আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
স্থাপিত ১৯৫৯
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° সুৰজিত কুমাৰ ভাগৱতী
স্থান হয়বৰগাঁও, নগাঁও, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট adpcollege.ac.in

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (ইংৰাজী: Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমনগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]

বিভাগ[সম্পাদনা কৰক]

কলা[সম্পাদনা কৰক]

  • অসমীয়া
  • আৰবী
  • বঙালী
  • শিক্ষা
  • ইংৰাজী
  • অৰ্থনীতি
  • বুৰঞ্জী
  • ৰাজনীতি
  • দৰ্শন

বিজ্ঞান[সম্পাদনা কৰক]

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • পদাৰ্থ বিজ্ঞান
  • ভূগোল
  • গণিত
  • কম্পিউটাৰ বিজ্ঞান
  • পৰিসংখ্যা
  • হাৰ্বেল চায়েঞ্চ এণ্ড টেক্নলজি (Herbal Science & Technology)

বাণিজ্য[সম্পাদনা কৰক]

মান্যতা[সম্পাদনা কৰক]

  • আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়খনে ২০২০ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ পৰা “ষ্টাৰ কলেজ” (Star college) শীৰ্ষক শিৰোনাম লাভ কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 July 2017. 
  3. "CCycle211936" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Anandaram+Dhekial+Phookan+College&Field3=Nagaon&Field4=AS&Field5=Cycle2&Field6=11936। আহৰণ কৰা হৈছে: 9 June 2017. [সংযোগবিহীন উৎস]
  4. "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 7 July 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]