জাৰ্মান ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Legal status of German in the world.svg
Legal status of German in Europe.svg

জাৰ্মান ভাষাৰ মূল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মানীয় উপভাষাৰ পশ্চিম শাখাৰ নেদাৰলেণ্ডীয় -জাৰ্মান গোটৰ অন্তৰ্গত এটা ভাষা। জাৰ্মান ভাষাৰ উপভাষাবোৰক উচ্চ জাৰ্মান (মান্য সাহিত্যিক জাৰ্মান) আৰু নিম্ন জাৰ্মান- এই দুটা ভাগত ভাগ কৰা হয়। জাৰ্মান ভাষাৰ উপভাষাবোৰৰ চুইজাৰলেণ্ডৰ উত্তৰাংশৰ পৰা আৰম্ভ হৈ অবিৰতভাৱে উত্তৰ দিশলৈ গতি হয় আৰু উত্তৰ সাগৰ পৰ্যন্ত ব্যাপি আছে।