শৈশৱতে ধেমালিতে
অৱয়ব
| শৈশৱতে ধেমালিতে | |
|---|---|
| পৰিচালক | বিদ্যুৎ কটকী |
| ৰচনা | বিদ্যুৎ কটকী |
| সংগীত পৰিচালক | অনুৰাগ শইকীয়া |
মুক্তি |
ডিচেম্বৰ,২০১৭ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।
কাহিনী
[সম্পাদনা কৰক]অভিনয়ত
[সম্পাদনা কৰক]- নিপন গোস্বামী
- ভিক্টৰ বেনাৰ্জী
- দীপান্বিতা শৰ্মা
- নকুল বৈদ
- নাৱেদ আচলাম
- নিকুমণি বৰুৱা