ৰণাংগন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰণাংগন

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক প্ৰণৱ জ্যোতি ভৰালী
চিত্ৰনাট্য ডাঃ নয়ন জ্যোতি তালুকদাৰ
কাহিনী ৰবি শৰ্মা
প্ৰযোজক মৃণাল দাস
অভিনয়ত ৰবি শৰ্মা
পল্লৱী মেধি
চিত্ৰগ্ৰহণকাৰী বেদদ্যুতি দত্ত
সংগীত পৰিচালক নিপন চুতীয়া
পৰিবেশক ডি জে ফিল্মছ[1]
মুক্তি
১৯ এপ্ৰিল, ২০১৩
দেশ  ভাৰত
ভাষা অসমীয়া

ৰণাংগন (ইংৰাজী: Rananggan) হৈছে ২০১৩ চনৰ ১৯ এপ্ৰিলত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ডি জে ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে মৃণাল দাসে আৰু পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ভৰালীয়ে। ইয়াত অভিনয় কৰিছে ৰবি শৰ্মা, পল্লৱী মেধি, হিৰণ্য ডেকা, ব্ৰজেন বৰা, প্ৰতুল ডেকা আদিয়ে। চলচিত্ৰখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে ডাঃ নয়ন জ্যোতি তালুকদাৰে আৰু সংগীত দিছে নিপন চুতীয়াই। ইয়াত প্ৰস্তুতি পৰাশৰে এটা গীতত অতিথি শিল্পীৰ হিচাপে অভিনয় কৰিছে।

কাহিনী সাৰাংশ[সম্পাদনা কৰক]


অভিনয়ত[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

  • পৰিচালক - প্ৰণৱ জ্যোতি ভৰালী
  • প্ৰযোজক - মৃণাল দাস
  • চিত্ৰনাট্য - ডাঃ নয়ন জ্যোতি তালুকদাৰ
  • কাহিনী - ৰবি শৰ্মা
  • সংগীত পৰিচালক - নিপন চুতীয়া
  • চিত্ৰগ্ৰহণকাৰী - বেদদ্যুতি দত্ত
  • কৰিঅ'গ্ৰাফ - উদয় শংকৰ, পংকজ ইংতি, হেমেন শৰ্মা

সংগীত[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ সংগীত পৰিচালক নিপন চুতীয়া।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "কিয়নো এছাটি"  জুবিন গাৰ্গ, সুবাসনা দত্ত ৩:৪৬
2. "আই এম ছেক্সী"  কল্পনা পাটোৱাৰী ৪:১৬
3. "আই এম ছেক্সী (ৰিমিক্স)"  কল্পনা পাটোৱাৰী ৪:২৬
4. "যেন এক ৰণাংগন"    ৩:৪০
5. "বলিয়া বতৰে"  প্ৰিয়ংকা ভৰালী ৩:৪২
6. "বুকুত আঁজুৰি থৈ"    ৪:৩৮
মুঠ দৈৰ্ঘ্য:
২৪:২৮

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Upcoming Assamese Movie". rupaliparda.com. rupaliparda.com. 12/19/2012. http://www.rupaliparda.com/each_news.aspx?id=12। আহৰণ কৰা হৈছে: March 25, 2013. 
  2. Assamese Film & Theatre (16 March 2013). "Assamese Films: News This Week (11-17 March 2013)". newslivetv.com. newslivetv.com. http://www.newslivetv.com/assamese-film-and-theatre/assamese-films-news-this-week-11-17-march-2013.html। আহৰণ কৰা হৈছে: March 25, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]