ্বাস (হাজাৰ চৌৰাশী কী মা বোলছবিত)
সীমা বিশ্বাস (ৱাটাৰ বোলছবিত)
সীমা বিশ্বাস (ৱাটাৰ চলচ্চিত্ৰৰ এটা দৃশ্য)
সীমা বিশ্বাস
সীমা বিশ্বাস (ৱাটাৰ চলচ্চিত্ৰৰ এটা দৃশ্য)


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]