সমললৈ যাওক

মুকুলচন্দ্ৰ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুকুলচন্দ্ৰ গোস্বামী
জন্ম অসম, ভাৰত
পেচা সমাজ সেৱক
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

মুকুল চন্দ্ৰ গোস্বামী (ইংৰাজী: Mukul Chandra Goswami) ভাৰতৰ এগৰাকী সমাজ সেৱক। তেওঁ মানসিক ৰোগী সকলক আশ্ৰয় আৰু পুনৰ্প্ৰতিষ্ঠাৰ বাবে অশ্বদ্বীপ (Ashadeep) নামৰ এটা বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰে।[1] ২০১৪ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2]

চমু জীৱনী

[সম্পাদনা কৰক]

মুকুলচন্দ্ৰ গোস্বামীয়ে প্ৰথমতে বেংকত কাৰ্য্যনিৰ্বাহ কৰিছিল। পৰৱৰ্ত্তীকালত তেওঁ সেই চাকৰি ত্যাগ কৰি ১৯৯৬ চনত নিজৰ বাসগৃহতে ‘অশ্বদীপ’ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে। পিছলৈ এই সংগঠনেই বিস্তাৰ লাভ কৰে আৰু মানসিক ৰোগীসকলৰ বাবে প্ৰতিষ্ঠা কৰা অন্য এক গৃহ ‘ৰশ্মি’, মানসিক ৰোগীৰ পুনৰ্প্ৰতিষ্ঠানৰ বাবে থকা ‘নৱচেতনা’ আৰু বয়োজ্যষ্ঠসকলৰ দৈনিক প্ৰতিপালনৰ বাবে থকা ‘প্ৰশান্তিলয়’ আদিকো সামৰি লয়।[1][3][4]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • পদ্মশ্ৰী বঁটা (২০১৪), ভাৰত চৰকাৰ[2]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1 2 "Telegraph India". Telegraph India. 2005. http://www.telegraphindia.com/1050609/asp/guwahati/story_4843349.asp আহৰণ কৰা হৈছে: December 18, 2014.
  2. 1 2 "Assam Tribune". Assam Tribune. 2014. Archived from the original on December 18, 2014. https://web.archive.org/web/20141218205229/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2614/at06 আহৰণ কৰা হৈছে: December 18, 2014.
  3. "Harmony India". Harmony India. 2014. Archived from the original on December 18, 2014. https://web.archive.org/web/20141218211406/http://www.harmonyindia.org/hportal/VirtualPageView.jsp?page_id=22789 আহৰণ কৰা হৈছে: December 18, 2014.
  4. search/profile/person?personId=547520064&targetid=profile "Zoom Info". Zoom Info. 2014. http://www.zoominfo.com/s/#! search/profile/person?personId=547520064&targetid=profile আহৰণ কৰা হৈছে: December 18, 2014.