ওচেনিয়া
অৱয়ব
| মাটিকালি | 8,536,716 km2 (3,296,044 sq mi) |
|---|---|
| জনসংখ্যা | 35,670,000 |
| বাসিন্দা | ওচেনিক, ওচেনিয়ান |
| দেশসমূহ | 14 (তালিকা) |
| অধীনস্থ অঞ্চলসমূহ | 25 (তালিকা) |
| ভাষাসমূহ | 28 আধিকাৰিক ভাষা (তালিকা) |
| সময় অঞ্চলসমূহ | UTC+8 ৰ পৰা UTC-6 লৈ |
| বৃহত্তম নগৰসমূহ | |
প্ৰশান্ত মহাসাগৰৰ মধ্যভাগ আৰু দক্ষিণাংশৰ দ্বীপসমূহক একেলগে ওচেনিয়া বুলা হয়। এই অঞ্চলক চাৰিটা ভাগত ভাগ কৰা হৈছে - মেলানেচিয়া (বৰ্তমানে অষ্ট্ৰেলেচিয়া), মাইক্ৰোনেচিয়া, পলিনেচিয়া আৰু মালয় আৰ্কিয়োপ্লাগো।
