সিন্ধী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।

ব্যৱহাৰ[সম্পাদনা কৰক]

পাকিস্তানত প্ৰচলিত ভাষাবিলাকৰ মাজত ইয়াৰ স্থান তৃতীয়। সিন্ধী পাকিস্তান আৰু ভাৰতৰ চৰকাৰী ভাষা হিচাবে স্বীকৃত। ইণ্ডো-আৰ্য্য ভাষা হ'লেও সিন্ধী ভাষাৰ ওপৰত দ্ৰাবিড় ভাষাৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]