সমললৈ যাওক

১৬ নৱেম্বৰ, ২০২৪ৰ পৰা ৱিকিউৎত চলি আছে ৱিকিসংযোগ মুদ্ৰণ সংশোধন মেলা, ২০২৪
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।

ৰামকুইৱাংবে জেমে নিউমে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামকুইৱাংবে জেমে

নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা বঁটা গ্ৰহণ কৰা সময়ত ৰামকুইৱাংবে জেমে
জন্ম ২১ আগষ্ট, ১৯৫৫[1]
লোদি গাঁও, হাফলং, অসম
পেচা শিক্ষা বিষয়া
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা (২০২৩)
নিজৰ নাম সম্পৰ্কে জেমে নিউমেৰ ভাষ্য

ৰামকুইৱাংৱে জেমে নিউমে[1] [2](লিপ্যন্তৰত: ৰামকুইৱাংবে জেনি;[3] জন্ম: ২১ আগষ্ট, ১৯৫৫) অসমৰ ডিমা হাছাও জিলাৰ[4] এগৰাকী অৱসৰ প্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া।[5] সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিশেষকৈ জনা যায়। শিক্ষাৰ প্ৰসাৰ, বলিপ্ৰথা নিবাৰণ তথা নগা জনগোষ্ঠীৰ হেৰিকা ধৰ্মক ৰক্ষা আৰু সংৰক্ষণৰ বাবে তেওঁৰ জীৱনজোৰা প্ৰয়াসৰ বাবে ভাৰত চৰকাৰে জেমেক ২০২৩ বৰ্ষত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[3][6]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ১৯৯৭: শ্ৰী গুৰুজী সমাজ প্ৰাৱধান পুৰস্কাৰ, জন কল্যাণ সমিতি, পুনে বম্বেৰ দ্বাৰা।[7]
  • ২০১০: ভাওৰাও দেওৰাজ স্মৃতি সন্মান, হেৰাকা ৰীতি-নীতি আৰু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত কৰা নিস্বাৰ্থ সেৱাৰ বাবে।[8]
  • ২০১৫: বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান সন্মান।
  • ২০১৮: বিজ্ঞানৰ ডক্টৰেট (Honoris cousa), NITTE বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা হয়।
  • ২০২৩: পদ্মশ্ৰী বঁটা, সামাজিক কৰ্মৰ বাবে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা প্ৰদান কৰা হয়।[9][10][11][12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ইয়ালৈ যাওক: 1.0 1.1 "Padma Awards 2023". Press Information Bureau, Government of India. 5 April 2023. পৃষ্ঠাসমূহ: 32. https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/apr/doc202345178301.pdf। আহৰণ কৰা হৈছে: 15 October 2023. 
  2. "Dr. Ramkuiwangbe Newme conferred with the highest civilian award the #Padma Shri#2023 NAH:26/01/2023". https://www.youtube.com/@nah4794. https://www.youtube.com/watch?v=FVcG1jIDXpY। আহৰণ কৰা হৈছে: 15 October 2023. 
  3. ইয়ালৈ যাওক: 3.0 3.1 ষ্টাফ ৰিপৰ্টাৰ (২৬ জানুৱাৰী, ২০২৩). "বয়ন শিল্পী হেমপ্ৰভা, মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী, সমাজকৰ্মী ৰামকুইৱাংবেলৈ পদ্মশ্ৰী". অসমীয়া খবৰ. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা প্ৰথম পৃষ্ঠা. 
  4. "Rousing welcome accorded to Padma Shri awardee Dr Ramkuiwangbe Newme in Halflong". The Sentinel. https://www.sentinelassam.com/north-east-india-news/assam-news/rousing-welcome-accorded-to-padma-shri-awardee-dr-ramkuiwangbe-newme-in-halflong-644792. 
  5. "পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হ’ল ডিমা হাছাও জিলাৰ ৰামকুৱাংবেৰ নাম". https://www.etvbharat.com.+২৬ জনুৱাৰী, ২০২৩. https://www.etvbharat.com/assamese/assam/state/dima-hasao-north-cachar-hills/padma-awards-2023-goes-to-social-worker-ramkuiwangbe-jene/assam20230126095007328328978। আহৰণ কৰা হৈছে: 26 January 2023. 
  6. "Padma Awards 2023 announced". Ministry of Home Affairs, Government of India. 25 January 2023. পৃষ্ঠাসমূহ: 12. https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1893797। আহৰণ কৰা হৈছে: 15 October 2023. 
  7. Newme, Dr. Widonlule. "Ramkuiwangbe Newme: Torch Bearer of Indigenous Faith Movement". Heritage Explorer, A Monthly Magazine: 17-18. http://www.heritagefoundation.org.in/heritage/single/pdf/1681974810.pdf। আহৰণ কৰা হৈছে: 16 October 2023. 
  8. "Bhaorao Deoras Memorial Seva Samman". bhaoraonyas.org. http://bhaoraonyas.org/bhaorao-deoras-memorial-seva-samman/। আহৰণ কৰা হৈছে: 16 October 2023. 
  9. Desk, Sentinel Digital (6 April 2023). "Padma awards conferred to Hemoprova Chutia and Dr Ramkuiwangbe Jeme Newme - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/topheadlines/padma-awards-conferred-to-hemoprova-chutia-and-dr-ramkuiwangbe-jeme-newme-644212. 
  10. "Assam’s Hemoprava Chutia, Hem Chandra Goswami and Ramkuiwangbe Newme conferred with Padma Shri Award" (en ভাষাত). India Today NE. 26 January 2023. https://www.indiatodayne.in/assam/story/assams-hemoprava-chutia-hem-chandra-goswami-and-ramkuiwangbe-newme-conferred-with-padma-shri-award-503390-2023-01-26. 
  11. "Authors Sudha Murty, S.L. Bhyrappa, Kamlesh D Patel among others conferred Padma Bhushan 2023". The Times of India. https://timesofindia.indiatimes.com/life-style/books/features/authors-sudha-murty-s-l-bhyrappa-kamlesh-d-patel-among-others-conferred-padma-bhushan-2023/articleshow/97343189.cms?frmapp=yes&from=mdr. 
  12. HT News Desk. "ORS pioneer Dilip Mahalanabis, 25 other ‘unsung heroes’ get Padma Awards". hindustantimes. https://www.hindustantimes.com/india-news/ors-pioneer-dilip-mahalanabis-25-other-unsung-heroes-get-padma-awards-101674661307711.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]