গুগল ভাঙনি
অৱয়ব
| ছাইটৰ প্ৰকাৰ | সাংখ্যিক আৰু নিউৰেল যান্ত্ৰিক ভাঙনি |
|---|---|
| উপলব্ধ ভাষা | ২৪৯ |
| মালিক | গুগল |
| ৱেবছাইট | translate |
| বাণিজ্যিক | হয় |
| পঞ্জীয়ন | ঐচ্ছিক |
| ব্যৱহাৰকাৰী | নিতৌ ৫০০ মিলিয়নতকৈ বেছি মানুহ |
| আৰম্ভণি | ২৮ এপ্ৰিল ২০০৬ (পৰিসাংখ্যিক যান্ত্ৰিক ভাঙনি হিচাপে)[1] ১৫ নৱেম্বৰ ২০১৬ (নিউৰেল যান্ত্ৰিক ভাঙনি হিচাপে)[2] |
| বৰ্তমান অৱস্থা | সক্ৰিয় |
গুগল ভাঙনি বা গুগল অনুবাদ (ইংৰাজী: Google Translate, গুগল ট্ৰেন্সলেট) হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত ম'বাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। ডিচেম্বৰ, ২০২৪ লৈকে গুগল ভাঙনিত ২৪৯টা ভাষা সংযোগ কৰা হৈছে।[3][4]
ভাষা
[সম্পাদনা কৰক]জানুৱাৰী ২০২৫ অনুযায়ী, তলত দিয়া ২৪৯টা ভাষা গুগল ভাঙনিত বৰ্তমান উপলব্ধ।
- আবখাজ
- আচেহনেছ
- আচোলি
- আফাৰ
- আফ্ৰিকানছ
- আলবেনীয়
- আলুৰ
- আমহাৰিক
- আৰবী
- আৰ্মেনীয়
- অসমীয়া
- আভাৰ
- অৱধী
- আইমাৰা
- আজেৰবাইজানী
- বালিনীজ
- বালুচি
- বাম্বাৰা
- বাউলে
- বাশখিৰ
- বাস্ক
- বাটাক কাৰো
- বাটাক চিমালুঙুন
- বাটাক টোবা
- বেলাৰুছীয়
- বেম্বা
- বাংলা
- বেটাৱি
- ভোজপুৰী
- বিকোল
- বচনীয়
- ব্ৰেটন
- বুলগেৰিয়ান
- বুৰিয়াট
- কেণ্টোনীজ
- কাটালান
- চেবুৱানো
- চামোৰো
- চেচেন
- চিচেৱা
- চীনা (সৰলীকৃত)
- চীনা (পৰম্পৰাগত)
- চুকিচ
- চুভাচ
- কৰ্সিকান
- ক্ৰিমিয়ান টাটাৰ (চিৰিলিক)
- ক্ৰিমিয়ান টাটাৰ (লেটিন)
- ক্ৰোৱেছিয়ান
- চেক
- ডেনিচ
- দাৰী
- দিভেহি
- ডিংকা
- ডোগ্ৰী
- ডোম্বে
- ডাচ
- ডিউলা
- জোংখা
- ইংৰাজী
- এছপেৰান্তো
- এষ্টোনীয়
- এৱে
- ফাৰোইজ
- ফিজিয়ান
- ফিলিপিনো
- ফিনিচ
- ফন
- ফৰাচী
- ফৰাচী (কানাডা)
- ফ্ৰিছিয়ান
- ফ্ৰিউলিয়ান
- ফুলানি
- গা
- গেলিচিয়ান
- জৰ্জিয়ান
- জাৰ্মান
- গ্ৰীক
- গুৱাৰানি
- গুজৰাটী
- হাইতিয়ান ক্ৰিঅ'ল
- হাখা চিন
- হাউছা
- হাৱাইয়ান
- হিব্ৰু
- হিলিগায়নন
- হিন্দী
- হমং
- হাঙ্গেৰিয়ান
- হুনস্ৰিক
- ইবান
- আইচলেণ্ডিক
- ইগ্বো
- ইলোকানো
- ইণ্ডোনেছিয়ান
- ইনুকটুট (লেটিন)
- ইনুকটুট (সিলেবিক)
- আইৰিছ
- ইটালিয়ান
- জামাইকান পেটোৱা
- জাপানী
- জাভানী
- জিংপ'
- কালাাল্লিচুট
- কন্নড়
- কানুৰি
- কাপাম্পাংগান
- কাজাখ
- খাচীয়া
- খমেৰ
- কিগা
- কিকোঙ্গো
- কিন্যাৰোৱাণ্ডা
- কিতুবা
- কোকবোৰোক
- কোমি
- কোংকণী
- কোৰিয়ান
- ক্ৰিঅ'
- কুৰ্দী (কুৰমানজি)
- কুৰ্দী (চোৰানি)
- কিৰ্গিজ
- লাও
- লাটগালিয়ান
- লেটিন
- লাটভীয়
- লিগুৰিয়ান
- লিমবাৰ্গিশ
- লিংগালা
- লিথুৱেনিয়ান
- লম্বাৰ্ড
- লুগাণ্ডা
- লুও
- লাক্সেমবাৰ্গিশ
- মাছেডোনীয়
- মাদুৰেচ
- মৈথিলী
- মাকাছাৰ
- মালাগাছি
- মালয়
- মালয় (জাৱী)
- মালয়ালম
- মাল্টিজ
- মাম
- ম্যানক্স
- মাওৰি
- মাৰাঠী
- মাৰ্শালিজ
- মাৰৱাৰী
- মৰিচিয়ান ক্ৰিঅ'ল
- মেডো মাৰি
- মেইতেই (মনিপুৰী)
- মিনাং
- মিজো
- মঙ্গোলীয়
- মিয়ানমাৰ (বাৰ্মীজ)
- নাহুৱাটল (পূৱ হুৱাস্তেকা)
- নদাউ
- এনডেবেলে (দক্ষিণ)
- নেপাল ভাষা (নেৱাৰ ভাষা)
- নেপালী
- এন'কো
- নৰৱেজীয় (বোকমাল)
- নুৱাৰ
- অ’চিতান
- ওড়িয়া
- ওৰোমো
- অ’ছেটিয়ান
- পাংগাছিনান
- পাপিয়ামেন্তো
- পাখ্তু
- পাৰ্চী
- পোলিচ
- পৰ্তুগীজ (ব্ৰাজিল)
- পৰ্তুগীজ (পৰ্তুগাল)
- পঞ্জাবী (গুৰমুখী)
- পঞ্জাবী (শাহমুখী)
- কেঁচুৱা
- ক্বেকচিʼ
- ৰোমানী
- ৰোমানীয়
- ৰুণ্ডি
- ৰাছিয়ান
- সামি (উত্তৰ)
- ছামোআ
- চাঙ্গো
- সংস্কৃত
- চাঁওতালি (লেটিন)
- চাঁওতালি (অল চিকি)
- স্কটিছ গেলিক
- চেপেদি
- চাৰ্বীয়
- ছোথো
- চেচেলোৱা ক্ৰিঅ'ল
- শান
- শোনা
- চিচিলিয়ান
- চিলেছিয়ান
- সিন্ধী
- সিংহল
- চ্লোভাক
- চ্লোভেনিয়ান
- ছোমালি
- স্পেনীছ
- ছুন্দানীজ
- চুচু
- স্বাহিলী
- স্বাতি
- স্বিডিছ
- টাহিটিয়ান
- তাজিক
- তামাজাইট
- তামাজাইট (টিফিনাঘ)
- তামিল
- তাতাৰ
- তেলুগু
- তেতুম
- থাই
- তিব্বতী
- তিগ্ৰিনিয়া
- তিভ
- টক পিজিন
- টংগান
- চিলুবা
- চঙ্গা
- চোৱানা
- তুলু
- টুম্বুকা
- টাৰ্কিচ
- টাৰ্কমেন
- টুৱান
- ট্উই
- উদমুৰ্ত
- ইউক্ৰেইনীয়
- উৰ্দু
- উইঘুৰ
- উজবেক
- বেণ্ডা
- ভেনেটিয়ান
- ভিয়েতনামী
- ৱৰায়
- ৱেল্ছ
- ৱোলোফ
- খোছা
- য়াকুত
- ইদ্দিছ
- ইওৰুবা
- য়ুকাটেক মায়া
- জাপোটেক
- জুলু
টেক্সট-টু-স্পিচৰ দ্বাৰা সমৰ্থিত ভাষাসমূহ
[সম্পাদনা কৰক]জানুৱাৰী ২০২৫ অনুযায়ী, তলত দিয়া ৬৮টা ভাষা, উপভাষা আৰু ভাষাৰ বৈচিত্ৰ্যই বৰ্তমানে টেক্সট-টু-স্পিচ সমৰ্থন কৰে।
- আফ্ৰিকানছ
- আলবেনীয়
- আমহাৰিক
- আৰবী
- বাস্ক
- বাংলা
- বচনীয়
- বুলগেৰিয়ান
- কেণ্টোনীজ
- কাটালান
- চীনা (সৰলীকৃত)
- চীনা (পৰম্পৰাগত)
- ক্ৰোৱেছিয়ান
- চেক
- ডেনিচ
- ডাচ
- ইংৰাজী
- এষ্টোনীয়
- ফিলিপিনো
- ফিনিচ
- ফৰাচী
- ফৰাচী (কানাডা)
- গেলিচিয়ান
- জাৰ্মান
- গ্ৰীক
- গুজৰাটী
- হাউছা
- হিব্ৰু
- হিন্দী
- হাঙ্গেৰিয়ান
- আইচলেণ্ডিক
- ইণ্ডোনেছিয়ান
- ইটালিয়ান
- জাপানী
- জাভানী
- কন্নড়
- খমেৰ
- কোৰিয়ান
- লেটিন
- লাটভীয়
- লিথুৱেনিয়ান
- মালয়
- মালয়ালম
- মাৰাঠী
- মিয়ানমাৰ (বাৰ্মীজ)
- নেপালী
- নৰৱেজীয় (বোকমাল)
- পোলিচ
- পৰ্তুগীজ (ব্ৰাজিল)
- পৰ্তুগীজ (পৰ্তুগাল)
- পঞ্জাবী (গুৰমুখী)
- ৰোমানীয়
- ৰাছিয়ান
- চাৰ্বীয়
- সিংহল
- চ্লোভাক
- স্পেনীছ
- ছুন্দানীজ
- স্বাহিলী
- স্বিডিছ
- তামিল
- তেলুগু
- থাই
- টাৰ্কিচ
- ইউক্ৰেইনীয়
- উৰ্দু
- ভিয়েতনামী
- ৱেল্ছ
ডিক্টেচন সমৰ্থিত ভাষাসমূহ
[সম্পাদনা কৰক]জানুৱাৰী ২০২৫ অনুযায়ী, তলত দিয়া ৭২টা ভাষা, উপভাষা আৰু ভাষাৰ বৈচিত্ৰ্যই বৰ্তমানে ডিক্টেচন সমৰ্থন কৰে।
- আফ্ৰিকানছ
- আলবেনীয়
- আমহাৰিক
- আৰবী
- আৰ্মেনীয়
- বাস্ক
- বাংলা
- বুলগেৰিয়ান
- কাটালান
- চিচেৱা
- চীনা (সৰলীকৃত)
- চীনা (পৰম্পৰাগত)
- ক্ৰোৱেছিয়ান
- চেক
- ডেনিচ
- ডাচ
- ইংৰাজী
- এষ্টোনীয়
- ফিলিপিনো
- ফিনিচ
- ফৰাচী
- জাৰ্মান
- গ্ৰীক
- গুজৰাটী
- হাউছা
- হিব্ৰু
- হিন্দী
- হাঙ্গেৰিয়ান
- ইগ্বো
- ইণ্ডোনেছিয়ান
- ইটালিয়ান
- জাপানী
- কন্নড়
- খমেৰ
- কোৰিয়ান
- লেটিন
- লাটভীয়
- মালয়
- মালয়ালম
- মাৰাঠী
- মিয়ানমাৰ (বাৰ্মীজ)
- এনডেবেলে (দক্ষিণ)
- নেপালী
- নৰৱেজীয় (বোকমাল)
- ওৰোমো
- পোলিচ
- পৰ্তুগীজ (ব্ৰাজিল)
- ৰোমানীয়
- ৰুণ্ডি
- ৰাছিয়ান
- চাৰ্বীয়
- শোনা
- সিংহল
- চ্লোভাক
- ছোমালি
- স্পেনীছ
- স্বাহিলী
- স্বাতি
- স্বিডিছ
- তামিল
- তেলুগু
- থাই
- তিগ্ৰিনিয়া
- চোৱানা
- টাৰ্কিচ
- ট্উই
- ইউক্ৰেইনীয়
- উৰ্দু
- ভিয়েতনামী
- ৱেল্ছ
- ইওৰুবা
- জুলু
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Orch, Franz (April 28, 2006). "Statistical machine translation live". Google Research Blog. https://research.googleblog.com/2006/04/statistical-machine-translation-live.html। আহৰণ কৰা হৈছে: December 1, 2016.
- ↑ Turovsky, Barak (November 15, 2016). "Found in translation: More accurate, fluent sentences in Google Translate". The Keyword Google Blog. https://blog.google/products/translate/found-translation-more-accurate-fluent-sentences-google-translate/। আহৰণ কৰা হৈছে: January 11, 2017.
- ↑ "See which features work with each language". Google Inc.Google Translate. https://translate.google.com/intl/en/about/languages/। আহৰণ কৰা হৈছে: July 13, 2015.
- ↑ Caswell, Isaac (27 June 2024). "110 new languages are coming to Google Translate". Google Inc.Google Translate Blog. https://blog.google/products/translate/google-translate-new-languages-2024/। আহৰণ কৰা হৈছে: 30 June 2024.