জিৎ গাংগুলী
অৱয়ব
| জিৎ গাংগুলী | |
|---|---|
Jeet Gannguli (left) at Aashiqui 2 music concert | |
| জন্ম | চন্দ্ৰজিৎ গাংগুলী ২৪ মে', ১৯৭১ (৫৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | সংগীত পৰিচালক, গায়ক |
| সক্ৰিয় হৈ থকা সময় | ২০০১ৰ পৰা বৰ্তমানলৈ |
| দাম্পত্যসঙ্গী | চন্দ্ৰাণী গাংগুলী |
জিৎ গাংগুলী এজন ভাৰতীয় কথাছবি সংগীত পৰিচালক, গায়ক আৰু সুৰকাৰ হিচাপে বলিউডত কাম কৰি আছে ।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- জিৎ গাংগুলী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।