৫৯তম ফিল্মফেয়াৰ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
৫৯তম ফিল্মফেয়াৰ বঁটা
দিনাংক ২৪ জানুৱাৰী ২০১৪
স্থান য়শ ৰাজ ষ্টোডিঅ', মুম্বাই
আঁত ধৰোঁতা ৰণবীৰ কাপুৰ
প্ৰিয়ংকা চোপ্ৰা
ৱেবছাইট www.filmfare.com
মূল তথ্য
শ্ৰেষ্ঠ চলচ্চিত্ৰ ভাগ মিলখা ভাগ
শ্ৰেষ্ঠ সমালোচক লান্স-বক্স
সৰ্বাধিক বিজয় ভাগ মিলখা ভাগ (৬)
সৰ্বাধিক মনোনয়ন য়েহ জাৱানী হেই দীৱানী (৯)
দূৰদৰ্শনত সম্প্ৰচাৰ
নেটৱৰ্ক চ’নী
 < ৫৮তম ফিল্মফেয়াৰ বঁটা ৬০তম > 

২০১৩ চনত মুক্তি লাভ কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰসমূহলৈ ৫৯তম ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। ১৩ জানুৱাৰী ২০১৪ তাৰিখে মনোনয়নসমূহ[1] প্ৰকাশ কৰাৰ পাছত ২৪ জানুৱাৰী ২০১৪ তাৰিখে বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।

মনোনয়নসমূহ[সম্পাদনা কৰক]

বঁটা[সম্পাদনা কৰক]

বিজয়ীসকলক গাঢ় আখৰত দেখুওৱা হৈছে।[2]

মূল বঁটা[সম্পাদনা কৰক]

শ্ৰেষ্ঠ চলচ্চিত্ৰ শ্ৰেষ্ঠ পৰিচালক
শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠা অভিনেত্ৰী
শ্ৰেষ্ঠ সহঃ অভিনেতা শ্ৰেষ্ঠা সহঃ অভিনেত্ৰী
শ্ৰেষ্ঠ নৱাগত অভিনেতা শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰী
শ্ৰেষ্ঠ সংগীত পৰিচালক শ্ৰেষ্ঠ গীতিকাৰ
শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী শ্ৰেষ্ঠা মহিলা কণ্ঠশিল্পী

সমালোচকৰ বঁটাসমূহ[সম্পাদনা কৰক]

শ্ৰেষ্ঠ চলচ্চিত্ৰ (শ্ৰেষ্ঠ পৰিচালক)
শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠা অভিনেত্ৰী

কাৰিকৰী বঁটা[সম্পাদনা কৰক]

শ্ৰেষ্ঠ কাহিনী শ্ৰেষ্ঠ চিত্ৰনাট্য
শ্ৰেষ্ঠ সংলাপ শ্ৰেষ্ঠ সম্পাদনা
শ্ৰেষ্ঠ নৃত্য পৰিচালক শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
  • সমীৰ আৰু আৰ্শ – "লাহু মুহ লাগ গায়া"
শ্ৰেষ্ঠ কলা নিৰ্দেশনা শ্ৰেষ্ঠ সংগীত নিৰ্মাণ
শ্ৰেষ্ঠ সাজসজ্জা শ্ৰেষ্ঠ নেপথ্য সংগীত
শ্ৰেষ্ঠ বিশেষ প্ৰয়োগ শ্ৰেষ্ঠ একচন
  • থ'মাছ আৰু গুৰু বচ্চনডী-ডে'

বিশেষ বঁটা[সম্পাদনা কৰক]

জীৱনজোৰা সাধনাৰ বঁটা
আৰ. ডি. বৰ্মণ বঁটা
চ'নীৰ পৰা শ্ৰেষ্ঠ সাফল্যৰ বঁটা

সৰ্বাধিক মনোনয়ন আৰু বঁটা[সম্পাদনা কৰক]

সৰ্ব্বাধিক মনোনয়ন লাভ কৰা চলচ্চিত্ৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]