নিশিতা গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিশিতা গোস্বামী
জন্ম ১৯ অক্টোবৰ, ১৯৮২ (৪১ বছৰ)
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
অন্য নাম চিতলী[1]
পেচা অভিনেত্ৰী
জনা যায় অভিনয়
গৃহস্থান গুৱাহাটী, অসম
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী চয়ন চক্ৰৱৰ্তী

নিশিতা গোস্বামী (ইংৰাজী: Nishita Goswami) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৮২ চনৰ ১৯ অক্টোবৰত অসমগুৱাহাটীত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম মলয়া গোস্বামী[2] আৰু পিতৃৰ নাম প্ৰদীপ গোস্বামী। মাতৃ মলয়া গোস্বামীয়ো এগৰাকী জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আৰু তেখেতৰ পৰাই নিশিতাই চলচ্চিত্ৰত অভিনয় কৰা সুবিধা পায়৷ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে। তেখেতে প্ৰায় ৬ বছৰ বয়সতে ৰাতি ফুলা ফুল ছবিৰ জৰিয়তে অভিনয় জগতত খোজ দিয়ে। তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷[2] অসমৰ বিভিন্ন আলোচনী আদিৰ বেটুপাতত তেখেতৰ চিত্ৰই স্থান লাভ কৰিছে।

অভিনীত চলচ্চিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]