মাজ ৰাতি কেতেকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মাজ ৰাতি কেতেকী
Maj Rati Keteki
পৰিচালক সান্ত্বনা বৰদলৈ
লেখক সান্ত্বনা বৰদলৈ
অভিনয়ত
  • আদিল হুছেইন
  • ছাকিল ইমটিয়াজ
  • মহেন্দ্ৰ ৰাভা
  • সুলক্ষণা বৰুৱা
  • ৰাহুল গৌতম শৰ্মা
সংগীত পৰিচালক অনুৰাগ শইকীয়া
চিত্ৰগ্ৰহণকাৰী ঘন শেখৰ ভি.এছ.
সম্পাদনা উষ্মা বৰদলৈ
মুক্তি ২৭ অক্টোবৰ ২০১৭
দৈৰ্ঘ্য ১১৬ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া


মাজ ৰাতি কেতেকী (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে

অভিনয়ত[সম্পাদনা কৰক]

  • আদিল হুছেইন
  • ছাকিল ইমটিয়াজ
  • মহেন্দ্ৰ ৰাভা
  • সুলক্ষণা বৰুৱা
  • ৰাহুল গৌতম শৰ্মা

মুক্তি[সম্পাদনা কৰক]

২০১৭ বৰ্ষৰ ২৭ অক্টোবৰত অসমৰ ছবিগৃহসমূহত চলচ্চিত্ৰখন বাণিজ্যিকভাৱে মুক্তি দিয়া হ'ব।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]