কন্নড় ভাষা
(Kannadaৰ পৰা পুনঃনিৰ্দেশিত)
কন্নড় | |
---|---|
ಕನ್ನಡ | |
![]() | |
থলুৱা অঞ্চল | কৰ্ণাটক, ভাৰত |
স্থানীয় ভাষিক |
৫ কোটি |
ভাষা পৰিয়াল |
|
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
কৰ্ণাটক, ভাৰত |
নিয়মাধীন হয় |
কৰ্ণাটকৰ চৰকাৰ আৰু বিভিন্ন একাডেমি |
ভাষা সংকেত | |
ISO 639-1 | kn |
ISO 639-2 | kan |
ISO 639-3 | kan |
কন্নড় (ইংৰাজী: Kannada, কন্নড়: ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Kannada alphabet, pronunciation and language". omniglot.com. 2011. http://www.omniglot.com/writing/kannada.htm। আহৰণ কৰা হৈছে: 7 November 2011.
|
|