জীৱন নৰহ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জীৱন নৰহ অসমীয়া ভাষাৰ এজন কবি। তেখেতৰ জন্ম হৈছিল গোলাঘাট জিলাৰ মৰাঙ্গীয়াল গাঁৱৰ মিচিং পৰিয়ালত।
কবিতা পুথি[সম্পাদনা কৰক]
- মোমাইদেউৰ ফুলনি (২০০৮)
- শুনা মোৰ ফুল কলি (২০০৪)
- টাৰি-ৰি (২০০০)
- সোৱৰণীৰ সোণ (১৯৯৯)
- ঢৌ খেলা ল'ৰালিৰ ছাঁ (১৯৯৭)
- তুমি পকা ধানৰ দৰে গোন্ধাইছা (১৯৯৬)
- অ’ মোৰ ধুনীয়া কপৌফুল (১৯৯৪)
- The Buddha And Other Poems (ইংৰাজী অনুবাদ) (২০০৯)
- জীবন নৰহেৰ নিৰ্বাচিত অসমিয়া কবিতা (বাংলা অনুবাদ)
- সোঅনশিৰি আৰ জোনবেলি (বাংলা অনুবাদ)
গদ্য[সম্পাদনা কৰক]
- ভূমিৰ ফুল (২০০৬)
- ঐকিলি (২০০০)
উপন্যাস[সম্পাদনা কৰক]
- চোৱা পিতাম্বৰ শ্যাম বৰণৰ মেঘ উৰে (২০১১)
- অইকলি (২০০০)