গুগল ট্ৰান্সলেট
গুগল ট্ৰান্সলেট | |
---|---|
![]() | |
ইউ আৰ এল | translate |
বাণিজ্যক | হয় |
প্ৰকাৰ | সাংখ্যিক আৰু নিউৰেল যান্ত্ৰিক অনুবাদ |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | ১০৯টা ভাষা, তলত চাওক |
পঞ্জীকৃত সদস্য | নিতৌ ৫০০ মিলিয়নতকৈ বেছি মানুহ |
স্বত্বাধিকাৰী | গুগল |
মুকলি | ২৮ এপ্ৰিল ২০০৬পৰিসাংখ্যিক যান্ত্ৰিক অনুবাদ হিচাপে)[1] ১৫ নৱেম্বৰ ২০১৬ (নিউৰেল যান্ত্ৰিক অনুবাদ হিচাপে)[2] | (
বৰ্তমান স্থিতি | সক্ৰিয় |
গুগল ট্ৰান্সলেট হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। মে',২০২২ লৈকে "গুগল ট্ৰান্সলেট"ত ১৩৩ টা ভাষা সংযোগ কৰা হৈছে।[3] গুগলত ভাঙনিৰ বাবে বিশেষ ট্ৰান্সলেট কমিউনিটি (Translate community) ৰ সহযোগিতা থাকে।[4]
ভাষা[সম্পাদনা কৰক]
তলত দিয়া ভাষাবিলাক গুগল ট্ৰান্সলেটত বৰ্তমান উপলব্ধ।
- আফ্ৰিকান ভাষা
- আলবেনিয়ান
- আমহাৰিক
- আৰবী
- আৰ্মেনিয়ান
- অসমীয়া
- আইমাৰা
- আজাৰবাইজানী
- বংবাৰা
- বাস্ক
- বেলাৰুছিয়ান
- বাংলা
- ভোজপুৰী
- বছনিয়ান
- বুলগেৰিয়ান
- কেটালান
- চেবুয়ানো
- চেৱা
- চীনা (সৰলীকৃত)
- চীনা (পৰম্পৰাগত)
- কৰ্চিকান
- ক্ৰ'ৱেচিয়ান
- চেক
- ডেনিছ
- দিৱেহী
- ডোগৰী
- ডাচ্চ
- ইংৰাজী
- এস্পেৰাণ্টো
- ইষ্টোনিয়ান
- ৱে
- ফিলিপাইন
- ফিনিছ
- ফৰাচী
- ফ্ৰিজিয়ান
- গেলিচিয়ান
- জৰ্জিয়ান
- জাৰ্মান
- গ্ৰীক
- গুৱাৰানী
- গুজৰাটী
- হাইটিয়ান ক্ৰিয়েল
- হাউছা
- হাৱাইয়ান
- হিব্ৰু
- হিন্দী
- হ্মং
- হাংগেৰিয়ান
- আইচলেণ্ডিক
- ইগবো
- ইলোকানো
- ইণ্ডোনেছিয়ান
- আইৰিছ
- ইটালীয়
- জাপানীজ
- জাভানিজ
- কানাড়া
- কাজাখ
- খ্মেৰ
- কিনিয়াৰৱাণ্ডা
- কোংকণী
- কোৰিয়ান
- ক্ৰিযো
- কুৰ্দি (কুৰমানজী)
- কুৰ্দি (সোৰাণী)
- কিৰ্গিজ
- লাও
- লেটিন
- লাটভিয়ান
- লিংগালা
- লিথুৱেনিয়ান
- লুগাণ্ডা
- লাক্সেমবাৰ্গীয়
- মেচিডোনিয়ান
- মৈথিলী
- মালাগাচী
- মালয়
- মালয়ালম
- মাল্টীজ
- মাওৰী
- মাৰাঠী
- মেইটেইলন (মণিপুৰী)
- মিজো
- মংগোলীয়
- ম্যানমাৰ (বাৰ্মিজ)
- নেপালী
- নৰৱেজিয়ান
- ওড়িয়া (ওড়িয়া)
- ওৰোমো'
- পষ্টো
- পাৰ্চী
- পোলিশ
- পৰ্তুগীজ
- পাঞ্জাবী
- কেঁচুৱা
- ৰোমানিয়ান
- ৰাছিয়ান
- সামোয়ান
- সংস্কৃত
- স্কটছ গেইলিক
- সেপেডী
- ছাৰ্বিয়ান
- শোনা
- সিন্ধী
- সিংহলী
- শ্লোভাক
- স্লোভেনিয়ান
- ছোমালি
- সোথো
- স্পেনিছ
- চুণ্ডানীজ
- শ্বাহিলী
- ছুইডিছ
- তাজিক
- তামিল
- টাটাৰ
- তেলেগু
- থাই
- টিগৰিন্যা
- চংগা
- তুৰ্কী
- তুৰ্কমেন
- ত্বি
- ইউক্ৰেইনিয়ান
- উৰ্দু
- য়োঘোৰ
- উজবেক
- ভিয়েটনামী
- ৱেলছ
- ঝোছা
- য়িদ্দিছ
- য়োৰুবা
- জুলু
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Orch, Franz (April 28, 2006). "Statistical machine translation live". Google Research Blog. https://research.googleblog.com/2006/04/statistical-machine-translation-live.html। আহৰণ কৰা হৈছে: December 1, 2016.
- ↑ Turovsky, Barak (November 15, 2016). "Found in translation: More accurate, fluent sentences in Google Translate". The Keyword Google Blog. https://blog.google/products/translate/found-translation-more-accurate-fluent-sentences-google-translate/। আহৰণ কৰা হৈছে: January 11, 2017.
- ↑ 133 languages till may 2022
- ↑ Google Translate