মহানন্দ মজিন্দাৰ বৰুৱা
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মহানন্দ মজিন্দাৰ বৰুৱা | |
---|---|
জন্ম | ৬ ছেপ্টেম্বৰ, ১৯৪৩ নাজিৰা, শিৱসাগৰ, অসম |
মৃত্যু | ২০ মে', ২০১০ গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
পেচা | কণ্ঠশিল্পী |
মহানন্দ মজিন্দাৰ বৰুৱা (ইংৰাজী: Mahananda Majinder Baruah) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৩ চনৰ ৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত তেওঁ জন্মগ্ৰহণ কৰে। ২০১০ চনৰ ২০ মে'ত গুৱাহাটীত বৰুৱাৰ দেহাৱসান ঘটে।
কৰ্মজীৱন
[সম্পাদনা কৰক]এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |