সমললৈ যাওক

ৱেব ব্ৰাউজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।

বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত মজিলা ফায়াৰফক্স, গুগল ক্ৰ’ম, অপেৰা, ছাফাৰী আৰু ইণ্টাৰনেট এক্সপ্ল’ৰাৰ উল্লেখযোগ্য।

১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্ৰথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ নামেৰে নামাকৃত কৰা হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]