শ্ৰেণী:ইণ্টাৰনেট
ৱিকিমিডিয়া কমন্সত ইণ্টাৰনেট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা ৷ ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, ব্যৱসায় সংক্ৰান্তীয় দিশসমূহ ৱায়াৰলেচ বা কেব'লৰ মাধ্যমেৰে আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে ৷ ইণ্টাৰনেটে ইলেক্ট্ৰ'নিক মেইল, অনলাইন চ্যাট, ফাইল স্থানান্তৰ বা ফাইল ভাগ-বতৰা, অনলাইন খেল আৰু অন্যান্য তথ্য World Wide Web (WWW)-অৰ মাধ্যমেৰে যোগান ধৰে ৷ সাধাৰণতে ইণ্টাৰনেট আৰু World Wide Web (WWW) একেলগে ব্যৱহাৰ হয় যদিও দুয়োটা একে নহয় ৷ ইণ্টাৰনেট হৈছে গ্ল'বেল যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয় ৷ ইণ্টাৰনেটে হাইপাৰলিংক আৰু URL-অৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডেটা কঢ়িয়াই আনে ৷
ৱিকিমিডিয়া কমন্সত Internet সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
উপশ্ৰেণীসমূহ
এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 5টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 5 টা উপশ্ৰেণী আছে।
ই
- ইণ্টাৰনেট সংস্কৃতি (2টা পৃষ্ঠা)
চ
- চচিয়েল নেটৱৰ্ক (5টা পৃষ্ঠা)
য
- যোগাযোগ ছফ্ট্ৱেৰ (2টা পৃষ্ঠা)
ৱ
- ৱৰ্ল্ড ৱাইড ৱেব (2টা পৃষ্ঠা)
"ইণ্টাৰনেট" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ
মুঠ 20 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 20 টা পৃষ্ঠা আছে।