বসুন্ধৰা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


বসুন্ধৰা
বসুন্ধৰা.jpg
বসুন্ধৰা -চলচ্চিত্ৰৰ পোষ্টাৰ
পৰিচালক হিৰেন বৰা
প্ৰযোজক হিৰেন বৰা
চিত্ৰনাট্য হিৰেন বৰা
সাগৰ সংগম চৰকাৰ
কাহিনী হিৰেন বৰা
অভিনয়ত বৰ্ষাৰাণী বিষয়া
সৌৰভ হাজৰিকা
বিষ্ণু খাৰঘৰীয়া
সংগীত পৰিচালক তৰালী শৰ্মা
চিত্ৰগ্ৰহণকাৰী বিবেক বেনাৰ্জী
সম্পাদনা অশীত বসু
ষ্টুডিঅ’ সুৰভি এন্টাৰপ্ৰাইজ
মুক্তি ১৫ জানুৱাৰী, ২০১০
দৈৰ্ঘ্য ১১৭ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বসুন্ধৰা (ইংৰাজী: The Earth) হৈছে, ২০১০ চনৰ ১৫ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। সুৰভি এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত আৰু হিৰেন বৰা পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ইত্যাদি। ছবিখনে '৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[1]


অভিনয় শিল্পী[সম্পাদনা কৰক]


সংগীত[সম্পাদনা কৰক]

ছবিখনৰ সংগীত পৰিচালনা কৰে তৰালী শৰ্মাই।





তথ্য সংগ্ৰহ[সম্পাদনা কৰক]