ফিজি হিন্দী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফিজি হিন্দী
फिजी बात Fiji Baat
হিন্দুস্থানী
থলুৱা অঞ্চল ফিজি আৰু ওচেনিয়াৰ কিছু দেশ
স্থানীয় ভাষিক
৩ লাখ ৮০ হাজাৰ (১৯৯০)
ভাষা পৰিয়াল
লিখন প্ৰণালী ৰোমান, দেৱনাগৰী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ফিজি
ভাষা সংকেত
ISO 639-3 hif
গ্লোটোলগ fiji1242[1]

ফিজি হিন্দী ভাষা (ৰোমান হিন্দী ভাষাত: Fiji Hindi; হিন্দী ভাষাত: फिजी हिन्दी) - এই ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা। ফিজি হিন্দীত মূলত ফিজিৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ মানুহে কথা পাতে। ভাৰতবৰ্ষত প্ৰচলিত ফিজি হিন্দীৰ উপভাষাটো ভোজপুৰীৰ লগতে বিহাৰী আদি অন্যান্য নামেৰে পৰিচিত।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Fiji Hindi". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/fiji1242.