সমললৈ যাওক

অতুল পাচনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশিষ্ট ফৰাচি নাট্যকাৰ চেমুয়েল বেকেটৰ ‘ওৱেটিং ফৰ গদো’ৰ অসমীয়া অভিযোজনা ‘এদিন আহিব তেওঁ’ ৰ এটি দৃশ্যত অভিনেতা অতুল পাচনি
অতুল পাচনী
জন্ম ২১ জানুৱাৰী, ১৯৬০ (৬৬ বছৰ)
মাজুলী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
দাম্পত্যসঙ্গী অনিমা পাচনী
সন্তান অনন্যা পাচনী
নানান পাচনী

অতুল পাচনী (ইংৰাজী: Atul Pachani) অসমৰ এগৰাকী অভিনয় শিল্পী। ১৯৬০ চনৰ ২১ জানুৱাৰীত মাজুুলীত তেওঁৰ জন্ম হয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ অভিনীত চলচ্চিত্ৰ সমূহ হল :

  • হলধৰ
  • সাগৰলৈ বহু দূৰ
  • কইনা মোৰ ধুনীয়া
  • ককা দেউতা ঘৰ জোৱাঁই
  • প্ৰিয়াৰ মিলন
  • জোনাক বিহীন জীৱন
  • মাঘত মামণি বিয়া
  • বৰলা বিলৈ
  • বহাগত বৰলা বিয়া
  • জীৱন বাটৰ লগৰী
  • ফেনখোৱা
  • কেছটো নগেন

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]