| হিৰণ্য ডেকা |
|---|
| জন্ম |
অসম, ভাৰত |
|---|
| ৰাষ্ট্ৰীয়তা |
ভাৰতীয়  |
|---|
| পেচা |
অভিনেতা |
|---|
| সক্ৰিয় হৈ থকা সময় |
১৯৮১-বৰ্তমানলৈকে |
হিৰণ্য ডেকা (ইংৰাজী: Hiranya Deka) অসমৰ এগৰাকী অভিনয় শিল্পী।[1] ১৯৮১ চনত 'অপৰূপা' নামৰ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰৰ জগতত খোজ পেলায়। [2]তেওঁ অভিনয় কৰা অন্যান্য কথাছবি হৈছে 'ইমান মৰম কিয় লাগে', 'কন্যাদান', 'বিধাতা', 'মিঠা মিঠা লগনত', 'কাদম্বৰী', 'ৰত্নাকৰ' আদি।[3] ইয়াৰ উপৰি তেওঁ বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।
| ক্ৰ নং |
চলচ্চিত্ৰ |
চন |
ভূমিকা |
| ১ | অপৰূপা | ১৯৮১ | সহ-অভিনেতা |
| ২ | আই কিল্ড হিম, ছাৰ | ১৯৯৫ | সহ-অভিনেতা |
| ৩ | হিয়া দিয়া নিয়া | ২০০০ | সহ-অভিনেতা |
| ৪ | তুমি মোৰ মাথোঁ মোৰ | ২০০০ | সহ-অভিনেতা |
| ৫ | ইমান মৰম কিয় লাগে | ২০০২ | সহ-অভিনেতা |
| ৬ | কন্যাদান | ২০০২ | সহ-অভিনেতা |
| ৭ | মিঠা মিঠা লগনত | ২০০২ | সহ-অভিনেতা |
| ৮ | ত্যাগ | ২০০২ | সহ-অভিনেতা |
| ৯ | জুমন সুমন | ২০০৩ | সহ-অভিনেতা |
| ১০ | বিধাতা | ২০০৩ | সহ-অভিনেতা |
| ১১ | কাদম্বৰী | ২০০৪ | সহ-অভিনেতা |
| ১২ | কুকুৰীকণা | ২০০৫ | অভিনেতা |
| ১৩ | সৰু বোৱাৰী | ২০০৬ | সহ-অভিনেতা |
| ১৪ | অধিনায়ক | ২০০৬ | সহ-অভিনেতা |
| ১৫ | জীৱন বাটৰ লগৰী | ২০০৯ | সহ-অভিনেতা |
| ১৬ | ৰণাংগন | ২০১৩ | সহ-অভিনেতা |
| ১৭ | গানে কি আনে | ২০১৬ | সহ-অভিনেতা |
| ১৮ | কোঁৱৰপুৰৰ কোঁৱৰ | ২০১৭ | সহ-অভিনেতা |
| ১৯ | প্ৰতিঘাত | ২০১৯ | সহ-অভিনেতা |
| ২০ | ৰত্নাকৰ | ২০১৯ | সহ-অভিনেতা |