অনুৰাগ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অনুৰাগ শইকীয়া
জন্ম মৰাণ, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰ সংগীত
পেচা সংগীত পৰিচালক, আৱহ সংগীত, গায়ক
বাদ্যযন্ত্ৰ কিবৰ্ড, চিন্থেচাইজাৰ আৰু পিয়ান'

অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলামৰাণত তেওঁৰ জন্ম হৈছিল।[1][2] তেওঁ "যুগদ্ৰষ্টা (চলচ্চিত্ৰ)" নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ ৰজত কমল বঁটা লাভ কৰে।[3][4]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

সংগীত নিৰ্দেশক হিচাপে[সম্পাদনা কৰক]

ৱেব ছিৰিজত সংগীত নিৰ্দেশক হিচাপে[সম্পাদনা কৰক]

  • পঞ্চায়ত

তথ্য উৎস[সম্পাদনা কৰক]