গ্ৰীক বৰ্ণমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে[1] -

  1. Α α আলফা(alpha),
  2. Β β বিটা(beta),
  3. Γ γ গামা(gamma),
  4. Δ δ ডেলটা(delta),
  5. Ε ε এপছাইলন(epsilon),
  6. Ζ ζ জিটা(zeta),
  7. Η η ইটা(eta),
  8. Θ θ থিটা(theta),
  9. Ι ι আয়'টা(iota),
  10. Κ κ কাপ্পা(kappa),
  11. Λ λ লেমডা(lambda),
  12. Μ μ মিউ(mu),
  13. Ν ν নিউ(nu),
  14. Ξ ξ জাই(ksi),
  15. Ο ο ওমিক্ৰন(omicron),
  16. Π π পাই(pi),
  17. Ρ ρ ৰো(rho),
  18. Σ σ/ς চিগমা(sigma)
  19. Τ τ টাও(tau),
  20. Υ υ আপচিলন(upsilon),
  21. Φ φ ফাই(phi),
  22. Χ χ কাই(chi),
  23. Ψ ψ ছাই(psi), aru
  24. Ω ω ওমেগা(omega)

অব্যৱহৃত আখৰ[সম্পাদনা কৰক]

আখৰ ফিনিছীয় আখৰ নাম প্ৰাচীন গ্ৰীক ক্লাছিকেল প্ৰাচীন গ্ৰীক সংখ্যা
ইংৰাজী মধ্যযুগীয় গ্ৰীক আধুনিক গ্ৰীক
Ϝ ϝ Waw Waw Digamma ϝαῦ δίγαμμα w [w] 6
Ϛ ϛ Stigma στίγμα στίγμα st [st] 6
Ͱ ͱ Heth Heth Heta ἧτα h [h]
Ϻ ϻ Sade Sade San ϻάν σάν s [s]
Ϟ ϟ (Ϙ ϙ) Qoph Qoph Koppa ϙόππα κόππα q [q] 90
Ϡ ϡ (Ͳ ͳ) Sade Sade Sampi σαμπῖ ss [sː], [ks], [ts] 900
Ϸ ϸ Shin Shin Sho sh [ʃ]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]