সমললৈ যাওক

মাজ ৰাতি কেতেকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাজ ৰাতি কেতেকী
Maj Rati Keteki
পৰিচালক সান্ত্বনা বৰদলৈ[1]
ৰচনা সান্ত্বনা বৰদলৈ
অভিনয়ত
  • আদিল হুছেইন
  • ছাকিল ইমটিয়াজ
  • মহেন্দ্ৰ ৰাভা
  • সুলক্ষণা বৰুৱা
  • ৰাহুল গৌতম শৰ্মা
চিত্ৰগ্ৰহণকাৰী ঘন শেখৰ ভি.এছ.
সম্পাদনা উষ্মা বৰদলৈ
সংগীত পৰিচালক অনুৰাগ শইকীয়া
মুক্তি
২৭ অক্টোবৰ ২০১৭
দৈৰ্ঘ্য
১১৬ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মাজ ৰাতি কেতেকী[2][3] (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ[4] ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে

অভিনয়ত

[সম্পাদনা কৰক]
  • আদিল হুছেইন
  • ছাকিল ইমটিয়াজ
  • মহেন্দ্ৰ ৰাভা
  • সুলক্ষণা বৰুৱা
  • ৰাহুল গৌতম শৰ্মা

২০১৭ বৰ্ষৰ ২৭ অক্টোবৰত অসমৰ ছবিগৃহসমূহত চলচ্চিত্ৰখন বাণিজ্যিকভাৱে মুক্তি দিয়া হ'ব।

মাজ ৰাতি কেতেকীয়ে ২০১৬ চনৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটাৰে সন্মানিত হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]