উৎপল বৰপূজাৰী
অৱয়ব
উৎপল বৰপূজাৰী | |
---|---|
২০১৩ চনত উৎপল বৰপূজাৰী | |
জন্ম | অসম, ভাৰত |
বাসগৃহ | গুৱাহাটী |
পেচা | চলচ্চিত্ৰ সমালোচক, পৰিচালক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
উৎপল বৰপূজাৰীএগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1] তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ৰায়োগিক ভূবিদ্যা বিষয়ত এম.টেক. ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ ছবিসমূহ দেশ বিদেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছ।[2][3][4] তেওঁ ২০০২ চনৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণ কমল লাভ কৰিছিল।
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]তথ্যচিত্ৰ
[সম্পাদনা কৰক]- মায়ং: মাইথ/ৰিয়েলিটি (২০১২)
- চং অফ দা ব্লু হিলছ (২০১৩)[5][6]
- চকাৰ কুইন অফ ৰাণী
- ফৰ এ দৰবাৰ অফ দা পিপল
- মেমৰিছ অফ এ ফৰগটেন ৱাৰ[7]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[9]
- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা : ঈশ্বু
- শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা : ঈশ্বু[10]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ IANS (2018-04-13). "Assamese film 'Village Rockstars' wins Best Feature Film". Business Standard India. http://www.business-standard.com/article/news-ians/assamese-film-village-rockstars-wins-best-feature-film-118041300495_1.html.
- ↑ Dore, Shalini (9 April 2014). "New York Indian Film Festival Expands to Neighboring Countries". variety.com. https://variety.com/2014/film/festivals/new-york-indian-film-festival-expands-to-neighboring-countries-1201155113/। আহৰণ কৰা হৈছে: 14 March 2017.
- ↑ "Film on Naga folk music makes it to five festivals". telegraphindia.com. http://www.telegraphindia.com/1140426/jsp/northeast/story_18279706.jsp#.WBn4mmWfRE4। আহৰণ কৰা হৈছে: 14 March 2017.
- ↑ IANS. "Blue Hills music to reverberate in China, Italy, Romania". thehindu.com. http://www.thehindu.com/entertainment/blue-hills-music-to-reverberate-in-china-italy-romania/article6390484.ece। আহৰণ কৰা হৈছে: 14 March 2017.
- ↑ "The Hills Have Eyes". outlookindia.com. http://www.outlookindia.com/magazine/story/the-hills-have-eyes/280996। আহৰণ কৰা হৈছে: 14 March 2017.
- ↑ Chatterji, Shoma A. (4 August 2015). "Filming Reality: The Independent Documentary Movement in India". SAGE Publications India. https://books.google.co.in/books?id=xV0lDAAAQBAJ&pg=PT12&lpg=PT12&dq=utpal%20borpujari%20national%20award&source=bl&ots=Q3yAZS6GQC&sig=SQp-cgTL2sB0LjAHDT7StXwtQpM&hl=en&sa=X&ved=0ahUKEwjEn4fyporQAhUIrY8KHc-YCXc4FBDoAQgtMAQ#v=onepage&q=utpal%20borpujari%20national%20award&f=false। আহৰণ কৰা হৈছে: 14 March 2017.
- ↑ "Trailer and Synopsis of "Memories of a Forgotten War": A feature-length documentary film on the battles of World War II fought in Northeastern India". madaboutmoviez.com. 29 November 2015. https://madaboutmoviez.com/2015/11/30/trailer-and-synopsis-of-memories-of-a-forgotten-war-a-feature-length-documentary-film-on-the-battles-of-world-war-ii-fought-in-northeastern-india/। আহৰণ কৰা হৈছে: 14 March 2017.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2020-03-02. https://web.archive.org/web/20200302124800/https://themoviean.com/utpal-borpujari-interview/। আহৰণ কৰা হৈছে: 2019-01-05.
- ↑ http://employmentnews.gov.in/VOL.%2036%20IFFI2015%20Cinema%20from%20the%20North%20East%20finds%20a%20special%20place04Dec15.pdf
- ↑ https://nenow.in/entertainment/assam-utpal-borpujaris-ishu-bags-sailadhar-baruah-film-award.html