সমললৈ যাওক

প্ৰিয়ামণি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিয়ামণি
জন্ম প্ৰিয়া বাসুদেব মণি আয়াৰ[1]
৪ জুন, ১৯৮৪ (৪২ বছৰ)[2][3][4]
বেঙ্গালুৰু, কৰ্ণাৰত, ভাৰত
পেচা
  • মডেল
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৩-বৰ্তমানলৈ
উচ্চতা ১.৬৮ মিটাৰ (U=ft}})[1]
দাম্পত্যসঙ্গী মুস্তাফা ৰাজ (বি. ২০১৭)
আত্মীয়-স্বজন চাওক প্ৰিয়ামণি পৰিয়াল

প্ৰিয়া বাসুদেব মণি আয়াৰ (ইংৰাজী: Priya Vasudev Mani Iyer, জন্ম ৪ জুন ১৯৮৪) প্ৰিয়ামণি হিচাবে পৰিচিত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী প্ৰাক্তন মডেল, তেওঁ তেলুগু, কন্নড়, তামিল, মালায়ালাম আৰু হিন্দী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটাৰ লগতে বিভিন্ন ভাষাৰ চলচ্চিত্ৰৰ তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

বেঙ্গালুৰুত জন্ম আৰু ডাঙৰ হোৱা প্ৰিয়ামণিয়ে চলচ্চিত্ৰত কেৰিয়াৰৰ গঠন কাৰাৰ আগতে মডেল হিচাবে কাম কৰিছিল। ২০০২ চনত, তেওঁ বক্স অফিচত ফ্লপ হোৱা তেলুগু ছবি 'এভেৰ আটাগাডু' (২০০৩) -ত প্ৰধান চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল। ২০০৭ চনত তামিল ৰোমাণ্টিক নাটক 'পাৰুথিভেৰান'ত তেওঁ গাঁৱলীয়া বালিকা মুথাজাগীৰ চৰিত্ৰত অভিনয়ৰ কৰাৰ বাবে ব্যাপক পৰিচিত অৰ্জন কৰিছিল, সেই অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। সেই বৰ্ষতে তেওঁ এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰ্থ-কল্পনা চলচ্চিত্ৰ 'ইয়ামডোঙ্গা'ৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল।[5] ২০০৮ চনত, প্ৰিয়ামণি মালায়ালাম ৰোমাঞ্চ 'থিৰাক্কাথা'ত মালবিকা চৰিত্ৰত অভিনয়ৰ বাবে আৰু সমালোচিত প্ৰশংসা পাইছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰী - মালায়ালামৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[6] পিছৰ বছৰত কন্নড় ছবিত তেওঁ প্ৰথম অভিনয়ত আহিছিল ৰোমাণ্টিক কমেডী ৰামৰ সৈতে, যি এটি ডাঙৰ সমালোচনা আৰু বাণিজ্যিকভাৱে সাফল্য ছবি হিচাবে প্ৰমাণিত হৈছিল। প্ৰিয়মণি মণি ৰত্নমৰ দ্বিভাষিকৰ জৰিয়তে যথাক্ৰমে ৰাৱণ আৰু ৰাৱণন শিৰোনামৰ তামিল আৰু হিন্দী মহাকাব্য চলচ্চিত্ৰৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰৰ সূচনা কৰিছিল। ২০১২ চনত, 'থাই ফিল্ম এলন'ৰ ওপৰত ভিত্তি কৰি বহুভাষিক ছবি 'চাৰুলথা'ত তেওঁ সমালোচনা প্ৰশংসা আৰু ফিল্মফেয়াৰত তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিছিল। তেওঁ কন্নড়/তেলুগু থ্ৰিলাৰ ফিল্ম আইডল ৰামায়ণ (২০১৬)/মন ওৰি ৰামায়ণাম (২০১৬) ৰ ভূমিকাত আৰু সাফল্য অৰ্জন কৰিছিল, য’ত তেওঁক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীলৈ মনোনীত কৰিছিল। বৰ্তমান তেওঁ দক্ষিণ ভাৰতীয় টেলিভিচনৰ অনুষ্ঠানগত সক্ৰিয়, তেওঁ কিছুমান নৃত্যৰ ৰিয়েলিটি শ্ব’টো বিচাৰক হিচাপে কাম কৰিছিল। ২০১৯ চনৰ চেপ্তেম্বৰত প্ৰচাৰিত এমাজন চিৰিজত ‘দ্য ফেমেলি মেন’ৰ ভূমিকাত তেওঁ প্ৰশংসা পাইছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

প্ৰিয়ামণি কৰ্ণাটকৰ বেঙ্গালুৰুত জন্মগ্ৰহণ কৰিছিল।[7] তেওঁ স্কুলীয়া জীৱনত কাঞ্চিপুৰম চিল্ক, ইৰোড চিল্ক আৰু লক্ষ্মী চিল্কত মডেল কৰিছিল। তেওঁ যেতিয়া দ্বাদশ শ্ৰেণীত পঢ়ে, তামিল পৰিচালক ভাৰতীৰাজে তেওঁক চলচ্চিত্ৰ জগতৰ সৈতে পৰিচয় কৰি দিয়ে। তেওঁৰ পিতৃ বাসুদেব মণি, যি তামিল পৰিবাৰৰ পলক্কাদৰ বাসিন্দা আৰু এটি বৃক্ষৰোপণৰ ব্যৱসায়ৰ মালিক আৰু তেওঁৰ মাতৃ, জাতীয় স্তৰৰ বেডমিণ্টন খেলৈ, লতামণি, যি তিৰুৱনন্তপুৰমৰ বাসিন্দা, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ বেংক মেনেজাৰ আছিল। তেওঁৰ ডাঙৰ ভাই বিশাষ, যিয়ে তেওঁৰ পিতৃৰ সৈতে বাগানৰ ব্যৱসায়ত থাকে। স্কুলত থকা সময়ত, তেওঁ বহিঃৰাগৰ কাৰ্যকলাপত আৰু খেলা-ধুলাত সক্ৰিয়ভাৱে অংশ লৈছিল।[8] তেওঁ কৰ্ণাটীক কণ্ঠশিল্পী কমলা কৈলাসৰ নাতিনী।[9] তেওঁ অভিনেত্ৰী বিদ্যা বালানৰ cousin আৰু নেপথ্য গায়ক মালগুড়ি শুভাৰ niece।[10][11]

তেওঁ স্কুলীয়া শিক্ষা শেষ কৰি, প্ৰিণ্ট বিজ্ঞাপনসমূহৰ বাবে মডেলিং কৰিছিল। প্ৰিয়ামণিয়ে মনোবিজ্ঞানত বিএ ডিগ্ৰী লয়।[12]

কৰ্মৰাজি

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কৰ্মৰাজি

[সম্পাদনা কৰক]

প্ৰিয়ামণিৰ তেলুগু চলচ্চিত্ৰ 'এভেৰ আটাগাডু' দ্বাৰা আত্মপ্ৰকাশ কৰে। তাৰপিছত তেওঁ 'সত্যম' মালায়ালাম ফিল্ম ইণ্ডাষ্ট্ৰিত আত্মপ্ৰকাশ কৰিছিল, কিন্তু এই ছবিখন বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম নহয়।[9] ২০০৫ চনত নাটক 'অধু ওৰু কানা কালাম' অভিনয়ৰ জৰিয়তে তেওঁ তামিল চলচ্চিত্ৰ পৰিচালক ও চিনেমাটোগ্ৰাফাৰ বালু মহেন্দ্ৰ দ্বাৰা স্বাক্ষৰিত হয়। মুক্তিৰ আগত, ববিথে কৈছিল যে, “প্ৰিয়ামণিয়ে চিনেমাখনত এটি দুৰ্দান্ত অভিনয় কৰিছে। তেওঁৰ অভিনয় প্ৰশংসিত হ’ব।” ("Priyamani has come up with an excellent performance in the movie. Her performance would be widely acclaimed.")[13] 'অধু ওৰু কানা কালাম' সমালোচকসকলোৰ দ্বাৰা প্ৰশংসিত হ’লেও ছবিখন বক্স অফিচত ব্যৰ্থ হৈছিল,[14] কিন্তু তেওঁ ছবিত অভিনয় কৰাৰ বাবে প্ৰশংসা অৰ্জন কৰিছিল।[15][16] ২০০৬ চনত, প্ৰিয়ামণিয়ে তেলুগু ছবি 'পেল্লাইনা কোঠালো'ত অভিনয় কৰিছিল। এই ছবিখন জনপ্ৰিয় হৈছিল আৰু তেওঁ তিনখন তেলুগু ছবিত সুযোগ পাইছিল।[9][17][18]

২০০৭-বৰ্তমানলৈ

[সম্পাদনা কৰক]
'ৰক্ত চৰিত্ৰ ২' ছবিত প্ৰিয়ামণি

আমিৰ চুলতান পৰিচালিত ২০০৭ চনৰ 'পাৰুথিউৰেন'ত যেতিয়া তেওঁ অভিনেতা কাৰ্তি শিৱকুমাৰৰ সৈতে অভিনয় কৰিছিল তেতিয়া প্ৰিয়ামাণিয়ে তেওঁৰ অভিনয়ৰ শংসাপত্ৰ আৰু বাণিজ্যিক আবেদন প্ৰমাণ কৰিব পাৰিছিল। মাদুৰাইয়ৰ এটি গাঁৱলীয়া বিষয় এক কুখ্যাত তৰুণ গাঁৱবাসীৰ গল্প বুলিছিল,[19][20][21] ছবিখন সমালোচকসকলোৰ পৰা প্ৰশংসা অৰ্জন কৰিছিল আৰু বক্স অভিচৰ ব্লকবাষ্টাৰত অবাক কৰি দিছিল।[22][23] প্ৰিয়মণিৰ অভিনয় সমালোচকসকলোৰ দ্বাৰা সৰ্বসন্মতভাৱে প্ৰশংসিত হৈছিল। তেওঁ 'জাতীয় চলচ্চিত্ৰ বঁটা' পাইছিল,[24] ইয়াৰ পিছত 'দক্ষিণ ফিল্মফেয়াৰ বঁটা',[25] 'তামিলনাডু ৰাজ্য ফিল্ম বঁটা' আৰু এটা 'ওচিয়ান চিনেফেন ফেশ্বটিভেল অফ এছিয়ান এণ্ড আৰব চিনেমা' বঁটা লাভ কৰিছিল।[26]

২০০৭ চনত তেলুগু ছবি 'ইয়ামডোঙ্গা'[27][28][29] আৰু 'মালাইকোটাই'[30][31][32] তামিল ছবিত তেওঁ আৰু বাণিজ্যিকভাৱে সফলতা লাভ কৰে। ২০০৮ চনত তেওঁ মালয়ালম ছবি 'তিৰক্কাথা'ত তেওঁ অভিনয়ৰ বাবে আকৌ সমালোচকসকলোৰ পৰা প্ৰশংসা লাভ কৰে, য’ত তেওঁ প্ৰয়াত চিত্ৰনায়িকা শ্ৰীবিদ্যাৰ অশান্ত জীৱনৰ বাস্তৱ জীৱনৰ গল্প অৱলম্বন কৰি ৰচা এটি চৰিত্ৰত অভিনয় কৰিছিল।[33] তেওঁ তেওঁৰ অভিনয়ৰ বাবে পুনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[34] তামিল ভাষাত, ২০০৮ চনত তেওঁৰ একক প্ৰকাশ হৈছিল : থোটা। [উদ্ধৃতিৰ প্ৰয়োজন]

২০০৯ চনত তেওঁৰ দুখন তামিল ছবি মুক্তি পায়, 'মসলা ফিল্ম আৰুমুগাম' আৰু মালয়ালম ব্লকবাষ্টাৰ ছবি 'ক্লাচমেতচ্‌'ৰ পুননিৰ্মাণ ছবি,[35][36] 'নিনৈথালে ইনিক্কুম' শিৰোনামেৰে। পূৰ্বতে ব্যৱসায়িক ব্যৰ্থতা আছিল:[37][38] তেওঁৰ কন্নাড় ভাষাৰ আত্মপ্ৰকাশৰ চলচ্চিত্ৰ ৰাম বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল।[39][40][41][42] সেই বৰ্ষতে তেওঁৰ তিনিখন তেলুগু ছবি মুক্তি পাইছিল, অৱশ্যে, (দ্ৰোণ, মিত্ৰুডু, প্ৰভাৰখ্যুডু) বক্স অফিচত ইমান সফল নহ’ল।[43][44][45] ২০১০ চনত তেওঁ ব্যঙ্গাত্মক চলচ্চিত্ৰ 'প্ৰানচিয়েতান এণ্ড দ্যা চেণ্ট'ত অভিনয় কৰিছিল যি ২০০৫ চনৰ পিছৰ দীৰ্ঘকালীন চলন্ত মালয়ালম ছবিত পৰিণত হৈছিল।[46] ছবিত মুম্বাই-ভিত্তিক ইণ্টিৰিয়ৰ ডেকৰেটাৰৰ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰলৈ মনোনীত হৈছিল।

পৰৱৰ্তীকালত পৰিচালক মণি ৰত্নমৰ দ্বিভাষিক চলচ্চিত্ৰৰ বাবে যথাক্ৰমে তামিল আৰু হিন্দীত ৰাৱণান আৰু ৰাৱণৰ বাবে চুক্তিবদ্ধ হয়।[47] ইয়াৰ পিছত, 'পাৰ্থিভেৰান'ত তেওঁ জাতীয় পুৰস্কাৰ-বিজয়ী অভিনয় দেখি বলিউডৰ পৰিচালক-প্ৰযোজক ৰাম গোপাল বৰ্মাৰ ত্ৰিভাষিক ছবি 'ৰক্ত চৰিত্ৰ'ৰ বাবে তেওঁক অভিনেত্ৰী হিচাপে লোৱাৰ সিদ্ধান্ত লয়।[48] তেওঁৰ কন্নড় চলচ্চিত্ৰ বিষ্ণুবৰ্ধন ব্লকবাষ্টাৰ হিট হয়।[49][50] আৰু পিছত তেওঁ 'অন্না বণ্ড'ত অভিনয় কৰিছিল,[51] যদিও চলচ্চিত্ৰখন সমালোচকসকলোৰ দ্বাৰা বেয়া বুলি গ্ৰহণ কৰা হৈছিল আৰু ৰেডিফৰ “মোষ্ট হতাশাৰ কন্নড় ফিল্মচ্‌ অফ ২০১২” তালিকাত স্থান পায়,[52] ই বক্স অফিচত এটি সফল উদ্যোগত পৰিণত হৈছিল।[53] তেওঁ বলিউড ছবি 'চেন্নাই এক্সপ্ৰেচ'ত এটি আইটেম নম্বৰত হাজিৰ হৈছিল।[54] তেওঁ এটি মালয়ালম চলচ্চিত্ৰ, 'ট্ৰু ষ্ট’ৰি' আৰু তেলুগু চলচ্চিত্ৰ 'চণ্ডিৰ শ্বুটিং' শেষ কৰিছিল, য’ত তেওঁ এগৰাকী মুক্তিযোদ্ধাৰ নাতিনী গঙ্গাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি তেওঁৰ পৰিবাৰক যি সমস্যাৰ মুখোমুখি হৈছিল তাৰে প্ৰতিশোধ লৈছিল।[55] তেওঁ ২০১৪ চনৰ কন্নড় ছবি 'আম্বৰেশ'ত 'দৰ্শন'ৰ বিপৰীতে অভিনয় কৰিছিল।[56][57]

২০১৪ চনত, তেওঁ পিটা বিজ্ঞাপন প্ৰচাৰৰ পক্ষত আছিল, জনসাধাৰণক পিঞ্জৰা বাঘৰ বৈশিষ্ট্যযুক্ত চিৰিয়াখানাটো বৰ্জন কৰাৰ আহ্বান জনাইছিল।[58][59][60] 'দ্যা ফেমিলি মেন'ত মনোজ ভাজপাইৰ চুপাৰ স্পাইৰ স্মাৰ্ট, সুন্দৰ আৰু দক্ষ স্ত্ৰী হিচাবে ৱেব চিৰিজ জগতত অভিনয় কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰিয়ামণি ২০১৭ চনৰ ২৩ আগষ্টত এটি অনুষ্ঠানত মুস্তফা ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[61]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৬) - 'পাৰুথিভেৰান'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তামিলনাডু ৰাজ্য চলচ্চিত্ৰ বঁটা (২০০৬) - 'পাৰুথিভেৰান'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিকাটান বঁটা (২০০৬) - 'পাৰুথিভেৰান'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল (২০০৭) - 'পাৰুথিভেৰান'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিজয় বঁটা (২০০৭) - 'পাৰুথিভেৰান'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - মালায়লম (২০০৮) - 'থিৰাক্কাথা'
  • মননীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা (২০০৯) - 'ৰাম'
  • শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে চান্দালউড ষ্টাৰ বঁটা (২০১১) - 'বিষ্ণুবৰ্ধন'
  • মননীত—শ্ৰেষ্ঠ ঋণাত্মক চৰিত্ৰৰ বাবে বাংগালুৰু টাইমচ্ ফিল্ম বঁটা (২০১১) - 'বিষ্ণুবৰ্ধন'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – কন্নড় (২০১২) - 'চাৰুলথা'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে SIIMA বঁটা (২০১২) - 'চাৰুলথা'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সুবৰ্ণ ফিল্ম বঁটা (২০১২) - 'চাৰুলথা'
  • শ্ৰেষ্ঠ চেলিব্ৰিটি বিচাৰকৰ বাবে এছিয়াভিশ্বন টেলিভিচন বঁটা (২০১৫) - 'ডি২ - ডি৪ ডাঞ্চ'
  • মননীত—শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – তেলুগু (২০১৬) - 'মন ওৰি ৰামায়ণাম'
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে টিএছআৰ টিভি৯ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - কন্নড় (২০১৮)- 'দ্বজা'

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
টোকা
এতিয়াও মুক্তি লাভ কৰা নাই এতিয়াও মুক্তি লাভ কৰা নাই
চনচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০০৩ইভাৰে এটাগাদুপ্ৰিয়ামণিতেলুগু
২০০৪ কাংগালাল কৈধু চেইদিব্যা সাদাগোপ্পানতামিল
সত্যমসনামালায়লম
২০০৫অধু ওৰু কানা কালামতুলসীতামিল
অট্টা নানায়ামৰেস্মামালায়লম
২০০৬পেলৈনা কথালোলক্ষ্মীতেলুগু
মধুমিৰ্চিতামিল
২০০৭পাৰুথিভিৰামমুথাজাগুশ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৬)
ট’চনেইনাতেলুগু
য়ামাদঙ্গামহেশ্বৰী
নৱ বাচান্তামঅঞ্জলি
মালৈকোট্টাইমালাৰতামিল
২০০৮থোটানলিনা
থিৰাকাথামালবিকামালায়লম
হাৰে ৰামঅঞ্জলিতেলুগু
কিংঅজ্ঞাত"নুভু ৰেডী নেনু ৰেডী" গীতত স্পেচিয়েল এপিয়াৰেঞ্চ
২০০৯দ্ৰণাইন্দু
মিথ্ৰুদুইন্দু
পুথিয়া মুখামঅঞ্জনামালায়লম
আৰুমুগামযামিনীতামিল
নিনৈথালে ইনিক্কুমমীৰা
প্ৰাভাৰাখ্যুদুসৈলাজাতেলুগু
ৰামপূজাকন্নড়
২০১০চামবু শিৱা চামবুমুনিম্মাতেলুগু
সধ্যামচৌহানী
গুলিমাৰপৱিত্ৰা
ৰাৱণনভিন্নীলাতামিল
ৰাৱণযমুনাহিন্দী
প্ৰাঞ্চিয়েত্তান এণ্ড দ্যা চেইণ্টপদ্মশ্ৰীমালায়লম
এনো অনথাৰামধুমথীকন্নড়
ৰক্ত চৰিত্ৰ -২ভৱানীহিন্দী
ৰক্ত চৰিত্ৰ -২ ভৱানী তামিল
ৰাগাদাপ্ৰিয়া/
অস্তলক্ষ্মমী
২০১১ৰাজমাইথেলী
কশেস্ত্ৰানাগা পেনচালামা/
চহিনী আগৰৱাল
বিষ্ণুবৰ্ধনমীৰাকন্নড়
২০১২ক’ ক’কৌৱেৰী
উল্লামকবিতাতামিলপ্ৰথম ছবি; প্ৰত্যক্ষভাৱে টেলিভিচনত
অন্না বণ্ডমীৰাকন্নড়
গ্ৰেণ্ডমাষ্টৰদীপ্তিমালায়লম
চাৰুলতাচাৰু/লতাতামিল
কন্নড়বিলিংগুৱেল
২০১৩লক্ষ্মীপ্ৰিয়া
চেন্নাই এক্সপ্ৰেছডাঞ্চৰহিন্দী"ৱান টু থ্ৰী ফ’ৰ গেট অন দ্যা ডাঞ্চ ফ্ল’ৰ" গীতত স্পেচিয়েল এপিয়াৰেঞ্চ।
চান্দীগংগা/চান্দীতেলুগু
২০১৪আলিচ: এ ট্ৰু ষ্ট’ৰীআলীচ/উমামালায়লম
নজাঙ্গালুদে ভেট্টিল অথিধিকালভৱানা
অমবাৰেশস্মিতাকন্নড়
২০১৫ৰান্নানিজে"হোৱাট টু ডু" গীতত স্পেচিয়েল এপিয়াৰেঞ্চ।
২০১৬কাথে চিত্ৰাকাথে নিৰ্দেশনা পুট্টান্নাগীতাঞ্জলি
কল্পনা ২কল্পনা
দানা কোয়নুজুম্মী
আইডল ৰামায়ণাসুচীলা
মন ওৰি ৰামায়ণমতেলুগু
২০১৭চওকামাৰীয়া ডি চৌজাকন্নড়
২০১৮ধ্বজাৰম্যা
আচিক ভান্না দিভাচামচাইনীমালায়লম
২০১৯ পাথিনেত্তাম পাদী গৌৰী বাসুদেৱ কেমিঅ’ এপিয়াৰেঞ্চ।
নান্না প্ৰাকাৰা ড॰ আম্ৰুতা কন্নড়
২০২০ অতীত জানৱী হিন্দী জি৫ অৰিজিনেল ফিল্ম
বিৰাট পাৰভাম ১৯৯২ Films that have not yet been released কমৰেড ভাৰাটাক্কা তেলুগু ফিল্মিং[62][63][64][65]
নাৰাপ্পাFilms that have not yet been released সুন্দৰমা ফিল্মিং[66][67][68][69]
শিৰিভেনেল্লাFilms that have not yet been released ঘোষণা হ’ব প’ষ্ট প্ৰডাকচন[70][71][72][73]
ড॰৫৬ Films that have not yet been released ঘোষণা হ’ব কন্নড় ফিল্মিং[74][75]
২০২১ মৈদান Films that have not yet been released ঘোষণা হ’ব হিন্দী ফিল্মিং[76]

টেলিভিচন

[সম্পাদনা কৰক]

ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপে

[সম্পাদনা কৰক]
বচৰঅনুষ্ঠানভাষাচেনেলটোকা
২০১৪ডি ৪ ডাঞ্চমালয়ালমমজাভীল মনোৰমা
২০১৫ডি ২ - ডি ৪ ডাঞ্চ
ডাঞ্চিং ষ্টাৰ ২কন্নড়ইটিভি কন্নড়
২০১৬ডাঞ্চিং ষ্টাৰ জুনিয়ৰ
কিংচ্‌ অফ ডাঞ্চতামিলষ্টাৰ বিজয়
ডি ৩ - ডি ৪ ডাঞ্চমালয়ালমমজাভীল মনোৰমাশ্ৰেষ্ঠ চেলিব্ৰিটি বিচাৰকৰ বাবে এছিয়াভিশ্বন টেলিভিচন বঁটা
ডাঞ্চিং ষ্টাৰ ৩ কন্নড় কালাৰ্চ কন্নড়
২০১৭ ডি ৪ জুনিয়ৰ বনাম (v/s) চেনিয়ৰ মালয়ালম মজাভীল মনোৰমা
ডাঞ্চ জড়ি ডাঞ্চ ২তামিলজি তামিল
ধী ১০তেলুগুইটিভি তেলুগু
২০১৮-২০১৯ ধী ১১ইটিভি তেলুগু
২০১৮মাষ্টৰ ডাঞ্চাৰকন্নড়কালাৰ্চ কন্নড়চেলিব্ৰিটি বিচাৰক
২০১৮-২০১৯ডাঞ্চ কেৰালা ডাঞ্চমালয়ালমজি কেৰালাম
২০১৯টিচ বেষ্ট পাৰ্টনাৰমজাভীল মনোৰমা
কেৰালা ডাঞ্চ লীগঅমৃতা টিভিচেলিব্ৰিটি বিচাৰক
কমেডী ষ্টাৰচ্‌এছিয়ানেটচেলিব্ৰিটি বিচাৰক
ডি৫ জুনিয়ৰমজাভীল মনোৰমাগ্ৰেণ্ড ফাইনেল জুৰি
২০১৯-২০২০কমেডী ষ্টাৰচ্‌ ৱেকেণ্ড চেলেঞ্জএছিয়ানেট
ডাঞ্চ জড়ি ডাঞ্চ ৩.০তামিলজি তামিজ

অন্যান্য শ্ব’

[সম্পাদনা কৰক]
চনঅনুষ্ঠানচৰিত্ৰভাষাচেনেলটোকা
২০০৯অনাচাল্লাপামনিজেমালয়ালমএচিভিঅতিথি
২০১৩প্ৰেমাথহ মী লক্ষ্মীতেলুগুইটিভি তেলুগু
ইএনমালয়ালমএছিয়ানেট নিউজ
২০১৪ বিগ স্ক্ৰীণকৈৰালী টিভিঅতিথি
২০১৫বিগ বস ৩কন্নড়কালাৰ্চ কন্নড়
ডাঞ্চিং টকিজ
২০১৬ আই পাৰচনেলীমালয়ালমকাপ্পা টিভিগেষ্ট এপিয়াৰেঞ্চ
মাজা টকিজকন্নড়কালাৰ্চ কন্নড়
বাডাই বুংগালৱমালয়ালমএছিয়ানেট
জেবি জাংকচনকৈৰালী টিভি
গেট চেট চাটকৌমুডী টিভি
লাঘিং ভিল্লাসূৰ্য্য টিভি
কমেডী চুপাৰ নাইট ২ফ্লৱাৰচ্‌ টিভি
অন্নুম অন্নুম মোনুমাজাভীল মনোৰমা
আলিথো চাৰাদাগাতেলুগুইটিভি তেলুগু
২০১৭ ৱেকেণ্ড ৱিথ ৰমেশকন্নড়জি কন্নড়গেষ্ট এপিয়াৰেঞ্চ
হেণ্ড অফ গডইলীনামালয়ালমমাজাভীল মনোৰমাচুটি ছবি
২০১৮ মাজা টকিজ গেষ্ট এপিয়াৰেঞ্চ কন্নড়কালাৰ্চ চুপাৰ
চাধানীম্মোনদিগ্গে উদয় টিভি
২০১৯ফেমাছলী ফিল্মফেয়াৰআঁচৰমালয়ালম এমএক্স প্লেয়াৰ
কন্নড়
ৱাইটঅন্ধ নাৰীইংৰাজীচুটি ছবি

ৱেব চিৰিজ

[সম্পাদনা কৰক]
চন শিৰোনাম চৰিত্ৰ ভাষা চেনেল টোকা
২০১৯ দ্য ফেমিলি মেন সুচিত্ৰা হিন্দী প্ৰাইম ভিডিঅ’

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "উচ্চতা". Imdb. https://m.imdb.com/name/nm1421465/ আহৰণ কৰা হৈছে: 16 July 2020.
  2. P.K. Ajith Kumar. "Director’s actor". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/article1434549.ece আহৰণ কৰা হৈছে: 19 April 2016.
  3. James, Anu (4 June 2015). "Happy Birthday Priyamani: Celebs Wish 'D4 Dance' Judge on her Special Day". International Business Times. http://www.ibtimes.co.in/happy-birthday-priyamani-celebs-wish-d4-dance-judge-her-special-day-photos-634654 আহৰণ কৰা হৈছে: 19 April 2016. "Priyamani ... is celebrating her 31st birthday on Thursday, 4 June."
  4. "Birthday Exclusive: Priyamani". Deccan Chronicle. http://archives.deccanchronicle.com/130605/entertainment-mollywood/gallery/birthday-exclusive-priyamani আহৰণ কৰা হৈছে: 19 April 2016.
  5. "The Rajmouli-NTR Jr winning combination". www.rediff.com. https://www.rediff.com/movies/2007/aug/21ssraja.htm আহৰণ কৰা হৈছে: 2020-06-11.
  6. "Southern hottie Priyamani". NDTVMovies.com. Archived from the original on 2 March 2017. https://web.archive.org/web/20170302191722/http://m.ndtv.com/photos/entertainment/southern-hottie-priyamani-6571/slide/5 আহৰণ কৰা হৈছে: 19 April 2016.
  7. "Priya Mani`s candid confessions". Sify. 27 May 2014. http://www.sify.com/movies/praua-mani-s-candid-confessions-news-kannada-of1lO7fhcbc.html আহৰণ কৰা হৈছে: 19 April 2016.
  8. "പ്രിയമാണ്‌ എനിക്ക്‌ പ്രണയം...". mangalamvarika.com. Archived from the original on 18 June 2015. https://web.archive.org/web/20150618072243/http://www.mangalam.com/mangalam-varika/327922?page=0,0 আহৰণ কৰা হৈছে: 17 June 2015.
  9. 1 2 3 Nagarajan, Saraswathy (13 April 2012). "Ms. Confidence". The Hindu (Chennai, India). http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/ms-confidence/article3308768.ece?textsize=large&test=1 আহৰণ কৰা হৈছে: 19 March 2013.
  10. "Not going to ask Vidya Balan for advice: Priyamani". Deccan Chronicle. Archived from the original on 12 May 2012. https://web.archive.org/web/20120512011620/http://www.deccanchronicle.com/tabloid/hyderabad/not-going-ask-vidya-balan-advice-priyamani-672 আহৰণ কৰা হৈছে: 18 May 2012.
  11. Priya Mani  – Interview. Behindwoods.com. Retrieved on 5 July 2011.
  12. "Graceful debut". Metro Plus Coimbatore (Chennai, India: The Hindu). 22 December 2003. Archived from the original on 19 January 2004. https://web.archive.org/web/20040119095610/http://www.hindu.com/mp/2003/12/22/stories/2003122202210300.htm আহৰণ কৰা হৈছে: 25 February 2009.
  13. "He can't stop talking about Priya Mani". Indiaglitz. 2005-03-09. Archived from the original on 2013-12-02. https://web.archive.org/web/20131202231630/http://www.indiaglitz.com/channels/tamil/article/13619.html আহৰণ কৰা হৈছে: 2020-07-16.
  14. "Style meets substance". The Hindu (Chennai, India). 2006-01-28. Archived from the original on 2013-12-02. https://web.archive.org/web/20131202224457/http://www.hindu.com/mp/2006/01/28/stories/2006012801570400.htm.
  15. "Athu Oru Kanaa Kaalam – Dreamy desires". Indiaglitz. Archived from the original on 24 October 2004. https://web.archive.org/web/20041024111336/http://www.indiaglitz.com/channels/tamil/review/7256.html আহৰণ কৰা হৈছে: 19 March 2013.
  16. "Tamil Movie Review : Athu Oru Kanakalam". Behindwoods. http://www.behindwoods.com/features/Reviews/reviews1/athuorukanakalam/tamil-movie-review-athuorukanakalam.html আহৰণ কৰা হৈছে: 19 March 2013.
  17. "Pellaina Kothalo trio returns". Rediff. 2009-12-01. http://www.rediff.com/movies/slide-show/slide-show-1-south-pellaina-kothalo-trio-returns/20091201.htm.
  18. Ranganath, Vanaparthy (2006-12-27). "TOP 10 MOVIES OF 2006". idlebrain.com. http://www.idlebrain.com/news/2000march20/2006top10films.html.
  19. "'Paruthi Veeran' 357 not out!". indiaglitz. Archived from the original on 15 February 2008. https://web.archive.org/web/20080215071858/http://www.indiaglitz.com/channels/tamil/article/36564.html আহৰণ কৰা হৈছে: 19 March 2013.
  20. "Box Office Analysis". Indiaglitz. 27 February 2007. Archived from the original on 2 March 2007. https://web.archive.org/web/20070302074047/http://www.indiaglitz.com/channels/tamil/article/29472.html আহৰণ কৰা হৈছে: 16 July 2020.
  21. "The next pin-up boy!". Sify. 16 April 2007. http://www.sify.com/movies/the-next-pin-up-boy-news-tamil-kkfvaegejjd.html.
  22. Paruthi Veeran Tamil Movie Review – cinema preview stills gallery trailer video clips showtimes Archived 2015-09-24 at the Wayback Machine. Indiaglitz.com (24 February 2007). Retrieved on 2013-07-11.
  23. Movie Review : Paruthiveeran. Sify.com. Retrieved on 11 July 2013.
  24. "Priya Mani bags National Award for Best Actress". Sify. http://www.sify.com/movies/priya-mani-bags-national-award-for-best-actress-news-tamil-kkftxxbagch.html আহৰণ কৰা হৈছে: 19 March 2013.
  25. "'Paruthi Veeran' rules the roost at filmfare awards". Indiaglitz. Archived from the original on 17 July 2008. https://web.archive.org/web/20080717193652/http://www.indiaglitz.com/channels/tamil/article/39961.html আহৰণ কৰা হৈছে: 20 March 2013.
  26. "Top Tamil heroines of 2007". Rediff. http://specials.rediff.com/movies/2007/dec/18sd3.htm আহৰণ কৰা হৈছে: 19 March 2013.
  27. "Yamadonga 100 days celebrations in New Jersey, USA". idlebrain.com. Archived from the original on 7 November 2012. https://web.archive.org/web/20121107195913/http://www.idlebrain.com/us/schedu/yamadonga.html আহৰণ কৰা হৈছে: 19 March 2013.
  28. "TOP 10 MOVIES OF 2007 by Ranganath Vanaparthy". idlebrain.com. http://www.idlebrain.com/news/2000march20/2007top10films.html আহৰণ কৰা হৈছে: 19 March 2013.
  29. "Top five Telugu films of 2007". Rediff. http://www.rediff.com/movies/2007/dec/19sli3.htm আহৰণ কৰা হৈছে: 19 March 2013.
  30. "BOX OFFICE TOP 10 MOVIES OF 2007". Behindwoods. http://www.behindwoods.com/tamil-movies-slide-shows/movie-1/top-collection/malaikottai.html আহৰণ কৰা হৈছে: 19 March 2013.
  31. "Malaikottai’s success delights Vishal". Times of India. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203014420/http://articles.timesofindia.indiatimes.com/2008-05-02/news-interviews/27766694_1_vishal-malaikottai-basic-elements আহৰণ কৰা হৈছে: 19 March 2013.
  32. "Malaikottai – 125 days celebrated". Sify. http://www.sify.com/movies/malaikottai-125-days-celebrated-news-tamil-kkftAdjbijd.html আহৰণ কৰা হৈছে: 19 March 2013.
  33. "Search for inspiration". Friday Review Thiruvananthapuram (Chennai, India: The Hindu). 11 July 2008. Archived from the original on 2 August 2008. https://web.archive.org/web/20080802213955/http://www.hindu.com/fr/2008/07/11/stories/2008071150600200.htm আহৰণ কৰা হৈছে: 25 February 2009.
  34. Ramanjuam, Srinivasa (2 August 2009). "The glowing filmfare night!". The Times Of India. Archived from the original on 2012-07-30. https://archive.today/20120730005024/http://articles.timesofindia.indiatimes.com/2009-08-02/news-interviews/28177373_1_black-lady-award-film.
  35. "Ninaithale Inikkum is worth a watch". Rediff. http://movies.rediff.com/report/2009/sep/04/south-review-tamil-movie-ninaithale-inikkum.htm আহৰণ কৰা হৈছে: 19 March 2013.
  36. "Variety is the spice of life". Times of India. Archived from the original on 2013-12-02. https://web.archive.org/web/20131202223433/http://articles.timesofindia.indiatimes.com/2008-12-16/news-interviews/27890812_1_movies-child-artiste-malayalam আহৰণ কৰা হৈছে: 19 March 2013.
  37. "Will lady luck shine on Bharath?". Sify. http://www.sify.com/movies/will-lady-luck-shine-on-bharath-news-tamil-mhxkiQeaede.html আহৰণ কৰা হৈছে: 19 March 2013.
  38. "Suresh Krishna is back with Aahaa". chakpak.com. Archived from the original on 5 August 2016. https://web.archive.org/web/20160805173153/http://www.chakpak.com/tags/ilaignan আহৰণ কৰা হৈছে: 19 March 2013.
  39. "'Prithvi' 50 days, 'Raam' 25 weeks!". Indiaglitz. Archived from the original on 13 June 2010. https://web.archive.org/web/20100613074132/http://www.indiaglitz.com/channels/kannada/article/57715.html আহৰণ কৰা হৈছে: 19 March 2013.
  40. "Puneet Rajkumar: The impeccable aura of the Powerstar continues to dazzle". Southscope. Archived from the original on 2 December 2013. https://web.archive.org/web/20131202223912/http://www.southscope.in/kannada/article/puneet-rajkumar-impeccable-aura-powerstar-continues-dazzle আহৰণ কৰা হৈছে: 19 March 2013.
  41. Veeresh, K. M. (12 November 2010). "GANDHINAGAR GOSSIP". The Hindu (Chennai, India). Archived from the original on 7 April 2011. https://web.archive.org/web/20110407081253/http://www.hindu.com/fr/2010/11/12/stories/2010111250950400.htm.
  42. "I don’t want to disappoint my fans: Puneeth". Sify. http://www.sify.com/movies/kannada/interview.php?id=14930991&cid=2404 আহৰণ কৰা হৈছে: 19 March 2013.
  43. "Exclusive: Priya Mani's Kannada debut". Rediff. http://www.rediff.com/movies/2009/mar/09priya-manis-kannada-debut.htm আহৰণ কৰা হৈছে: 19 March 2013.
  44. Narasimham, M.L. (25 December 2009). "Of colossal hits and flops". The Hindu (Chennai, India). Archived from the original on 2 December 2013. https://web.archive.org/web/20131202224913/http://www.hindu.com/fr/2009/12/25/stories/2009122550300100.htm.
  45. "Tollywood’s report card of 2009". Times of India. Archived from the original on 2013-05-15. https://web.archive.org/web/20130515073831/http://articles.timesofindia.indiatimes.com/2009-12-27/news-interviews/28087275_1_small-budget-films-film-industry-tollywood আহৰণ কৰা হৈছে: 19 March 2013.
  46. Nair, Unni R. (18 March 2011). "Pranchiyettan And The Saint still running strong". Indian Express. Archived from the original on 12 October 2012. https://web.archive.org/web/20121012045457/http://www.expressindia.com/latest-news/Pranchiyettan-And-The-Saint-still-running-strong/763925/ আহৰণ কৰা হৈছে: 14 April 2011.
  47. Raghavan, Nikhil (23 January 2009). "Out in the woods". Cinema Plus (Chennai, India: The Hindu). Archived from the original on 27 January 2009. https://web.archive.org/web/20090127022056/http://hindu.com/cp/2009/01/23/stories/2009012350180800.htm আহৰণ কৰা হৈছে: 25 February 2009.
  48. Priyamani was uncertain in acting in Rakta Charitra[সংযোগবিহীন উৎস]. Entertainment.oneindia.in (23 March 2010). Retrieved on 2011-07-05.
  49. "South's biggest blockbusters of 2011". IBN Live. Archived from the original on 4 December 2013. https://web.archive.org/web/20131204004849/http://ibnlive.in.com/photogallery/5484-2/photostory.html আহৰণ কৰা হৈছে: 19 March 2013.
  50. Rajapur, V.S. (29 December 2011). "Kannada film industry looks up: Success ratio up". Hindustan Times. Archived from the original on 23 October 2013. https://web.archive.org/web/20131023134159/http://www.hindustantimes.com/Entertainment/Regional/Kannada-film-industry-looks-up-Success-ratio-up/Article1-788665.aspx.
  51. Kannada Review: 'Only Vishnuvardhana' is racy Archived 2012-01-09 at the Wayback Machine. Ibnlive.in.com (11 December 2011). Retrieved on 2013-07-11.
  52. "The Most Disappointing Kannada Films of 2012". Rediff. 19 January 2013. http://www.rediff.com/movies/slide-show/slide-show-1-south-the-most-disappointing-kannada-films-of-2012/20130119.htm#1.
  53. "Sandalwood Half Yearly Report: Anna Bond biggest hit so far". Filmibeat.com. Archived from the original on 17 May 2013. https://web.archive.org/web/20130517150155/http://entertainment.oneindia.in/kannada/news/2012/sandalwood-kannada-films-half-yearly-report-097069.html আহৰণ কৰা হৈছে: 19 April 2016.
  54. Pacheco, Sunitra (22 January 2013). "Shah Rukh Khan's latkas jhatkas in Chennai Express item number". The Indian Express. http://www.indianexpress.com/news/shah-rukh-khans-latkas-jhatkas-in-chennai-express-item-number/1132090/ আহৰণ কৰা হৈছে: 19 April 2016.
  55. "I don't mind being an ‘eye candy' - The Times of India". The Times Of India. http://timesofindia.indiatimes.com/entertainment/regional/telugu/news-interviews/I-dont-mind-being-an-eye-candy/articleshow/25381543.cms.
  56. A. Sharadhaa (12 October 2013). "Enjoying being the not so nice one". The New Indian Express. Archived from the original on 16 March 2016. https://web.archive.org/web/20160316230225/http://www.newindianexpress.com/entertainment/kannada/Enjoying-being-the-not-so-nice-one/2013/10/12/article1828132.ece আহৰণ কৰা হৈছে: 19 April 2016.
  57. "Priyamani in Ambarisha  — The Times of India". The Times Of India. http://timesofindia.indiatimes.com/entertainment/regional/kannada/news-interviews/Priyamani-in-Ambarisha/articleshow/21800042.cms.
  58. "Priyamani Turns Tigeress for PETA," The Times of India, 17 September 2014.
  59. "Actor Amala Paul apologises to Jisha’s mother on Mother’s Day". thenewsminute.com. 9 May 2016. Archived from the original on 12 May 2016. https://web.archive.org/web/20160512182746/http://www.thenewsminute.com/article/actor-amala-paul-apologises-jishas-mother-mothers-day-42940 আহৰণ কৰা হৈছে: 30 May 2016.
  60. "Actor Asks Women to Leave Country After Jisha Rape, Gets Trolled". thequint.com. http://www.thequint.com/india/2016/05/09/actor-asks-women-to-leave-country-after-jisha-rape-gets-trolled আহৰণ কৰা হৈছে: 30 May 2016.
  61. "Actor Priyamani gets engaged". The Hindu. 29 May 2016. http://www.thehindu.com/entertainment/actor-priyamani-gets-engaged/article8663059.ece?w=ma446 আহৰণ কৰা হৈছে: 30 May 2016.
  62. "Priyamani turns Naxalite for Virata Parvam 1992". The New Indian Express. https://www.cinemaexpress.com/stories/news/2019/may/02/priyamani-turns-naxalite-for-virata-parvam-1992-11363.html আহৰণ কৰা হৈছে: 2020-01-03.
  63. Ravi, Murali (2019-04-29). "Priyamani to play key role in Rana Daggubati and Sai Pallavi Virata Parvam | Tollywood Latest Updates" (en-US ভাষাত). Tollywood. Archived from the original on 2020-01-03. https://web.archive.org/web/20200103025457/https://www.tollywood.net/priyamani-to-play-key-role-in-rana-daggubati-and-sai-pallavi-virata-parvam-tollywood-latest-updates/ আহৰণ কৰা হৈছে: 2020-01-03.
  64. Vyas (2019-05-01). "Priyamani Roped In for Rana's Next" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/cinema/priyamani-roped-in-for-ranas-next-525676 আহৰণ কৰা হৈছে: 2020-01-03.
  65. Ravi, Murali (2019-05-01). "Priyamani is yet to get her due! She turns rebellious singer Belli Lalitha | Tollywood Latest News" (en-US ভাষাত). Tollywood. Archived from the original on 2020-01-03. https://web.archive.org/web/20200103024631/https://www.tollywood.net/priyamani-is-yet-to-get-her-due-she-turns-rebellious-singer-belli-lalitha-tollywood-latest-news/ আহৰণ কৰা হৈছে: 2020-01-03.
  66. "Priyamani in asuran Telugu remake". The New Indian Express. https://www.newindianexpress.com/entertainment/telugu/2020/jan/02/priyamani-in-asuran-telugu-remake-2083730.html আহৰণ কৰা হৈছে: 2020-01-03.
  67. "Priyamani all set to star opposite Venkatesh Daggubati in the Telugu remake of Asuran; Read details" (en ভাষাত). PINKVILLA. Archived from the original on 2020-01-03. https://web.archive.org/web/20200103024627/https://www.pinkvilla.com/entertainment/south/priyamani-all-set-star-opposite-venkatesh-daggubati-telugu-remake-asuran-read-details-496375 আহৰণ কৰা হৈছে: 2020-01-03.
  68. 2 (2020-01-02). "Venky's Wife Role: Shriya Out, She Is In" (english ভাষাত). Gulte. https://www.gulte.com/movienews/81495/Venkys-Wife-Role-Shriya-Out-She-Is-In আহৰণ কৰা হৈছে: 2020-01-03.
  69. Team, Koimoi com (2020-01-01). "Priyamani To Play A Female Lead In Telugu Remake Of Dhanush's Asuran?" (en-US ভাষাত). Koimoi. https://www.koimoi.com/outside-bollywood/south-indian-cinema/priyamani-to-play-a-female-lead-in-telugu-remake-of-dhanushs-asuran/ আহৰণ কৰা হৈছে: 2020-01-03.
  70. "Priyamani is ready for a comeback" (en ভাষাত). Sify. https://www.sify.com/movies/priyamani-is-ready-for-a-comeback-imagegallery-tollywood-slmktreiefcfb.html আহৰণ কৰা হৈছে: 2020-01-03.
  71. "Priyamani to make comeback with Telugu flick 'Sirivennela'". www.thenewsminute.com. https://www.thenewsminute.com/article/priyamani-make-comeback-telugu-flick-sirivennela-91413 আহৰণ কৰা হৈছে: 2020-01-03.
  72. "‘Sirivennela’ team to wrap up work on the Priyamani-starrer with a song shoot - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/sirivennela-team-to-wrap-up-work-on-the-priyamani-starrer-with-a-song-shoot/articleshow/68216360.cms আহৰণ কৰা হৈছে: 2020-01-03.
  73. "‘Sirivennela’: Makers treat fans with a new poster of the Priyamani starrer - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/sirivennela-makers-treat-fans-with-a-new-poster-of-the-priyamani-starrer/articleshow/68510836.cms আহৰণ কৰা হৈছে: 2020-01-03.
  74. "Priyamani’s next will be the Kannada ‘Doctor 56’". www.thenewsminute.com. https://www.thenewsminute.com/article/priyamani-s-next-will-be-kannada-doctor-56-103560 আহৰণ কৰা হৈছে: 2020-01-03.
  75. "Priya Mani roped in to play CBI officer in bilingual". www.thenewsminute.com. https://www.thenewsminute.com/article/priya-mani-roped-play-cbi-officer-bilingual-112027 আহৰণ কৰা হৈছে: 2020-01-03.
  76. "Maidaan: Ajay Devgn film to release on August 13, 2021" (en ভাষাত). India Today. https://www.indiatoday.in/movies/bollywood/story/maidaan-ajay-devgn-film-to-release-on-august-13-2021-1696896-2020-07-04 আহৰণ কৰা হৈছে: 2020-07-04.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]