মিচিং ভাষা
মিচিং | |
---|---|
মিৰি | |
অঞ্চল | অসম |
জাতীয়তা | মিচিং ভাষী লোক |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | mrg |
গ্লোটোলগ | misi1242 [1] |
মিচিং বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। মিচিং আগম কেবাং মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।[2]
ভৌগোলিক বিতৰণ[সম্পাদনা কৰক]
মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[3] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:
- লখিমপুৰ
- শোণিতপুৰ
- ধেমাজি
- ডিব্ৰুগড়
- মাজুলী
- শিৱসাগৰ
- যোৰহাট
- গোলাঘাট
- তিনিচুকীয়া
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
- ডাপ'ৰিজ'
- পাচিঘাট
- জিৰ'
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Mising". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/misi1242.
- ↑ "মিচিং আগম কেবাঙৰ ৱেবচাইট". http://mishingagomkebang.org/.
- ↑ ethnologue