কীৰ্তি সুৰেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কীৰ্তি সুৰেশ

থোদাৰী অডিঅ' উন্মোচনী অনুষ্ঠানত কীৰ্তি
জন্ম ১৭ অক্টোবৰ, ১৯৯২ (৩১ বছৰ)[1]
চেন্নাই, তামিল নাডু, ভাৰত[2]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০০–২০০৫
২০১৩–বৰ্তমানলৈকে
পিতৃ-মাতৃ
  • জি. সুৰেশ কুমাৰ
  • মেনকা

কীৰ্তি সুৰেশ (ইংৰাজী: Keerthy Suresh, জন্ম: ১৭ অক্টোবৰ ১৯৯২) হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। মালয়ালম, তামিল আৰু তেলেগু ভাষাৰ ছবিত কীৰ্তিয়ে সাধাৰণতে অভিনয় কৰে। দাক্ষিণাত্যৰ অভিনেত্ৰী সাৱিত্ৰীৰ জীৱন-আধাৰিত ছবি মহানতী(২০১৮)ত কৰা অভিনয়ৰ বাবে কীৰ্তিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।[3]

কীৰ্তি সুৰেশৰ পিতৃ জি. সুৰেশ কুমাৰ হৈছে এগৰাকী প্ৰযোজক। আৰু মাতৃ মেনকা হৈছে এগৰাকী অভিনেত্ৰী।[4] একবিংশ শতিকাৰ আৰম্ভণিতে এগৰাকী শিশু-অভিনেত্ৰী হিচাপে কীৰ্তিয়ে অভিনয়ৰ জীৱনৰ পাতনি মেলে। ফেছন ডিজাইনিঙৰ পাঠ্যক্ৰম শেষ কৰি তেওঁ পুনৰ ছবিজগতলৈ উভতি আহে। ২০১৩ চনৰ মালায়ালম ছবি গীতাঞ্জলিত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে।[5] পৰৱৰ্তী পৰ্যায়ত কীৰ্তিয়ে "ৰিংগ মাষ্টাৰ" (২০১৪), "ইধু এন্না মায়াম" (২০১৫), "ৰজিনী মুৰুগান" (২০১৬), "ৰেমো" (২০১৬), "নেনো শৈলজা" (২০১৬), "ভৈৰৱা" (২০১৭), "নেনো লোকেল" (২০১৭), "মহানতী" (২০১৮), "ছান্দকোঝী ২" (২০১৮) আৰু "ছৰকাৰ" (২০১৮) আদি ছবিত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কীৰ্তিৰ পিতৃ মালায়ালম ছবিৰ[6] প্ৰযোজক আৰু পৰিচালক জি. সুৰেশ কুমাৰ আৰু মাতৃ এগৰাকী তামিল অভিনেত্ৰী মেনকা।[7][8] তেখেতৰ জ্যেষ্ঠ ভগ্নী হৈছে ৰেৱতী সুৰেশ। চতুৰ্থ শ্ৰেণীলৈকে কীৰ্তিয়ে চেন্নাই, তামিল নাডুতে পঢ়া-শুনা কৰিছিল।[9] চেন্নাইৰ পাৰ্ল একাডেমিত যোগ দিয়াৰ পূৰ্বতে কীৰ্তিয়ে থিৰুৱনন্তপুৰমৰ পট্টোমৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। চেন্নাইৰ পাৰ্ল একাডেমিত তেখেতে ফেশন ডিজাইনিঙত ডিগ্ৰী লয়।[10] স্কটলেণ্ডৰ এটা বিনিময়-কাৰ্যসূচীত অংশ লৈ কীৰ্তিয়ে চাৰি মাহ অতিবাহিত কৰে আৰু লণ্ডনত দুমহীয়া ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰে। অভিনয় জগতত কেৰিয়াৰ গঢ়া কীৰ্তিয়ে কয় যে- তেওঁ "ডিজাইনিঙতো এটা কেৰিয়াৰ গঢ়াৰ কথা" গভীৰভাৱে বিবেচনা কৰিছিল।[11][12]

কৰ্মজীৱন[সম্পাদনা কৰক]

২০০০ চনৰ আৰম্ভণিতে, কীৰ্তি সুৰেশে পিতৃয়ে প্ৰযোজনা কৰা দুই-এখন ছবিত শিশু-শিল্পী হিচাপে অভিনয় কৰে। যেনে-পাইলট(২০০০), কুবেৰান(২০০২) আদি। তাৰ লগতে দুই-এক টেলিভিছনৰ ধাৰাবাহিকতো ভূমুকি মাৰে।[10] কুবেৰানত অভিনয় কৰাৰ ১১ বছৰৰ পাছত, প্ৰিয়দৰ্শনৰ হৰৰ ছবি গীতাঞ্জলীত প্ৰথমবাৰৰ বাবে মুখ্য অভিনেত্ৰীৰ ৰূপত কীৰ্তিয়ে প্ৰদৰ্শ আগবঢ়ায়।[13] ছবিখনত তেখেতে দ্বৈত ভূমিকা ৰূপায়ণ কৰে। শ্বুটিঙৰ সময়তো তেখেতে অধ্যয়ন কৰি আছিল, আৰু চেমিষ্টাৰ ব্ৰেকৰ সময়ত তেখেতে দৃশ্যগ্ৰহণত অংশ লয়।[14] ছবিখনৰ জৰিয়তে তেওঁ মিশ্ৰিত সঁহাৰি লাভ কৰে। "Sify"য়ে কয় যে- She "does put in some effort but makes only a limited impression in a double role" ,[15] আনহাতে ৰেডিফে কয় যে-She "has got a plum role but whether she impresses with her acting prowess is another matter"(। )[16] ২০১৪ চনত কীৰ্তিৰ পৰৱৰ্তী ছবি ৰিং মাষ্টাৰ-এ মুক্তি লাভ কৰে। ছবিখনত তেওঁৰ সহযোগী আছিল দিলীপ। ছবিখনত কীৰ্তিয়ে অন্ধ ছোৱালী এগৰাকীৰ চৰিত্ৰ ৰূপায়ণ কৰে।[17] which she said was much more challenging than her double role in Geethanjali.[18] ছবিখন বাণিজ্যিকভাৱে সফল আছিল।[19][20] আৰু Sifyৰ পৰা "ছুপাৰ হিট"ৰ মৰ্যাদা লাভ কৰিছিল।[21]

২০১৪ চনত, কীৰ্তিয়ে পোনপ্ৰথমবাৰৰ বাবে কেইবাখনো তামিল ছবিৰ লগত চুক্তিবদ্ধ হয়। মুক্তি লাভ কৰা প্ৰথমখন ৰোমাণ্টিক কমেডি আছিল এ.এল. বিজয়ৰ "ইড়ু এন্না মায়াম"(২০১৫)। তেওঁৰ বিপৰীতে অভিনয় কৰিছিল বিক্ৰম প্ৰভুৱে। অৱশ্যে ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ নকৰিলে।[22] সেইটো বছৰত তেখেতে মানে থানে পায়ে, কাভালাই ভেনদম আদি একাধিক ছবিত অভিনয় কৰে।[23]কম সময়ৰ ভিতৰতে তেখেতে ক্ৰমাগতভাৱে দুখন ছবিত অভিনয় কৰে-ৰজিনি মুৰুগান আৰু ৰেমো, একেটা সময়তে প্ৰভু চলন্তৰ থোদাৰিত অভিনেতা ধনুষৰ সৈতে মুখ্য ভূমিকা ৰূপায়ণ কৰে।[24] ২০১৬ চনত তেখেতে প্ৰথমখন তেলেগু ছবি নেনু শৈলজাত অভিনয় কৰে। তেখেতৰ সহযোগী আছিল ৰাম পথিনেনি। ২০১৭ চনৰ জানুৱাৰীত, কীৰ্তিয়ে ভৈৰৱাত আভিনয় কৰে।[25] একেটা বৰ্ষতে তামিল ছবি পাম্ভু ছাট্টাই আৰু তেলেগু ছবি নেনো লোকেলত অভিনয় কৰে।[26][27]

২০১৮ চনৰ আগভাগত, কীৰ্তিয়ে অগ্নায়াথাবাসি আৰু থানা চেৰেন্ধা কোট্টমত অভিনয় কৰে। সেই বছৰতে কীৰ্তিয়ে নাগ অশ্বিনে নিৰ্মাণ কৰা বায়'পিক "মহানতী"ত মুখ্য অভিনেত্ৰী হিচাপে যোগদান কৰে। ছবিখনত তামিল আৰু তেলেগু ভাষাত নিৰ্মিত। ছবিখনত তেখেতে দাক্ষিণাত্যৰ প্ৰয়াত অভিনেত্ৰী সাৱিত্ৰীৰ চৰিত্ৰটি ৰূপায়ণ কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে সমালোচকৰ প্ৰশংসা লাভ কৰে।[28]

২০১৯ চনৰ মধ্যভাগত, কীৰ্তিয়ে "মনমধ-২"ত কেমিঅ' হিচাপে ভূমুকি মাৰে। ছবিখনৰ পৰিচালক আছিল ৰাহুল ৰবিন্দ্ৰন।[29]

২০২০ চনত মুক্তিলাভ কৰা কীৰ্তিৰ শেহতীয়া ছবিখন হৈছে পেংগুইন। থ্ৰিলাৰধৰ্মী ছবিখনৰ পৰিচালক হৈছে ঈশ্বৰ কাৰ্তিক। ছবিখন এমাজন প্ৰাইভ ভিডিঅ'ত ২০২০ চনৰ ১৯ জুনত মুক্তি লাভ কৰে। ছবিখনত কীৰ্তিৰ অভিনয়ক প্ৰশংসা কৰি হিন্দুস্তান টাইমছে কয় যে-"Keerthy Suresh proves yet again she’s an artist with a lot of potential.....she delivers one of her career-best performances."[30]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বৰ্ষ বঁটা শ্ৰেণী ছবি ফলাফল Ref.
২০১৪ তৃতীয় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ শ্ৰেষ্ঠ নৱাগতাৰ বঁটা– মালায়ালম গীতাঞ্জলী বিজয়ী [31]
১৬তম এছিয়ানেট ছবি বঁটা বৰ্ষটোৰ শ্ৰেষ্ঠ মুখ বিজয়ী [32]
২০১৫ এডিছন বঁটা শ্ৰেষ্ঠ মহিলা উদীয়মান তাৰকা ইড়ু এন্না মায়াম বিজয়ী [33]
২০১৬ পঞ্চম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ শ্ৰেষ্ঠ তামিল নৱাগতা বিজয়ী [34]
২০১৭ ৬৪তম ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য তেলেগু ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰী নেনু শৈলজা মনোনীত [35]
ষষ্ঠ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ শ্ৰেষ্ঠ নৱাগতা-তেলেগু মনোনীত [36]
জি তেলেগু গল্ডেন বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত [37]
বৰ্ষটোৰ বিনোদনকাৰী মনোনীত
২০১৮ মেলবোৰ্ণ ভাৰতীয় ছবি মহোৎসৱ শ্ৰেষ্ঠ অভিনেত্ৰী মহানতী মনোনীত [38]
২০১৯ নৰৱে তামিল ছবি মহোৎসৱ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী মহানতী মনোনীত [39]
বিচাৰকৰ বিশেষ বঁটা বিজয়ী
এডিছন বঁটা (ভাৰত) শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [40]
ৰাষ্ট্ৰীয় ছবি বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় ছবি বঁটা মহানতী বিজয়ী [41]
জি চিনে বঁটা – তেলেগু শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী [42]
অষ্টম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ শ্ৰেষ্ঠ অভিনেত্ৰী-তেলেগু বিজয়ী [43]
টি. চুব্বাৰামি ৰেড্ডি-টিভি নাইন ৰাষ্ট্ৰীয় ছবি বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী [44]
[৬৬তম ৰাষ্ট্ৰীয় ছবি বঁটা-দাক্ষিণাত্য শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা-তেলেগু বিজয়ী [45][46]

চলচ্চিত্ৰপুঞ্জী[সম্পাদনা কৰক]

চিহ্ন
Films that have not yet been released Denotes films that have not yet been released
বৰ্ষ নাম চৰিত্ৰ ভাষা টোকা Ref.
2000 Pilots Church kid Malayalam Child artist
2001 Achaneyanenikkishtam Kunjunni's classmate
2002 Kuberan Siddharth's adopted child [47]
2013 Geethaanjali Geetha, Anjali Debut film
2014 Ring Master Karthika
2015 Idhu Enna Maayam Maya Tamil Debut Tamil film
2016 Nenu Sailaja Sailaja Telugu Debut Telugu film
Rajini Murugan Karthika Devi Tamil
Thodari Saroja
Remo Kavya
2017 Bairavaa Malarvizhi
Paambhu Sattai Veni
Nenu Local Keerthi Telugu
2018 Agnyaathavaasi Sukumari
Thaanaa Serndha Koottam Madhu Tamil
Mahanati Savitri Telugu

Tamil

Nadigaiyar Thilagam
Seema Raja Bhoomi Tamil Cameo appearance
Saamy Square Diya Also singer for "Pudhu Metro Rail" [48]
Sandakozhi 2 Sembaruthi
Sarkar Nila
2019 Manmadhudu 2 Suma Telugu Cameo appearance [49]
2020 Penguin Rhythm Tamil
Telugu
Amazon Prime film [50][51]
Marakkar: Arabikadalinte Simham dagger Aarcha Malayalam Post-production [52]
Miss India dagger Manasa Telugu Post- production [53]
Good Luck Sakhi dagger Sakhi Filming [54]
Rang De dagger Anu Filming [55]
Annaatthe dagger ঘোষণা হ’ব Tamil Filming [56]

দূৰদৰ্শনত[সম্পাদনা কৰক]

বৰ্ষ ধাৰাবাহিক চেনেল ভাষা টোকা তথ্যসূত্ৰ
2004 Santhana Gopalam Surya TV Malayalam Child artist [57]
2005 Krishna Kripa Sagaram Amrita TV Malayalam Child artist [58]
2016 Neengalum Vellalam Oru Kodi Star Vijay Tamil Contestant Game reality show

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Happy Birthday Keerthy Suresh". Indian Express India. 17 October 2016. http://indianexpress.com/article/entertainment/regional/keerthy-suresh-thaanaa-serndha-koottam-suriya-nex-film-heroine-3087223। আহৰণ কৰা হৈছে: 17 October 2016. "The actor, who turned 24 on Monday, is the new favourite of Kollywood filmmakers." 
  2. "Keerthy Suresh-Early Life and Personal Details, Career and Net Worth". 14 February 2018. http://highlightsindia.com/keerthy-suresh-early-life-and-personal-details-career-and-net-worth/. 
  3. "Characters Which Has Scope To Perform Excites Me, Says Keerthi Menaka". www.filmibeat.com. 13 June 2014. http://www.filmibeat.com/malayalam/news/2014/characters-scope-to-perform-excites-me-says-keerthi-menaka-145418.html। আহৰণ কৰা হৈছে: 18 November 2014. 
  4. "Menaka was treated like a queen". http://www.newindianexpress.com/entertainment/malayalam/2013/may/13/Menaka-was-treated-like-a-queen-476820.html। আহৰণ কৰা হৈছে: 21 May 2018. 
  5. "SIIMA 2014 Malayalam: 'Drishyam' Gets Best Film Award; Dileep Bags Best Actor Award [ Winners' List]". 15 September 2014. https://www.ibtimes.co.in/siima-2014-malayalam-drishyam-gets-best-film-award-dileep-bags-best-actor-award-winners-list-609100. 
  6. "సినిమా కష్టాలేవీ లేవు...!". www.eenadu.net. Archived from the original on 17 December 2018. https://web.archive.org/web/20181217081956/http://www.eenadu.net/magazines/sunday-magazine/sunday-magazineinner.aspx?catfullstory=10448। আহৰণ কৰা হৈছে: 5 February 2017. 
  7. "Menaka was treated like a queen". Archived from the original on 2016-09-15. https://web.archive.org/web/20160915053227/http://www.newindianexpress.com/entertainment/malayalam/Menaka-was-treated-like-a-queen/2013/05/13/article1587175.ece। আহৰণ কৰা হৈছে: 2020-06-21. 
  8. "Want to play memorable roles like mom". malayalam.filmibeat.com. 13 June 2014. http://malayalam.oneindia.in/movies/news/want-to-play-memorable-roles-like-mom-keerthy-20140613141152-122280.html। আহৰণ কৰা হৈছে: 18 November 2014. 
  9. Gupta, Rinku (7 April 2015). "Mayas Role Is Very Close to My Heart". The New Indian Express. Archived from the original on 2 December 2015. https://web.archive.org/web/20151202070400/http://www.newindianexpress.com/entertainment/tamil/Mayas-Role-Is-Very-Close-to-My-Heart/2015/04/07/article2750813.ece। আহৰণ কৰা হৈছে: 8 December 2015. 
  10. 10.0 10.1 Sathyendran, Nita (25 July 2013). "One for the family". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/one-for-the-family/article4951420.ece। আহৰণ কৰা হৈছে: 18 November 2014. 
  11. "Menaka was treated like a queen". The New Indian Express. Archived from the original on 15 September 2016. https://web.archive.org/web/20160915053227/http://www.newindianexpress.com/entertainment/malayalam/Menaka-was-treated-like-a-queen/2013/05/13/article1587175.ece। আহৰণ কৰা হৈছে: 18 November 2014. 
  12. "Keerthy Suresh". Keerthy Suresh Height, Weight, Age, Affairs, Wiki & Facts. StarsFact. 10 November 2016. https://starsfact.com/keerthy-suresh/। আহৰণ কৰা হৈছে: 13 November 2016. 
  13. "Nishan to romance Keerthi". Nowrunning. 15 July 2013. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129025524/http://www.nowrunning.com/nishan-to-romance-keerthi/74495/story.htm। আহৰণ কৰা হৈছে: 18 November 2014. 
  14. "A star is born". The New Indian Express. Archived from the original on 22 December 2014. https://web.archive.org/web/20141222175306/http://www.newindianexpress.com/entertainment/malayalam/A-star-is-born/2013/11/14/article1875959.ece। আহৰণ কৰা হৈছে: 18 November 2014. 
  15. "Movie Review : Geethanjali". Sify. http://www.sify.com/movies/geethanjali-review-malayalam-15043242.html। আহৰণ কৰা হৈছে: 18 November 2014. 
  16. "Review: Geethanjali disappoints". Rediff. 15 November 2013. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129045722/http://www.rediff.com/movies/report/review-geethanjali-disappoints/20131115.htm। আহৰণ কৰা হৈছে: 18 November 2014. 
  17. "Playing a blind girl is not an easy task: Keerthy Suresh". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news-and-interviews/Playing-a-blind-girl-is-not-an-easy-task-Keerthy-Suresh/articleshow/33651802.cms। আহৰণ কৰা হৈছে: 18 November 2014. 
  18. "Keerthy Suresh on a 'blind' date". Deccan Chronicle. http://www.deccanchronicle.com/140412/entertainment-mollywood/article/keerthy-suresh-%E2%80%98blind%E2%80%99-date। আহৰণ কৰা হৈছে: 18 November 2014. 
  19. "Six months, six months". IndiaGlitz. http://www.indiaglitz.com/six-months-six-months-malayalam-news-109844। আহৰণ কৰা হৈছে: 18 November 2014. 
  20. "Screening the Past". The New Indian Express. Archived from the original on 22 December 2014. https://web.archive.org/web/20141222175313/http://www.newindianexpress.com/entertainment/malayalam/Screening-the-Past/2014/07/01/article2308439.ece। আহৰণ কৰা হৈছে: 18 November 2014. 
  21. "Kerala Box-Office April 10 to June 15 Summer Hits". Sify. http://www.sify.com/movies/boxoffice.php?id=15057846&cid=14625530। আহৰণ কৰা হৈছে: 18 November 2014. 
  22. "The shooting of my first Tamil film is going on: Keerthy Suresh". The Times of India. 17 October 2014. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/The-shooting-of-my-first-Tamil-film-is-going-on-Keerthy-Suresh/articleshow/44847371.cms. 
  23. "Keerthi Suresh is Aari's pair in Krishna's rom-com". The Times of India. http://timesofindia.indiatimes.com/entertainment/tamil/movies/news/Keerthi-Suresh-is-Aaris-pair-in-Krishnas-rom-com/articleshow/41005433.cms। আহৰণ কৰা হৈছে: 18 November 2014. 
  24. "Anushka Shetty wishes Keerthy Suresh luck in K'wood". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Anushka-Shetty-wishes-Keerthy-Suresh-luck-in-Kwood/articleshow/44917200.cms। আহৰণ কৰা হৈছে: 18 November 2014. 
  25. "Bairavaa (Bhairava) 3 weeks box office collection: Vijay's film earns around Rs 110 crore in 22 days". IB Times. 4 February 2017. http://www.ibtimes.co.in/bairavaa-bhairava-3-weeks-box-office-collection-vijays-film-earns-around-rs-110-crore-22-days-714810। আহৰণ কৰা হৈছে: 15 February 2017. 
  26. "Paambhu Sattai Review {2.5/5}: The film is let down by the uneven writing, overlong romance portions and a muddled final act.". https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/paambhu-sattai/movie-review/57823754.cms. 
  27. "Keerthy Suresh's sister warned Keerthy about acting with Nani. Find out why? - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/did-you-know/keerthy-sureshs-sister-warned-keerthy-about-acting-with-nani-find-out-why/articleshow/57035411.cms. 
  28. "Mahanati actor Keerthy Suresh on playing Savirtri: I'm glad I convinced her daughter with my portrayal- Entertainment News, Firstpost". https://www.firstpost.com/entertainment/mahanati-actor-keerthy-suresh-on-playing-savirtri-im-glad-i-convinced-her-daughter-with-my-portrayal-4465101.html। আহৰণ কৰা হৈছে: 21 May 2018. 
  29. "Keerthy Suresh joins Manmadhudu 2". Deccan Chronicle. 7 June 2019. https://www.deccanchronicle.com/entertainment/tollywood/070619/keerthy-suresh-joins-manmadhudu-2.html. 
  30. https://www.hindustantimes.com/regional-movies/penguin-review-keerthy-suresh-delivers-one-of-her-career-best-performances-in-this-emotional-thriller/story-JqaKio2SxiEfFHMrS93G8I.html
  31. "SIIMA 2014 Malayalam Winners". International Business Times. 15 September 2014. https://www.ibtimes.co.in/siima-2014-malayalam-drishyam-gets-best-film-award-dileep-bags-best-actor-award-winners-list-609100?utm_source=Internal&utm_medium=article&utm_campaign=related। আহৰণ কৰা হৈছে: 19 May 2020. 
  32. "16th Ujala Asianet Film Awards 2014 Winners". Kerala TV. https://www.keralatv.in/asianet-film-awards-2014-live/। আহৰণ কৰা হৈছে: 20 May 2020. 
  33. "9th Annual Edison Awards". India Today. https://www.indiatoday.in/movies/photo/edison-awards-2015-thani-oruvan-yet-again-sweeps-maximum-number-of-awards-377945-2016-02-15। আহৰণ কৰা হৈছে: 19 May 2020. 
  34. "SIIMA 2016 Tamil Winners". South Indian International Movie Awards. Archived from the original on 29 July 2016. https://web.archive.org/web/20160729193842/http://siima.in/2016/winners.html। আহৰণ কৰা হৈছে: 19 May 2020. 
  35. "64th Filmfare Awards South 2017: Here is the full nominations' list.". India Today. 2017-06-17. https://www.indiatoday.in/movies/regional-cinema/story/64th-filmfare-awards-south-2017-full-nominations-list-983224-2017-06-17। আহৰণ কৰা হৈছে: 2019-11-26. 
  36. @siima (30 May 2017). "SIIMA 2017 Nominations for BEST DEBUT ACTRESS (Telugu)". https://twitter.com/siima/status/869517134644236288। আহৰণ কৰা হৈছে: 19 May 2020. 
  37. "Zee Telugu Golden Awards 2017 nomination list: Baahubali 2 gets highest nods, will Prabhas get an award?". International Business Times. 2017-12-19. https://www.ibtimes.co.in/zee-telugu-golden-awards-2017-nomination-list-baahubali-2-gets-highest-nods-will-prabhas-get-753807। আহৰণ কৰা হৈছে: 2019-11-26. 
  38. "Padmaavat, Sanju dominate nominations at Indian Film Festival of Melbourne Awards 2018". Firstpost. 2018-07-12. https://www.firstpost.com/entertainment/padmaavat-sanju-dominate-nominations-at-indian-film-festival-of-melbourne-awards-2018-4724031.html। আহৰণ কৰা হৈছে: 2020-01-08. 
  39. "'Pariyerum Perumal' bags Best Film award at Norway Tamil Film Festival". 9 January 2019. https://www.thenewsminute.com/article/pariyerum-perumal-bags-best-film-award-norway-tamil-film-festival-94760। আহৰণ কৰা হৈছে: 2019-11-26. 
  40. "12th Annual Edison Awards". Archived from the original on 2019-12-19. https://web.archive.org/web/20191219080202/http://edisonawards.in/teaawards/more_1.php। আহৰণ কৰা হৈছে: 2019-11-26. 
  41. "66th National Film Awards: Keerthy Suresh bags Best Actress award for her portrayal of Savitri.". India Today. 2019-08-09. https://www.indiatoday.in/movies/regional-cinema/story/66th-national-film-awards-keerthy-suresh-bags-best-actress-award-for-her-portrayal-of-savitri-1579168-2019-08-09। আহৰণ কৰা হৈছে: 2019-11-26. 
  42. "Tollywood's first and biggest Awards event of the Year on Zee Telugu.". Zee News. 2019-01-25. https://zeenews.india.com/regional/tollywoods-first-and-biggest-awards-event-of-the-year-on-zee-telugu-2173969.html। আহৰণ কৰা হৈছে: 2019-11-26. 
  43. "SIIMA 2019 winners full list: Dhanush, Trisha, Prithviraj win big". Indian Express. 17 August 2019. https://indianexpress.com/article/entertainment/regional/siima-awards-2019-winners-rangasthalam-kgf-yash-keerthy-suresh-tamil-telugu-malayalam-kannada-5909506/। আহৰণ কৰা হৈছে: 2019-11-26. 
  44. "Balakrishna, Nagarjuna and Keerthy Suresh among TSR-TV9 film award winners". The News Minute. 2019-02-16. https://www.thenewsminute.com/article/balakrishna-nagarjuna-and-keerthy-suresh-among-tsr-tv9-film-award-winners-96844। আহৰণ কৰা হৈছে: 2019-12-17. 
  45. "Nominations for the 66th Filmfare Awards (South) 2019". Filmfare. https://www.filmfare.com/features/nominations-for-the-66th-filmfare-awards-south-2019_-37931.html। আহৰণ কৰা হৈছে: 20 December 2019. 
  46. "Winners of the 66th Filmfare Awards (South) 2019". Filmfare. https://www.filmfare.com/news/bollywood/winners-of-the-66th-filmfare-awards-south-2019_-38163.html। আহৰণ কৰা হৈছে: 22 December 2019. 
  47. "Did you know Keerthy Suresh is the kid who played Dileep's daughter in 'Kuberan'? - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/did-you-know/did-you-know-keerthy-suresh-is-the-kid-who-played-dileeps-daughter-in-kuberan/articleshow/70622120.cms. 
  48. Anupama Subramanian. "Keerthy Suresh sings for Saamy Square". https://www.deccanchronicle.com/entertainment/kollywood/280718/keerthy-suresh-sings-for-saamy-square.html। আহৰণ কৰা হৈছে: 28 July 2018. 
  49. "After Samantha Akkieneni, Keerthy Suresh joins Nagarjuna's Manmadhudu 2 for a cameo". India Today. 5 June 2019. https://www.indiatoday.in/movies/regional-cinema/story/after-samantha-akkieneni-keerthy-suresh-joins-nagarjuna-s-manmadhudu-2-for-a-cameo-1543137-2019-06-05। আহৰণ কৰা হৈছে: 19 May 2020. 
  50. "It's Official: Keerthy Suresh's Penguin to release on June 19". The Times of India. 15 May 2020. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/its-official-keerthy-sureshs-penguin-to-release-on-june-19/articleshow/75751730.cms। আহৰণ কৰা হৈছে: 19 May 2020. 
  51. "Now, PVR "disappointed" with films going directly to streaming platforms". Outlook India. https://www.outlookindia.com/newsscroll/now-pvr-disappointed-with-films-going-directly-to-streaming-platforms/1835159. 
  52. "Keerthy Suresh's First Look For 'Marakkar Arabikadalinte Simham' Revealed". Republic World. 19 January 2020. https://www.republicworld.com/entertainment-news/television-news/keerthy-sureshs-first-look-for-marakkar-arabikadalinte-simham.html। আহৰণ কৰা হৈছে: 19 May 2020. 
  53. "Watch: Keerthy Suresh is all style in 'Miss India' teaser". 26 August 2019. Archived from the original on 2019-08-26. https://web.archive.org/web/20190826144818/https://www.thenewsminute.com/article/watch-keerthy-suresh-all-style-miss-india-teaser-107861?amp. 
  54. "Keerthy Suresh plays a sharpshooter in Nagesh Kukunoor's 'Good Luck Sakhi'". 30 October 2019. https://www.indiatoday.in/amp/movies/regional-cinema/story/keerthy-suresh-plays-a-sharpshooter-in-nagesh-kukunoor-s-good-luck-sakhi-1614134-2019-10-30. 
  55. "Rang De: Keerthy Suresh, Nithiin kick-starts their shoot with a Pooja!". 8 October 2019. https://jfwonline.com/article/rang-de-keerthy-suresh-nithiin-kick-start-their-shoot-with-a-pooja/. 
  56. "Rajinikanth's starts shooting for 'Thalaivar 168' in Hyderabad today". 18 December 2019. https://m.timesofindia.com/entertainment/tamil/movies/news/rajinikanths-starts-shooting-for-thalaivar-168-in-hyderabad-today/amp_articleshow/72865881.cms. 
  57. ഞാന്‍ കീര്‍ത്തി; മേനകയുടെ മകള്‍. mangalam.com (16 August 2013). Retrieved on 26 January 2014.
  58. "As a child artist – Keerthy Suresh: Interesting facts about the 'Mahanati' actress – The Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/photo-features/keerthy-suresh-interesting-facts-about-the-mahanati-actress/as-a-child-artist/photostory/64093231.cms। আহৰণ কৰা হৈছে: 24 August 2018.