সমললৈ যাওক

লিংগুয়া ফ্ৰাংকা নোভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Lingua Franca Nova
Elefen
সৃষ্টিকৰ্তা C. George Boeree
সৃষ্টিৰ তাৰিখ 1965[1]
ব্যৱহাৰ International auxiliary language
উদ্দেশ্য
লিখন প্ৰণালী Latin script
ভাষা সংকেত
ISO 639-3 lfn

লিংগুয়া ফ্ৰাংকা নোভা, মূলতঃ পেনচিলভেনিয়াৰ শ্বিপেন্সবাৰ্গ বিশ্ববিদ্যালয়ৰ চি জৰ্জ ব'ৰীয়ে নিৰ্মাণ কৰা আৰু ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে বিকশিত কৰা এটা সহায়ক ভাষা। ইয়াৰ শব্দভাণ্ডাৰ ফৰাচী, ইটালীয়, পৰ্তুগীজ, স্পেনিছ, আৰু কাটালান আদি ৰোমান ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Boeree, C. George. "La evolui de elefen" (lfn ভাষাত). Vici de Elefen. https://elefen.org/vici/linguistica/la_evolui_de_elefen আহৰণ কৰা হৈছে: 2020-11-09.

বহিঃসংযোগ

[সম্পাদনা কৰক]