মঞ্জু বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Manju Borah
মঞ্জু বৰা
জন্ম অসম, ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালক

মঞ্জু বৰা (ইংৰাজী: Manju Borah)অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু গল্পকাৰ। তেওঁ উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালনাৰ বাবে ইতিমধ্যে ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তদুপৰি তেওঁ ইণ্ডিয়ান পেনোৰোমা, এই এফ এফ আই, ২০০৭, দশম মামি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (10th MAMI International Film Festival 2008), সপ্তম এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (3rd Eye 7th Asian Film Festival Mumbai 2008), ৫৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (55th National Film Awards for 2007 (Feature Films) Delhi) আদিত জুৰি মেম্বাৰ হিচাপে অৱদান আগবঢ়াইছে। [1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কৰ্মজীৱন[সম্পাদনা কৰক]

মঞ্জু বৰাই তেওঁৰ প্ৰথম চলচ্চিত্ৰ ' বৈভৱ' ৰে ১৯৯৯ চনত চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখনে ২০০০ চনত অনুষ্ঠিত হোৱা ৪৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (47th National Film Festival) ত বিচাৰক মণ্ডলীৰ বিশেষ বঁটা (Juries Special Mention) লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি বৈভৱৰ বাবে মঞ্জু বৰাই চেন্নাইত ১৯৯৯ চনত শ্ৰেষ্ঠ নৱতম পৰিচালক (Gollapudi Srinivas Award for Best Debut Director)ৰ বঁটা লাভ কৰে।

পৰৱৰ্ত্তী কালত মঞ্জু বৰাই 'অন্য এক যাত্ৰা' (২০০১) , আকাশীতৰাৰ কথাৰে (২০০২) ,লাজ (২০০৪), জয়মতী (২০০৬), 'আই ক'ত নাই' আদি চলচ্চিত্ৰ পৰিচালনা কৰে। [2]

অৱদান[সম্পাদনা কৰক]

চলচ্চিত্ৰ[সম্পাদনা কৰক]

বৰ্ষ নাম ইংৰাজী নাম ভাষা
১৯৯৯ বৈভৱ A Scam in Verse অসমীয়া[3]
২০০১ অন্য এক যাত্ৰা অসমীয়া
২০০৩ আকাশীতৰাৰ কথাৰে A Tale Told Thousand Times অসমীয়া
২০০৪ লাজ Shame অসমীয়া[4]
২০০৬ জয়মতী The Saviour অসমীয়া[5]
২০০৮ আই ক’ত নাই Ma অসমীয়া
২০১২ ক: য়াদ A Silent Way মিচিং
২০১৫ ডাও হুদুনি মেথাই Song of the Horned Owl বড়ো[6]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ নৱতম পৰিচালকৰ বাবে গ'লাপুড়ি শ্ৰীনিবাস বঁটা Gollapudi Srinivas Award (২০০০)
  • ৪৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (47th National Film Festival) ত 'বৈভৱ' চলচ্চিত্ৰৰ বাবে বিচাৰক মণ্ডলীৰ বিশেষ বঁটা (Juries Special Mention)[7]
  • ৫১ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( 51st National Film Fesival) ত 'আকাশীতৰাৰ কথাৰে' চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা (Best Feature Film in Assamese)
  • ২০০৮ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'আই ক'ত নাই' চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা[8]
  • ২০১২ চনত মুম্বাইত অনুষ্ঠিত Third Eye Asian Film Festival ত সত্যজিত ৰায় স্মাৰক বঁটা[9]
  • ২০১২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মিচিং চলচ্চিত্ৰ ক : য়াদ-ৰ বাবে ৰষ্ট্ৰীয় বঁটা[10]
  • ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাডাও হুদুনি মেথাই-ৰ বাবে বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Manju Borah - Assamese Filmmaker". Onlinesivasagar.com. http://onlinesivasagar.com/movies/manju-borah.html। আহৰণ কৰা হৈছে: 2013-03-15. 
  2. http://onlinesivasagar.com/movies/manju-borah.html
  3. "Assamese Cinema: Glorious past, crisis-ridden present - Rupraj Sarmah". The Sunday Indian. Archived from the original on 2017-10-10. https://web.archive.org/web/20171010235314/http://www.thesundayindian.com/en/story/assamese-cinema-glorious-past-crisis-ridden-present/275/36729/। আহৰণ কৰা হৈছে: 2013-03-15. 
  4. "Welcome to rupaliparda:Manju Borah's Laaj for LFF 2013". Rupaliparda.com. http://www.rupaliparda.com/each_news.aspx?id=18। আহৰণ কৰা হৈছে: 2013-03-15. 
  5. Bipuljyoti Saikia. "Bipuljyoti Saikia's Home Page : Cinema & Stage - Joymoti". Oocities.org. http://www.oocities.org/bipuljyoti/cinema/joymoti/joymoti05.html। আহৰণ কৰা হৈছে: 2013-03-15. 
  6. "Don’t think my film will make it to theatres: Manju Borah". Indian Express. IANS (Mumbai). 2 November 2015. http://indianexpress.com/article/entertainment/regional/dont-think-my-film-will-make-it-to-theatres-manju-borah/। আহৰণ কৰা হৈছে: 6 January 2016. 
  7. TI Trade. "Assam Tribune online". Assamtribune.com. http://www.assamtribune.com/jun0509/panorama1.html। আহৰণ কৰা হৈছে: 2013-03-15. [সংযোগবিহীন উৎস]
  8. "An Aamir can do the trick: Manju Bora". The Daily Telegraph. http://www.telegraphindia.com/1100302/jsp/northeast/story_12108614.jsp। আহৰণ কৰা হৈছে: March 16, 2013. 
  9. "Welcome to rupaliparda:Satyajit Rai Award to Manju Borah". Rupaliparda.com. http://www.rupaliparda.com/each_news.aspx?id=11। আহৰণ কৰা হৈছে: 2013-03-15. 
  10. "60th National Film Awards Announced" (PDF) (Press release). Press Information Bureau (PIB), India. http://pib.nic.in/archieve/others/2013/mar/d2013031801.pdf। আহৰণ কৰা হৈছে: 18 March 2013. 
  11. "63rd National Film Awards" (PDF) (Press release). Directorate of Film Festivals. 28 March 2016. http://dff.nic.in/writereaddata/Winners_of_63rd_NFA_2015.pdf। আহৰণ কৰা হৈছে: 28 March 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]