সমললৈ যাওক

অধিনায়ক (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অধিনায়কৰ পৰা পুনঃনিৰ্দেশিত)
অধিনায়ক

অধিনায়ক চলচ্চিত্ৰৰ প'ষ্টাৰ
পৰিচালক যতীন বৰা
কাহিনী মুনিন বৰুৱা
প্ৰযোজক লিখন চমুৱা
অভিনয়ত যতীন বৰা
অৰূপ বৰা
নিশিতা গোস্বামী
ৰিম্পী দাস
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
ফেব্ৰুৱাৰী ১৭, ২০০৬
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অধিনায়ক (ইংৰাজী: Captain) হৈছে ২০০৬ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ[1]। অভিনেতা যতীন বৰাই এইখন ছবিৰ জৰিয়তে প্ৰথম চলচ্চিত্ৰ পৰিচালনাত হাত দিয়াৰ লগতে নিজে মুখ্য চৰিত্ৰত অভিনয়ো কৰে।[2] কাহিনী মুনিন বৰুৱাৰ আৰু কাৰিকৰী উপদেষ্টা হিচাপে থাকে ৰাজেশ ভূঞা[1]

ৰাজা (যতীন বৰা) নামৰ এজন মেকানিক আৰু বাকী চৰিত্ৰসমূহৰ লগত গঢ়ি উঠা তেওঁৰ সম্পৰ্কৰ আধাৰত কাহিনীটো নিৰ্মিত।[2]

অভিনয়-শিল্পী

[সম্পাদনা কৰক]

বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "অচিনাকি দুটি মনে"  জুবিন গাৰ্গ, নবনীতা শৰ্মা বৰা ৪:৮৫
2. "সপোনৰ পাহে পাহে"  জুবিন গাৰ্গ, অনিন্দিতা পাল ৪:১৮
3. "পছোৱা বলিছে"  জুবিন গাৰ্গ, ভিতালী দাস ৪:১২

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Adhinayak releasing on February 17". Vedanti.com. Archived from the original on 2010-05-04. https://web.archive.org/web/20100504143159/http://vedanti.com/Video/Movies/Movies.htm আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩.
  2. 1 2 "Beyond Headlines: A new direction". The Telegraph. Saturday, February 11, 2006. http://www.telegraphindia.com/1060211/asp/guwahati/story_5829931.asp আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]