কৈথী লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kaithī
Kayathi, Kayasthi, 𑂍𑂶𑂟𑂲

Kaithī script (vowels top three rows, consonants below)
প্ৰকাৰ Abugida
ভাষা Awadhi, Bhojpuri, Hindustani, Magahi, Nagpuri, Maithili
সময় c. 16th–mid 20th century
মাতৃ লিপি
সন্তান লিপি Sylheti Nagari
ভগ্নী লিপি
ISO 15924 Kthi, 317
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Kaithi
ইউনিক'ড ৰে'ঞ্জ U+11080–U+110CF
[a] The Semitic origin of the Brahmic scripts is debated.
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।

কৈথী (𑂍𑂶𑂟𑂲) লিপিক কয়থী (𑂍𑂨𑂟𑂲) বা কায়স্থী (𑂍𑂰𑂨𑂮𑂹𑂟𑂲) বুলিও কোৱা হয়, উত্তৰ আৰু পূব ভাৰতৰ কিছু অংশত প্ৰধানকৈ বৰ্তমানৰ উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰ ৰাজ্যত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় এই ঐতিহাসিক ব্ৰাহ্মিক লিপি ৷ বিশেষকৈ আইনী, প্ৰশাসনিক আৰু ব্যক্তিগত অভিলেখ লিখাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল। [1] আৱাধি, ভোজপুৰী, হিন্দুস্তানী, মগাহি, নাগপুৰী আদি বিভিন্ন ভাৰত-আৰ্য্য ভাষাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল ৷

১৮৯৮ চনত বাবু ৰামা স্মৰণ লালে কৈথী লিপিত লিখা ভোজপুৰী কাহিনী

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. King, Christopher R. 1995. One Language, Two Scripts: The Hindi Movement in Nineteenth Century North India.New York: Oxford University Press.