দক্ষিণ আমেৰিকা
অৱয়ব
মাটিকালি | 17,840,000 km2 (6,890,000 sq mi) |
---|---|
জনসংখ্যা | 385,742,554 (2008, পঞ্চম) |
জনঘনত্ব | 21.4 per km2 (56.0 per sq mi) |
বাসিন্দা | দক্ষিণ আমেৰিকান, আমেৰিকান[1] |
দেশসমূহ | 12 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ | 3 |
ভাষাসমূহ | স্পেনিছ, পৰ্টুগীছ, ইংৰাজী, ফৰাচী আদি |
সময় অঞ্চলসমূহ | UTC-2 ৰ পৰা UTC-5 লৈ |
বৃহত্তম নগৰসমূহ |
দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।
ৰাষ্ট্ৰসমূহ
[সম্পাদনা কৰক]দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহ হৈছে:
দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অ-স্বাধীন অঞ্চলসমূহ সমূহ হৈছে:
- ফকলেণ্ড দ্বীপপুঞ্জ (যুক্তৰাজ্য)
- ফৰাচী গায়ানা (ফ্ৰান্স)
- দক্ষিণ জৰ্জিয়া আৰু দক্ষিণ চেণ্ডুইচ দ্বীপপুঞ্জ (যুক্তৰাজ্য)
নগৰসমূহ
[সম্পাদনা কৰক]জনসংখ্যা অনুসৰি দক্ষিণ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:
- চাও পাওলো (ব্ৰাজিল)
- বুয়েনোচ আইৰেচ (আৰ্জেণ্টিনা)
- ৰিয়ো দি জেৰ্নেৰিয়ো (ব্ৰাজিল)
- লিমা (পেৰু)
- বাগোতা (কলম্বিয়া)
- চেণ্টিয়াগো (চিলি)
- বেলো হৰিজণ্টে (ব্ৰাজিল)
- পৰ্টো এলেগ্ৰা (ব্ৰাজিল)
- ব্ৰাজিলিয়া (ব্ৰাজিল)
- গুয়াকুইল (ইকুৱাডৰ)
- মেডেলিন (কলম্বিয়া)
- কাৰাকাচ (ভেনিজুৱেলা)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]- South American-U.S. Relations Archived 2012-01-11 at the Wayback Machine from Krogh Digital Archives Archived 2012-01-12 at the Wayback Machine