সমললৈ যাওক

শ্ৰেণী:ৱৰ্ল্ড ৱাইড ৱেব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ কৰা সেৱাসমূহৰ ভিতৰত ৱেব হৈছে অন্যতম। ই হৈছে আন্তঃসংযোগী দস্তাবেজ আৰু অন্যান্য সম্পদৰ সংকলন, হাইপাৰলিংক আৰু URL দ্বাৰা সংযুক্ত।

ইণ্টাৰনেট আৰু ৱৰ্ল্ড ৱাইড ৱেব শব্দ দুটা প্ৰায়ে দৈনন্দিন ভাষণত বিশেষ পাৰ্থক্য নোহোৱাকৈ ব্যৱহাৰ কৰা হয় (যেনেকৈ তলৰ কেইবাটাও উপশ্ৰেণীত দেখা যায়, শিৰোনাম "ইণ্টাৰনেট ..." যিটো "ৱৰ্ল্ড ৱাইড ৱেব ..." হ'ব লাগে)। কিন্তু ইণ্টাৰনেট আৰু ৱৰ্ল্ড ৱাইড ৱেব একে নহয়। ৱৰ্ল্ড ৱাইড ৱেব হৈছে ৰাজহুৱাভাৱে উপলব্ধ বিশ্বব্যাপী তথ্য যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু চফ্টৱেৰ আন্তঃগাঁথনি যিয়ে হাজাৰ হাজাৰ ব্যৱসায়িক, শৈক্ষিক আৰু চৰকাৰী নেটৱৰ্কৰ মাজত সংযোগ প্ৰদান কৰে। ইণ্টাৰনেট হৈছে পেকেট চুইচিঙৰ দ্বাৰা তথ্য প্ৰেৰণ কৰা আন্তঃসংযোগী কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা ইণ্টাৰনেট প্ৰটোকল (IP) ৰ জৰিয়তে।

ৱেবৰ উপৰিও ইণ্টাৰনেট ব্যৱহাৰ কৰা অন্যান্য সেৱাসমূহৰ ভিতৰত আছে ইলেক্ট্ৰনিক মেইল, ফাইল ট্ৰেন্সফাৰ প্ৰট’কল, অনলাইন চেট, ভইচ অভাৰ ইণ্টাৰনেট প্ৰট’কল, তৎক্ষণাত বাৰ্তা প্ৰেৰণ, ইণ্টাৰনেট সম্প্ৰচাৰ, আৰু ইউজনেট।


উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 1টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত এটা উপশ্ৰেণী আছে।

"ৱৰ্ল্ড ৱাইড ৱেব" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মুঠ 2 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 2 টা পৃষ্ঠা আছে।