ভোজপুৰী ভাষা
Jump to navigation
Jump to search
ভোজপুৰী ভাষা (দেৱনাগৰী: भोजपुरी listen (সহায়·তথ্য)) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে।
বৰ্তমান ভোজপুৰী ভাষা বিহাৰৰ দুটা ৰাজ্য ভাষাৰ অন্যতম এটা। ভোজপুৰী ভাষাৰূপৰ উৎপত্তি কিছুমানে ধাৰণা কৰে যে পোনপটিয়াকৈ সংস্কৃত ভাষাৰ পৰা আকৌ কিছুমানৰ মতে বাংলাৰ জননী মৈথিলী ভাষাৰ পৰা।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
|
|